সাংস্কৃতিক বিপ্লৱ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
SlowPhoton (আলোচনা | বৰঙণি) অNo edit summary |
SlowPhoton (আলোচনা | বৰঙণি) অNo edit summary |
||
25 নং শাৰী:
সাংস্কৃতিক বিপ্লৱৰ পাঁচ বছৰ পূৰ্বৰ গ্ৰেট লিপ ফৰৱাৰ্ড (Great Leap Forward) অভিযানৰ সময়ৰ বামপন্থী নীতিৰ ফলত দেশখনৰ ৩ কোটি লোক দুৰ্ভিক্ষত পৰি মৃত্যু মুখত পৰিছিল। জেদঙৰ পূৰ্বৰ গ্ৰেট লিপ ফৰৱাৰ্ডৰ ব্যৰ্থতা পাছত এয়া আছিল জেদঙৰ পুণৰ ক্ষমতালৈ অহাৰ পাছত চলোৱা অভিযান। সাংস্কৃতিক বিপ্লৱে চীনৰ অৰ্থনীতিক ক্ষতিগ্ৰস্থ কৰিছিল আৰু আনুমানিক প্ৰায় ৫০০,০০০ পৰা ২,০০,০০০ জন লোকৰ মৃত্যু ঘটিছিল।<ref>{{cite encyclopedia|title=A Brief Overview of China's Cultural Revolution|url=https://www.britannica.com/story/chinas-cultural-revolution|encyclopedia=Encyclopedia Britannica|accessdate=12 June 2019}}</ref>
মাও জেদঙে ১৯৬৬ চনৰ মে' মাহত এই আন্দোলন আৰম্ভ কৰে। তেওঁ তৰুণ প্ৰজন্মক "সদৰস্থানসমূহত বোমাবৰ্ষণ" কৰাৰ আহ্বান জনাছিল আৰু "বিদ্ৰোহী হোৱা ন্যায়সঙ্গত" বুলি ঘোষণা কৰিছিল। মাওৱে অভিযোগ
মাওৱে আনুষ্ঠানিকভাবে ১৯৬৯ চনত সাংস্কৃতিক বিপ্লৱে সমাপ্তিৰ ঘোষণা কৰিছিল, পিছে আন্দোনটো সক্ৰিয়ভাবে ১৯৭১ চনলৈ চলিছিল, সেয়া আছিল মাওকে ক্ষমতাচ্যুত কৰাৰ ষড়যন্ত্ৰেৰ অভিযোগৰ পাছত লিন বিয়াও পলায়ান কৰি বিমান দুৰ্ঘটনাত মৃত্যুমুখত পৰাৰ সময়লৈকে। ১৯৭৬ চনত মাও জেদঙৰ মৃত্যুৰ পাছত দেশখনৰ পৰবৰ্তী শাসক [[দেং জিয়াওপিং|দেং জিয়াওপিঙে]] লাহে লাহে সাংস্কৃতিক বিপ্লৱৰ সৈতে জড়িত মাওবাদী নীতিসমূহ বাতিল কৰিছিল। ১৯৮১ চনত চীনৰ কমিউনিষ্ট দলে ঘোষণা কৰে যে চীনত গণপ্ৰজাতন্ত্ৰ প্ৰতিষ্ঠাৰ পাছৰে পৰা দলটোলৈ, দেশখনলৈ তথা জনসাধাৰণলৈ হোৱা সকলোতকৈ বেছি ক্ষয়-ক্ষতিৰ বাবে সাংস্কৃতিক বিপ্লৱ দায়ী।<ref>"Resolution on Certain Questions in the History of Our Party Since the Founding of the People's Republic of China," adopted by the Sixth Plenary Session of the Eleventh Central Committee of the Communist Party of China on June 27, 1981 ''Resolution on CPC History (1949–81).'' (Beijing: Foreign Languages Press, 1981). p. 32.</ref>
|