ফৰাচী বিপ্লৱ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

4 বাইট যোগ দিয়া হ’ল ,  3 বছৰৰ পূৰ্বে
সম্পাদনা সাৰংশ নাই
(নতুন পৃষ্ঠা: {{Infobox event |Event_Name = ফৰাচী বিপ্লৱ | partof = আটলান্টিক বিপ্লৱ |Image_Name = Anonymous - Prise de...)
 
No edit summary
|Result =
{{Bulletlist
| এক সাংবিধানিক ৰাজতন্ত্ৰ প্ৰতিষ্ঠা কৰা আৰু তাৰপাছত ফৰাচিফৰাচী ৰাজতন্ত্ৰক বিলুপ্তি কৰা আৰু প্ৰাণদণ্ড দিয়া
| ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ প্ৰতিষ্ঠা কৰা আৰু ক্ৰমশঃ কৰ্তৃত্বপন্থী আৰু সামৰিকবাদী হৈ উঠা
| উদাৰতাবাদ আৰু অন্যান্য আলোকায়ন নীতিৰ ওপৰত ভিত্তি কৰি মূল সামাজিক পৰিবৰ্তন ঘটোৱা
 
== পৃষ্ঠভূমি ==
ইতিহাসবিদসকলে বিপ্লৱৰ আৰম্ভ হোৱাৰ ক্ষেত্ৰত পূৰ্ববৰ্তী সময়ৰ বহুতো ঘটনাই ইন্ধন যোগাইছে বুলি মন্তব্য কৰে। সামাজিক আৰু অৰ্থনৈতিক বৈষম্যৰ বৃদ্ধি,<ref>Marshall, Thomas H. Citizenship and social class. Vol. 11. Cambridge, 1950.</ref><ref>Lichbach, Mark Irving. "An evaluation of 'does economic inequality breed political conflict?' studies". ''World Politics'' 41.04 (1989): 431–70.</ref> [[আলোকায়ন]] (Age of Enlightenment)-ৰ পাছত উদ্ভূত নতুন ৰাজনৈতিক ধাৰণা,<ref>Gordon, Daniel. ''Citizens without Sovereignty: Equality and sociability in French thought'', 1670–1789. Princeton: Princeton University Press, 1994.</ref> অৰ্থনৈতিক অব্যৱস্থাপনা, পৰিবেশজনীত কাৰণৰ ফলত কৃষিৰ ব্যৰ্থতা, নিয়ন্ত্ৰণহীন ৰাষ্ট্ৰীয় ঋণ,<ref name="macroeconomics">Sargent, Thomas J., and Francois R. Velde. "Macroeconomic features of the French Revolution." ''Journal of Political Economy'' (1995): 474–518.</ref> ৰজা ষষ্ঠদশ লুইৰ দ্বাৰা ৰাজনৈতিক অব্যৱস্থাপনা আদি সকলো কাৰকেই ফৰাচী বিপ্লৱৰ ভেঁটি বুলি চিহ্নিত কৰা হয়।<ref>Hardman, John. ''French politics 1774–1789: from the accession of Louis XVI to the fall of the Bastille''. Addison-Wesley, 1995.</ref><ref>Baker, Keith Michael. "French political thought at the accession of Louis XVI". ''The Journal of Modern History'' (1978): 279–303.</ref><ref name="Jordan2004">{{cite book|author=David P. Jordan|title=The King's Trial: The French Revolution Vs. Louis XVI|url=https://books.google.com/books?id=s__iS_KF8jwC&pg=PR11|year=2004|publisher=University of California Press|isbn=978-0-520-23697-4|pages=11–}}</ref><ref>Campbell, Peter Robert, ed. ''The origins of the French revolution''. Palgrave Macmillan, 2006.</ref>
 
১৭৮৯ চনৰ ১৪ জুলাই ফ্ৰান্সৰ [[পেৰিছ]]ত কুখ্যাত "বাস্তিলৰ বিক্ষোভ" ({{lang-fr|Prise de la Bastille}}) হৈছিল। বাস্তিল দুৰ্গৰ পতনৰ পৰাই ফৰাচী বিপ্লৱ সংঘটিত হয়। এই বিপ্লৱ আছিল তদানীন্তন ফ্ৰান্সৰ শ শ বছৰ ধৰি নিৰ্যাতিত আৰু বঞ্চিত "থাৰ্ড ষ্টেট" বা সাধাৰণ মানুহৰ পুঞ্জীভূত ক্ষোভৰ বহিঃপ্ৰকাশ। এই বিপ্লৱৰ আগত সমগ্ৰ ফ্ৰান্সৰ ৯৫ শতাংশ সম্পত্তিৰ মালিক ছিলআছিল মাত্ৰ ৫ ভাগ মানুহ। অথচ সেই ৫ ভাগ মানুহে কোনো আয়কৰ দিব লগা হোৱা নাছিল। যি সকলে আয়কৰ দিছিল, তেওঁলোকে কোন সুবিধা ভোগ কৰিব পৰা নাছিল। এই ব্যৱস্থাৰ বিৰুদ্ধে যি প্ৰতিবাদ কৰিছিল তেওঁলোকক বাস্তিল দুৰ্গত বন্দী কৰি শাস্তি দিয়া হৈছিল। বাস্তিল দুৰ্গ আছিল স্বৈৰাচাৰী চৰকাৰৰ নিৰ্যাতন এক প্ৰতীকস্বৰূপ। এবাৰ কোন বন্দী তাত প্ৰৱেশ কৰিলে জীৱৰ ৰূপত তাৰ পৰা ঘুৰি অহাৰ সম্ভাৱনা নাছিল। কাৰাগাৰৰ ভিতৰতেই অসংখ্য বন্দীক মৃত্যুদণ্ড দিয়া হৈছিল। ১৭৮৯ চনৰ ১৪ জুলাইত নিৰ্বাচিত প্ৰতিনিধি, ৰক্ষা বাহিনীৰ সদস্য আৰু বাস্তিল দুৰ্গৰ আশে-পাশে থকা বিক্ষুব্ধ লোকসকল বাস্তিল দুৰ্গৰ অভিমুখে ৰওনা হয়। প্ৰতিনিধিসকলে প্ৰথমে দুৰ্গৰ প্ৰধানক আলোচনাৰ প্ৰস্তাৱ দিয়ে। প্ৰস্তাৱ আছিল বাস্তিলত থকা ৭ জন ৰাজবন্দীক মুক্তি দিয়াৰ। সেই প্ৰস্তাৱ দুৰ্গৰ প্ৰধানে মান্তি নোহোৱাত বিক্ষুব্ধ জনতাই দুৰ্গটোৰ ওপৰত আক্ৰমণ কৰে। দুৰ্গৰ সৈন্যও প্ৰত্যুত্তৰ দিয়ে। প্ৰায় দুশ বিপ্লৱী মানুহ হতাহত হয়। ইয়াৰ পাছত চৌদিশে উত্তেজিত বিক্ষুব্ধ জনতাই বাস্তিল দুৰ্গ আক্ৰমণ কৰি ধ্বংস কৰে।
 
বৰ্তমানে এই ঘটনাৰ দিনটোক (১৪ জুলাই) ফ্ৰান্সত ৰাষ্ট্ৰীয় উৎসৱৰদিৱসৰ দিন ৰূপে পালন কৰা হয়।
 
==প্ৰভাৱ==
25,725

টা সম্পাদনা