গোলকীকৰণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

আৰম্ভ কৰিছোঁ
 
No edit summary
2 নং শাৰী:
 
অৰ্থনৈতিকভাবে, গোলকীকৰণৰ সৈতে অৰ্থনৈতিক সম্পদসমূহ, যেনে: পণ্য, সেৱা, মূলধন, প্ৰযুক্তি আৰু তথ্য জড়িত।<ref name="Albrow">Albrow, Martin and Elizabeth King (eds.) (1990). ''Globalization, Knowledge and Society'' London: Sage. {{ISBN|978-0-8039-8323-6}}</ref><ref name="AlbrowKing1990">{{cite book|first1=Martin |last1=Albrow|first2=Elizabeth |last2=King|title=Globalization, knowledge, and society: readings from International sociology|url={{google books |id=lfe1AAAAIAAJ |plainurl=yes} }|year=1990 |publisher=Sage Publications |isbn=978-0-8039-8323-6}}</ref> ইয়াৰোপৰি, ই বিশ্বজোৰা বজাৰৰ বিস্তৃতিৰ ফলত পণ্য আৰু মূলধনৰ বিনিময়ৰ দৰে অৰ্থনৈতিক প্ৰক্ৰিয়াক শিথিল কৰে।<ref>{{Cite web|url=http://www.ijbssnet.com/journals/Vol_2_No_23_Special_Issue_December_2011/36.pdf|title=''Globalization and its Impacts on the World Economic Development''.}}</ref> সীমান্ত বাণিজ্যৰ বাধাসমূহক আঁতৰ কৰি বিশ্বজোৰা বজাৰ গঠনক গোলকীকৰণে সম্ভাৱ কৰি তুলিছে। বাষ্প চালিত ইঞ্জিন, বাষ্প জাহাজ, জেট ইঞ্জিন আৰু মালবাহী বিশাল জাহাজসমূহ হৈছে পৰিবহণৰ ক্ষেত্ৰত হোৱা কিছু উন্নতিৰ উদাহৰণ, আনহাতে [[টেলিগ্ৰাফ]], [[ইণ্টাৰনেট]], [[ম’বাইল ফোন]]ৰ উত্থান হৈছে দূৰসংযোগৰ আন্তঃগাঁথনিত হোৱা উন্নতিৰ উদাহৰণ। এই সকলোবোৰ প্ৰযুক্তিগত উন্নতি গোলকীকৰণৰ প্ৰধান কাৰণ আৰু ইয়াৰ ফলত বিশ্বজোৰা অৰ্থনৈতিক তথা সাংস্কৃতিক ক্ষেত্ৰত পৰস্পৰৰ নিৰ্ভশিলতাৰ সৃষ্টি হৈছে।<ref name="Imagining">{{cite web | url=http://www.elon.edu/e-web/predictions/150/1830.xhtml | title=Imagining the Internet | publisher=Elon University School of Communications | work=History of Information Technologies | accessdate=17 August 2009}}</ref><ref name="Stever_1972">{{cite journal | last1 = Stever | first1 = H. Guyford | year = 1972 | title = Science, Systems, and Society | url = | journal = Journal of Cybernetics | volume = 2 | issue = 3| pages = 1–3 | doi = 10.1080/01969727208542909 }}</ref><ref>{{cite journal|title=Shaping Globalization|first=Martin|last=Wolf|journal=Finance & Development|volume=51|issue=3|year=2014|pages=22–25|url=http://www.imf.org/external/pubs/ft/fandd/2014/09/pdf/wolf.pdf}}</ref>
 
যদিও অধিকাংশ পণ্ডিতেই গোলকীকৰণৰ উৎপত্তি আধুনিক সময়ত হৈছে বুলে উল্লেখ কৰিছে; আন কিছুমানে ইয়াক ইউৰোপীয়সকলৰ সামুদ্ৰিক অভিযানৰ যুগৰ, অৰ্থাৎ নতুন পৃথিৱীত অভিযানৰ বহুত আগেতেই ইয়াৰ উৎপত্তি ইতিহাসৰ সন্ধান কৰিছে, কিছুৱে আকৌ খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাতে ইয়াৰ উৎপত্তিৰ কথা কৈছে।<ref name="GL-H-09">Frank, Andre Gunder. (1998). ''ReOrient: Global economy in the Asian age.'' Berkeley: University of California Press. {{ISBN|978-0-520-21474-3}}</ref><ref name="GL-H-10">{{cite web |title=Globalization and Global History |page=127 |url=http://58.192.114.227/humanities/sociology/htmledit/uploadfile/system/20110522/20110522005012939.pdf |accessdate=3 July 2012 }}{{dead link|date=August 2017 |bot=InternetArchiveBot |fix-attempted=yes }}</ref> ব্যাপক মাত্ৰাত গোলকীকৰণ আৰম্ভ হৈছিল ১৮২০-ৰ দশকত।<ref>{{Cite journal|last=H.|first=O'Rourke, Kevin|last2=G.|first2=Williamson, Jeffrey|date=1 April 2002|title=When did globalisation begin?|journal=European Review of Economic History|language=en|volume=6|issue=1|doi=10.1017/S1361491602000023|issn=1361-4916|pages=23–50}}</ref> ১৯ শতিকাৰ শেষৰ ফালে আৰু বিংশ শতিকাৰ আৰম্ভণিত বিশ্বৰ অৰ্থনীতি আৰু সংস্কৃতিৰ যোগসূত্ৰ খুবেই দ্ৰুততাৰে বৃদ্ধি পায়। ''গোলকীকৰণ'' বা ''globalization'' পৰিভাষাটো সাম্প্ৰতিক, ১৯৭০-ৰ দশকৰ পৰা ইয়াক বৰ্তমানৰ অৰ্থত ব্যৱহাৰ আৰম্ভ কৰা হয়।<ref name="tandfonline.com">{{Cite journal|last2=Steger|first2=Manfred B.|author-link2=Manfred Steger|year=2014|title=A Genealogy of globalization: The career of a concept|url=http://www.tandfonline.com/toc/rglo20/11/4|journal=Globalizations|volume=11|issue=4|pages=417–34|doi=10.1080/14747731.2014.951186|pmid=|access-date=|via=|last1=James|first1=Paul}}</ref>
 
২০০০ চনত [[আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি|আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিয়ে]] গোলকীকৰণৰ চাৰিটা মৌলিক দিশ চিহ্নিত কৰেছে; এইসমূহ যথাক্ৰমে: (১) বাণিজ্য আৰু আৰ্থিক লেনদেন, (২) পুঁজি আৰু বিনিয়োগ সঞ্চালন, (৩) প্ৰব্ৰজন আৰু মানুহৰ বিচৰণ আৰু (৪) জ্ঞান বিতৰণ।<ref name="12th April 2000: IMF Publications">International Monetary Fund (2000). "Globalization: Threats or Opportunity." [http://www.imf.org/external/np/exr/ib/2000/041200to.htm 12 April 2000: IMF Publications.]</ref> ইয়াৰোপৰি পৰিবেশগত পৰিবৰ্তন, যেনে- [[গোলকীয় উষ্ণতা বৃদ্ধি]], [[জল প্ৰদূষণ|জল]] আৰু [[বায়ু প্ৰদূষণ]]ৰ সীমা অতিক্ৰম তথা সাগৰত অত্যাধিক মাছ ধৰা কাৰ্য গোলকীকৰণৰ সৈতে সম্পৰ্কিত।<ref name="Bridges2002">{{cite journal|last=Bridges|first=G.|title=Grounding Globalization: The Prospects and Perils of Linking Economic Processes of Globalization to Environmental Outcomes|journal=Economic Geography|year=2002|volume=78|pages=361–86|doi=10.2307/4140814|issue=3|ref=harv|jstor=4140814}}</ref> গোলকীকৰণ প্ৰক্ৰিয়া অনুষ্ঠান-প্ৰতিষ্ঠান, অৰ্থনীতি, আৰ্থসামাজিক সম্পদ তথা প্ৰাকৃতিক পৰিবেশক প্ৰভাৱিত কৰে। বিদ্যায়তনিক অধ্যয়নত গোলকীকৰণক সাধাৰণতে তিনিটা প্ৰধান ক্ষেত্ৰত বিভক্ত কৰা হয়: অৰ্থনৈতিক গোলকীকৰণ, সাংস্কৃতিক গোলকীকৰণ আৰু ৰাজনৈতিক গোলকীকৰণ।<ref name="Ritzer2008-146">{{cite book|chapter-url={{google books|id=XKnmvRATtfAC|page=146|plainurl=yes}}|title=The Blackwell Companion to Globalization|last=Babones|first=Salvatore|date=2008|publisher=John Wiley & Sons|isbn=978-0-470-76642-2|editor-last=Ritzer|editor-first=George|location=|page=146|chapter=Studying Globalization: Methodological Issues}}</ref>
 
==তথ্য সংগ্ৰহ==
"https://as.wikipedia.org/wiki/গোলকীকৰণ"ৰ পৰা অনা হৈছে