স্পঞ্জ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

17 নং শাৰী:
 
==বৈশিষ্ট্য==
*বহুকোষী দেহত সুনিৰ্দিষ্ট কলা, কলাতন্ত্ৰ, অঙ্গ আৰু অঙ্গতন্ত্ৰ নাথাকে। প্ৰধানত অসাম্য দেহ, অৰ্থাৎ দেহ কোনো দিশৰ পৰাই সমানভাৱে ভাগ কৰিব পৰা নাযায়। দেহৰ নলিকাতন্ত্ৰ (Canal system) বৰ্তমানেও এই পৰ্বৰ অনন্য বৈশিষ্ট্য। দেহৰ অভ্যন্তৰত কোৱান'চাইট কোষৰ দ্বাৰা আবৃত স্পঞ্জোচিল (Spongocoel) নামৰ গহ্বৰ থাকে যি অছকুলাম (Osculum) নামৰ ডাঙৰ আকাৰৰ ছিদ্ৰেৰে বাহিৰলৈ উন্মুক্ত হৈ থাকে। দেহপ্ৰাচীৰ অষ্টিয়া (Ostia) নামৰ অসংখ্য ক্ষুদ্ৰাকৃতিৰ ছিদ্ৰ বিশিষ্ট, এইবোৰ প'ৰচাইট (porocyte) নামৰ কোষৰ দ্বাৰা গঠিত। দেহত ফ্লেজেলা বিশিষ্ট কোষ পিনাক'চাইট (Pinacocyte) আৰু কোৱান'চাইটৰ (Choanocyte) দ্বাৰা পৰিবেষ্টিত এক বা একাধিক প্ৰকোষ্ঠ (Chamber) থাকে। ইহঁতৰ দেহ ফুলদানি আকৃতিৰ (Vase-like), চুঙা আকৃতিৰ (Cylindrical), নলাকাৰ (Tubular), কুচন আকৃতিৰ (Cushion-shaped) ইত্যাদি আৰু প্ৰতিসাম্যতা (Symmetry) অপ্ৰতিসম (Asymmetry) অথবা পাৰ্শ্বীয় প্ৰতিসম (Radial symmetry)। দেহপ্ৰাচীৰ দ্বিস্তৰ বিশিষ্ট। বাহিৰৰ স্তৰ পিনাক'ডাৰ্ম (Pinacoderm) আৰু ভিতৰৰ স্তৰ কোৱান'ডাৰ্ম (Choanoderm)। উভৰ স্তৰৰ মাজত সাধাৰণতে অকোষীয় (Non-cellular) মেছেনকাইম (Mesenchyme) ধাত্ৰ থাকে য'ত স্পিকিউল (Spicule), স্পঞ্জিন (Spongin) আৰু এমিবয়ড (Amoeboid) কোষ দেখিবলৈ পোৱা যায়। পূৰ্ণাংগ প্ৰাণীবোৰ নিশ্চল (Sessile) অৰ্থাৎ কোনো অবকাঠামোত স্থায়ীভাবে লাগি থাকে। দেহত মুখছিদ্ৰ বা পায়ুছিদ্ৰ নাথাকে। ইহঁত অকলশৰীয়া (Solitary) অথবা উপনিৱেশ (Colonial) গঠন কৰি বাস কৰে। সকলো জলজ প্ৰাণী; বেছিভাগ সামুদ্ৰিক, কিছুমান প্ৰজাতি মৃদুপানীত বাস কৰে। সকলো স্পঞ্জেই উভলিঙ্গী (Hermaphrodite), যদিও ইহঁতে Allogamy তথা cross-fertilization প্ৰদৰ্শন কৰে অৰ্থাৎ একে দেহত স্ত্ৰী আৰু পুৰুষ জননকোষ উৎপন্ন হলেও দুটি ভিন্ন সদস্যৰ স্ত্ৰী আৰু পুৰুষ জননকোষৰ মাধ্যমেও নিষেচন (Fertilization) সম্পন্ন হয়। ইহঁতৰ অযৌন প্ৰজনন কোৰক উৎপাদন বা মুকুলোদগম (Budding), দ্বিবিভাজন বা ফিছন (Fission) আৰু গেমিউল গঠনৰ (Gemmule formation) জৰিয়তে আৰু যৌন প্ৰজনন গেমেট'গনিৰ (Gametogony) যোগেদি হয়। সকলো প্ৰাণীৰ পুনৰুজ্জীৱন ক্ষমতা আছে। দেহেৰ ক্ষতিগ্ৰস্ত অংশৰ পুনঃ উৎপত্তিৰ (Regeneration) ক্ষমতা আছে।
*'''বহুকোশী দেহে সুনিৰ্দিষ্ট কলা, কলাতন্ত্ৰ, অঙ্গ আৰু অঙ্গতন্ত্ৰ অনুপস্থিত।'''
*'''প্ৰধানত অসাম্য দেহ, অৰ্থাৎ দেহকে কোনো দিক থেকে সমানভাবে ভাগ কৰা যায় না।'''
*'''দেহে নালিকাতন্ত্ৰ (Canal system) বৰ্তমানে যা এ পৰ্বেৰ অনন্য বৈশিষ্ট্য।'''
*'''দেহেৰ অভ্যন্তৰে কোয়ানোসাইট কোষ দ্বাৰা আবৃত স্পঞ্জোসিল (Spongocoel) নামক প্ৰশস্ত গহ্বৰ বৰ্তমান যা অসক্যুলাম (Osculum) নামক বড় আকাৰেৰ ছিদ্ৰেৰ মাধ্যমে বাহিৰে উন্মুক্ত।'''
*'''দেহপ্ৰাচীৰ অস্টিয়া (Ostia) নামক অসংখ্য ক্ষুদ্ৰাকৃতিৰ ছিদ্ৰ বিশিষ্ট, এবোৰ পোৰোসাইট (porocyte) নামক কোষ দ্বাৰা নিৰ্মিত।'''
*'''দেহে ফ্ল‍্যাজেলা বিশিষ্ট কোশ পিনাকোসাইট (Pinacocyte) আৰু কোয়ানোসাইট (Choanocyte) দিয়ে পৰিবেষ্টিত এক বা একাধিক প্ৰকোষ্ঠ (Chamber) বৰ্তমান।'''
*'''এদেৰ দেহ ফুলদানি আকৃতিৰ (Vase-like), সিলিন্ডাৰ আকৃতিৰ (Cylindrical), নলাকাৰ (Tubular), কুশন আকৃতিৰ (Cushion-shaped) ইত্যাদি আৰু প্ৰতিসাম্যতা (Symmetry) অপ্ৰতিসম (Asymmetry) অথবা অৰিয় প্ৰতিসম (Radial symmetry) ধৰণেৰ।'''
*'''দেহপ্ৰাচীৰ দ্বিস্তৰ বিশিষ্ট। বাহিৰেৰ স্তৰ পিনাকোডাৰ্ম (Pinacoderm) আৰু ভেতৰেৰ স্তৰ কোয়ানোডাৰ্ম (Choanoderm)। উভৰ স্তৰেৰ মাঝে সাধাৰণত অকোশীয় (Non-cellular) মেসেনকাইম (Mesenchyme) ধাত্ৰ বৰ্তমান যাতে স্পিকিউল (Spicule), স্পঞ্জিন (Spongin) আৰু অ্যামিবয়েড (Amoeboid) কোশ দেখিবলৈ পোৱা যায়।'''
*'''পৰিণত প্ৰাণীৰা নিশ্চল (Sessile) অৰ্থাৎ কোন অবকাঠামোতে স্থায়ীভাবে আটকে থাকে।'''
*'''দেহে মুখছিদ্ৰ বা পায়ুছিদ্ৰ থাকে না।'''
*'''ইয়াৰা একাকী (Solitary) অথবা উপনিবেশ (Colonial) গঠন কৰে অবস্থান কৰে।'''
*'''সকলেই জলজ প্ৰাণী যাদেৰ বেশিৰভাগ সামুদ্ৰিক সামান্য কিছু প্ৰজাতি স্বাদুজলৰ।'''
*'''সকল স্পঞ্জই উভলিঙ্গ (Hermaphrodite) হলেও ইয়াৰা Allogamy তথা cross-fertilization প্ৰদৰ্শন কৰে অৰ্থাৎ একই দেহে স্ত্ৰী আৰু পুৰুষ জননকোষ উৎপন্ন হলেও দুটি ভিন্ন সদস্যেৰ স্ত্ৰী আৰু পুৰুষ জননকোষেৰ মাধ্যমে নিষেক (Fertilization) সম্পন্ন হয়।'''
*'''এদেৰ অযৌন প্ৰজনন কোৰক উৎপাদন বা বাডিং (Budding), দ্বিবিভাজন বা ফিশন (Fission) আৰু গেমিউল গঠন (Gemmule formation) ধৰনেৰ আৰু যৌন প্ৰজনন গ্যামেটোগনি (Gametogony) প্ৰকাৰেৰ।'''
*'''এই সকল প্ৰাণীৰ পুনৰুজ্জীবন ক্ষমতা প্ৰচুৰ। দেহেৰ ক্ষতিগ্ৰস্ত অংশৰ পুনঃ উৎপত্তিৰ (Regeneration) ক্ষমতা বৰ্তমান।'''
 
==শ্ৰেণীবিন্যাস==
"https://as.wikipedia.org/wiki/স্পঞ্জ"ৰ পৰা অনা হৈছে