সময় অঞ্চল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Replacing Standard_World_Time_Zones.png with File:World_Time_Zones_Map.png (by CommonsDelinker because: Duplicate: Exact or scaled-down duplicate: c::File:World Time Zones Map.png).
বানান শুধৰণি
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
1 নং শাৰী:
[[চিত্ৰ:Worldwide Time Zones (including DST).png|thumb|right|500px|Map of Global Local Times, (including DST), ''as of September 2011'']]
[[চিত্ৰ:World Time Zones Map.png|thumb|500px|right]]
'''সময় অঞ্চল''' ({{lang-en|Time zone}}) হৈছে পৃথিৱীৰ ওপৰৰ একো একোটা নিৰ্দিষ্ট এলেকা য’তয'ত সামাজিক, আইনগত আৰু ব্যবসায়জনীত কাৰণত একেই 'মান সময়' মানি চলা হয়।
 
পৃথিবীৰ আহ্নিক গতিৰ ফলত পৃথিবীৰ ভিন ভিন স্থানত দিনটোৰ একেচোৱা সময়তে সংশ্লিষ্ট স্হানসমুহৰস্থানসমুহৰ ঘড়ীবোৰে সেইচোৱা সময়ৰ উপযুক্ত সময়ৰ মান সূচাব পাৰে তাৰ বাবে ভিন ভিন স্থানত ভিন ভিন ''স্থানীয় সময়'' মানি চলা হয়। যেনে বেলিৰ আকাশখনৰ শীৰ্ষবিন্দুত থকা সময়চোৱাক দুপৰীয়া বোলা হয় আৰু পৃথিবীৰ যিকোনো স্থানতে ঘড়ীত দুপৰীয়া ১২ বাজিব লাগিব। কিন্তু বেপাৰ বাণিজ্য, সামাজিক বা আইনগত কাৰণত যোগাযোগৰ সুবিধাৰ্থে একো একোটা নিৰ্দিষ্ট এলেকাই স্থানীয় সময় নিৰ্বিশেষে একে মান সময় মানি চলে।
 
ওচৰা ওচৰি দুটা সময় স্থানৰ স্থানীয় সময়ৰ ব্যৱধান সাধাৰণতে উচ্চতম ১ (এক) ঘণ্টা মান হয়। [[ভাৰত]], [[পাকিস্থানপাকিস্তান]] আৰু [[বাংলাদেশ]]ৰ স্থানীয় সময়ৰ ব্যবধান আধা ঘন্টা, অৰ্থাৎ ভাৰতত ১২ বাজোতে বাংলাদেশত ১২:৩০ আৰু পাকিস্তানত ১১:৩০ বাজে। [[নিউয়ৰ্ক]]ৰ পৰা [[নেভাডা]] পৰ্যন্ত [[আমেৰিকা|মাৰ্কিন যুক্তৰাষ্ট্ৰ]] তিনিটা সময়াঞ্চলত বিভক্ত কৰা হৈছে। তেনেদৰে [[টৰণ্টোট'ৰ'ণ্ট']], [[নিউয়ৰ্ক]], [[ৱাচিংটন]],ৱাশ্বিংটন্ ডি.চি.]], [[হাভানা]], [[কিংস্টনকিংষ্ট'ন]], [[বোগোতাব'গ'টা]], [[ডেট্ৰয়েট]] আৰু [[লিমা]] ইত্যাদি চহৰসমূহ একেই সময়াঞ্চলৰ অন্তৰ্ভুক্ত। অনুৰূপভাৱে [[আলমাতি]], [[ওমস্ক]] আৰু[[ঢাকা]] চহৰ একেই সময়াঞ্চলৰ অধীন।
 
== নামকৰণ ==