অমেৰুদণ্ডী প্ৰাণী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

 
93 নং শাৰী:
=== শ্ৰেণীবিভাজন ===
[[কাৰ্ল লিনিয়াছ|কাৰ্ল লিনিয়াছে]] অমেৰুদণ্ডী প্ৰাণীক কেৱল দুটা গোটত ভাগ কৰিছিল, ইনচেক্টা আৰু ৱাৰ্মছ ([[কেঁচু]])। [[জীন−বাপ্টষ্ট লেমাৰ্ক]]ক ১৭৯৩ চনত [[Muséum National d'Histoire Naturelle]]ৰ "Curator of Insecta and Vermes" পদত নিযুক্ত কৰা হয়, দুযো এই জীৱবোৰৰ বাবে "invertebrate" ব্যৱহাৰ কৰিছিল আৰু পূৰ্ৱৰ দুটা গোটৰ সলনি ইহঁতক দহটা গোটত ভাগ কৰিছিল। তেঁওলোকে ইনচেক্টাক আৰ্কিনিডা (Arachnida) আৰু ক্ৰুষ্টেচিয়া (Crustacea) নামৰ দুটা ভাগত ৱাৰ্মছক মলাস্কা, এনিলিডা, চিৰিপেডিয়া, ৰেডিয়েটা, চিলেনটেৰেটা, আৰু ইনফুচৰিয়া (Mollusca, Annelida, [[Barnacle|Cirripedia]], [[Radiata]], [[Coelenterata]] and [[Infusoria]]) নামৰে বিভক্ত কৰে। বৰ্তমান অমেৰুদণ্ডীৰ একেবাৰে সৰল স্পঞ্জৰ পৰা জটিল সন্ধিপদীলৈকে প্ৰায় ৩০ টাতকৈও অধিক পৰ্ব আছে।
==অধ্যয়ন==
বহু শতিকালৈকে বৃহৎ মেৰুদণ্ডী আৰু দৰকাৰী প্ৰজাতিসমূহৰ বাবে অমেৰুদণ্ডী প্ৰাণীৰ অধ্যয়নক বিজ্ঞানীসকলে উপেক্ষা কৰি আহিছিল। ১৮ শতিকাত [[কাৰ্ল লিনিয়াছ|লিনিয়াছ]] আৰু [[লেমাৰ্ক]]ৰ অধ্যয়নৰ আগলৈকে অমেৰুদণ্ডীৰ অধ্যয়ন বিজ্ঞান কোনো প্ৰধান ভাগ নাছিল।<ref name="Aristotle">{{cite web |url=http://nmnh.typepad.com/no_bones/2015/06/why-study-invertebrates-a-philosophical-argument-from-aristotle.html |title=Why study invertebrates? A philosophical argument from Aristotle |last1=Ducarme |first1=Frédéric |date=2015 |website=No Bones (Smithsonian Institution website) |access-date=}}</ref> বিজ্ঞানৰ বিভিন্ন ক্ষেত্ৰ যেনে চিকিৎসা, বংশগতি, পৰিস্থিতি বিজ্ঞান আদিলৈ অমেৰুদণ্ডীৰ অৱদানৰ আবিস্কাৰৰ পিছৰে পৰা প্ৰায় বিংশ শতিকাৰ পৰা ই প্ৰাকৃতিক বিভাগৰ এটা প্ৰধান ভাগ ৰূপে বিবেচিত হয়।
 
==তথ্য সংগ্ৰহ==
{{Reflist}}