ক'ৰডাটা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
14 নং শাৰী:
** [[Craniata]]
}}
'''ক'ৰডাটা'''বোৰ (Chordates, {{IPAc-en|ˈ|k|ɔr|d|eɪ|t|s}}) হ'ল এনেবোৰ [[প্ৰাণী]] যিবোৰৰ, এডাল পৃষ্ঠ ৰজ্জু, এডাল ফোপোলা পৃষ্ঠীয় স্নায়ু ৰজ্জু, [[pharyngeal slit]], এডাল [[endostyle]], আৰু অন্ততঃ জীৱন চক্ৰৰ কিছু কালৰ বাবে এডাল নেজ থাকে ।থাকে। বৰ্গানুসৰি, এই পৰ্বটোৱে উপপৰ্ব '''[[মেৰুদণ্ডী প্ৰাণী|মেৰুদণ্ডী]]''' (Vertebrata), যেনে- স্তন্যপায়ী, মৎস, উভচৰ, সৰিসৃপ, [[চৰাই]]; '''টিউনিকাটা''' (Tunicata), যেনে - [[:en:salp|salp]] আৰু [[:en:sea squirt|sea squirt]]; আৰু '''চেফালকৰডাটা'''ক (Cephalochordata) সাঙুৰি লয় ।লয়।
 
ক'ৰডাটাৰ ৭৫,০০০ জীৱীত সদস্যৰ, প্ৰায় অৰ্ধেকেই [[Osteichthyes]] শ্ৰেণীৰ অন্তৰ্গত '''বনী ফিছ''' (bony fish) । [[পৃথিৱী]]ৰ, আটাইতকৈ বৃহৎ আৰু ক্ষিপ্ৰতৰ প্ৰাণী, ক্ৰমে '''নীলা তিমি''' (blue whale) আৰু '''peregrine falcon''', মানুহৰ দৰেই ক'ৰডাটাৰ অন্তৰ্গতঅন্তৰ্গত।<ref><span class="plainlinks">[http://www.accessscience.com/abstract.aspx?id=133700&referURL=http%3a%2f%2fwww.accessscience.com%2fcontent.aspx%3fid%3d133700 AccessScience.com]</span>. Retrieved 23 December 2012.</ref>
'''ক'ৰডাটা'''বোৰ (Chordates, {{IPAc-en|ˈ|k|ɔr|d|eɪ|t|s}}) হ'ল [[প্ৰাণী]] যিবোৰৰ, এডাল পৃষ্ঠ ৰজ্জু, এডাল ফোপোলা পৃষ্ঠীয় স্নায়ু ৰজ্জু, [[pharyngeal slit]], এডাল [[endostyle]], আৰু অন্ততঃ জীৱন চক্ৰৰ কিছু কালৰ বাবে এডাল নেজ থাকে । বৰ্গানুসৰি, এই পৰ্বটোৱে উপপৰ্ব '''[[মেৰুদণ্ডী প্ৰাণী|মেৰুদণ্ডী]]''' (Vertebrata), যেনে- স্তন্যপায়ী, মৎস, উভচৰ, সৰিসৃপ, [[চৰাই]]; '''টিউনিকাটা''' (Tunicata), যেনে - [[:en:salp|salp]] আৰু [[:en:sea squirt|sea squirt]]; আৰু '''চেফালকৰডাটা'''ক (Cephalochordata) সাঙুৰি লয় ।
 
==বিৱচ্ছেদ==
ক'ৰডাটাৰ ৭৫,০০০ জীৱীত সদস্যৰ, প্ৰায় অৰ্ধেকেই [[Osteichthyes]] শ্ৰেণীৰ অন্তৰ্গত '''বনী ফিছ''' (bony fish) । [[পৃথিৱী]]ৰ, আটাইতকৈ বৃহৎ আৰু ক্ষিপ্ৰতৰ প্ৰাণী, ক্ৰমে '''নীলা তিমি''' (blue whale) আৰু '''peregrine falcon''',মানুহৰ দৰেই ক'ৰডাটাৰ অন্তৰ্গত<ref><span class="plainlinks">[http://www.accessscience.com/abstract.aspx?id=133700&referURL=http%3a%2f%2fwww.accessscience.com%2fcontent.aspx%3fid%3d133700 AccessScience.com]</span>. Retrieved 23 December 2012.</ref>
{{Annotated image | caption=[[cephalochordate]] ''[[Amphioxus]]''ৰ বিবচ্ছেদ ।বিবচ্ছেদ। সকলো ক'ৰডাটাৰ জীৱনৰ কিছুমান বিন্দুৰ উপাদান বোৰ দেখুওৱা হৈছে, যিবোৰে ইহঁতক অন্য পৰ্বৰ পৰা পৃথক কৰে ।কৰে।
 
 
{{Annotated image | caption=[[cephalochordate]] ''[[Amphioxus]]''ৰ বিবচ্ছেদ । সকলো ক'ৰডাটাৰ জীৱনৰ কিছুমান বিন্দুৰ উপাদান বোৰ দেখুওৱা হৈছে, যিবোৰে ইহঁতক অন্য পৰ্বৰ পৰা পৃথক কৰে ।
| image=BranchiostomaLanceolatum PioM.svg | width=400 | image-width=400 | height=340
| image-top=0 | image-left=0 | float=rightcenter
| annotations=
{{Annotation|5|145|1 {{=}} মগজু সদৃশ চামনি}}
Line 44 ⟶ 43:
{{Annotation|200|305|19 {{=}} যকৃৎ সদৃশ থলী (হেপাটিক চিকাম) }}
}}
[[File:Kryptopterus 2.jpg|thumb|left|গ্লাছ কেটফিছৰ (''[[Kryptopterus vitreolus]]'') পৃষ্ঠদণ্ড বাহিৰৰ পৰা দৃশ্যমান হৈ থাকে। পৃষ্ঠদণ্ডৰ ভিতৰত স্নায়ুৰজ্জু থাকে।]]
==বিৱচ্ছেদ==
[[File:Kryptopterus 2.jpg|thumb|left|গ্লাছ কেটফিছৰ (''[[Kryptopterus vitreolus]]'') পৃষ্ঠদণ্ড বাহিৰৰ পৰা দৃশ্যমান হৈ থাকে। পৃষ্ঠদণ্ডৰ ভিতৰত স্নায়ুৰজ্জু থাকে।]]
পৃষ্ঠদণ্ডী পৰ্বৰ প্ৰাণীবোৰে সিহঁতৰ জীৱন কালৰ যিকোনো এটা বা সমগ্ৰ স্তৰত প্ৰদৰ্শন কৰা কিছুমান বিৱচ্ছেদীয় বৈশিষ্ট তলত উল্লেখ কৰা হ'ল:<ref name="RychelSmithShimamotoSwalla2006">{{cite journal
|author1=Rychel, A.L.|author2=Smith, S.E.|author3=Shimamoto, H.T.|author4=Swalla, B.J.|last-author-amp=yes|date=March 2006
Line 53 ⟶ 51:
| pmid=16280542
|doi-access=free}}</ref>
:•এডাল* এডাল পৃষ্ঠদণ্ড থাকে। দেহৰ ভিতৰত দীঘলে দীঘলে কাৰ্টিলেজেৰে গঠিত এডাল দণ্ড থাকে। মেৰুদণ্ডী উপ গোটত এই পৃষ্ঠদণ্ড ডাল মেৰুদণ্ডলৈ বিকশিত হয়, আৰু সম্পূৰ্ণ জলজ প্ৰজীতিৰ ক্ষেত্ৰত ই সিহঁতৰ নেজৰ সহায়ত পানীত সাতুৰিবলৈ সহায় কৰে।
 
:•এডাল* এডাল [[অংকীয়]] [[স্নায়ু নলীকা]] থাকে। মাছ আৰু অন্য মেৰুদণ্ডীৰ ক্ষেত্ৰত ই স্নায়ু ৰজ্জুলৈ বিকশিত হয়। ই হৈছে [[স্নায়ু তন্ত্ৰ]]ৰ যোগাযোগৰ মূল মাধ্যম।
:•এডাল পৃষ্ঠদণ্ড থাকে। দেহৰ ভিতৰত দীঘলে দীঘলে কাৰ্টিলেজেৰে গঠিত এডাল দণ্ড থাকে। মেৰুদণ্ডী উপ গোটত এই পৃষ্ঠদণ্ড ডাল মেৰুদণ্ডলৈ বিকশিত হয়, আৰু সম্পূৰ্ণ জলজ প্ৰজীতিৰ ক্ষেত্ৰত ই সিহঁতৰ নেজৰ সহায়ত পানীত সাতুৰিবলৈ সহায় কৰে।
:•* [[ফেৰিঞ্জিয়েল স্লীট]] (Pharyngeal slit) থাকে। স্বাস নলী হৈছে মূখৰ ঠিক পিছতে থকা ডিঙিৰ এটা অংশ। মাছৰ ক্ষেত্ৰত ই ফুললৈ ৰূপান্তৰ হয়। কিন্তু পানীত বাস কৰা অন্য কিছুমান পৃষ্ঠদণ্ডীৰ ক্ষেত্ৰত ই পানীৰ পৰা আহাৰ পৰিস্ৰুত কৰা তন্ত্ৰৰেই এটা অংশ হিচাপে থাকে।
:•এডাল [[অংকীয়]] [[স্নায়ু নলীকা]] থাকে। মাছ আৰু অন্য মেৰুদণ্ডীৰ ক্ষেত্ৰত ই স্নায়ু ৰজ্জুলৈ বিকশিত হয়। ই হৈছে [[স্নায়ু তন্ত্ৰ]]ৰ যোগাযোগৰ মূল মাধ্যম।
:•পায়ুৰ* পায়ুৰ পিছফালে নেজ থাকে। পায়ুৰ পিছফালে এডাল পেশীয় নেজ থাকে।
:•[[ফেৰিঞ্জিয়েল স্লীট]] (Pharyngeal slit) থাকে। স্বাস নলী হৈছে মূখৰ ঠিক পিছতে থকা ডিঙিৰ এটা অংশ। মাছৰ ক্ষেত্ৰত ই ফুললৈ ৰূপান্তৰ হয়। কিন্তু পানীত বাস কৰা অন্য কিছুমান পৃষ্ঠদণ্ডীৰ ক্ষেত্ৰত ই পানীৰ পৰা আহাৰ পৰিস্ৰুত কৰা তন্ত্ৰৰেই এটা অংশ হিচাপে থাকে।
:•এণ্ড* এণ্ড'ষ্টাইল থাকে।<ref name="Ruppert2005">{{cite journal | author=Ruppert, E. | journal=Canadian Journal of Zoology | volume=83 | pages=8–23 | date=January 2005 | doi=10.1139/Z04-158 | title=Key characters uniting hemichordates and chordates: homologies or homoplasies? | url=http://article.pubs.nrc-cnrc.gc.ca/RPAS/RPViewDoc?_handler_=HandleInitialGet&articleFile=z04-158.pdf&journal=cjz&volume=83 | accessdate=2008-09-22 | archive-url=https://archive.is/20121209232008/http://article.pubs.nrc-cnrc.gc.ca/RPAS/RPViewDoc?_handler_=HandleInitialGet&articleFile=z04-158.pdf&journal=cjz&volume=83 | archive-date=9 December 2012 | url-status=dead }}</ref>
:•পায়ুৰ পিছফালে নেজ থাকে। পায়ুৰ পিছফালে এডাল পেশীয় নেজ থাকে।
:•এণ্ড'ষ্টাইল থাকে।<ref name="Ruppert2005">{{cite journal | author=Ruppert, E. | journal=Canadian Journal of Zoology | volume=83 | pages=8–23 | date=January 2005 | doi=10.1139/Z04-158 | title=Key characters uniting hemichordates and chordates: homologies or homoplasies? | url=http://article.pubs.nrc-cnrc.gc.ca/RPAS/RPViewDoc?_handler_=HandleInitialGet&articleFile=z04-158.pdf&journal=cjz&volume=83 | accessdate=2008-09-22 | archive-url=https://archive.is/20121209232008/http://article.pubs.nrc-cnrc.gc.ca/RPAS/RPViewDoc?_handler_=HandleInitialGet&articleFile=z04-158.pdf&journal=cjz&volume=83 | archive-date=9 December 2012 | url-status=dead }}</ref>
 
পৃষ্ঠদণ্ডীক অন্য জীৱৰ পৰা পৃথক কৰা, কিন্তু সাধাৰণ সংজ্ঞাৰ ভিতৰত নপৰা অন্য কিছুমান বৈশিষ্ট হ'ল:
:•সকলো* সকলো পৃষ্ঠদণ্ডী [[ডিউটাৰ'ষ্টম]] (deuterostomes), অৰ্থাৎ ভ্ৰূণীয স্তৰত মুখতকৈ আগেয়ে পায়ু বিকশিত হয়।
:•সকলো* সকলো পৃষ্ঠদণ্ডীৰ দেহ তল দ্বিপাৰ্শীয়ভাৱে প্ৰতিসম।<ref>{{cite book
| last = Valentine | first = J.W. | year = 2004 | title = On the Origin of Phyla
| publisher = University Of Chicago Press | location = Chicago | isbn = 978-0-226-84548-7
| page=7 The phylum chordata includes three subphylums: Cephalochoradta, Urochordata, Vertebras. It is determined that urochordates are closer to vertebrates that cephalochordates are due to their chordate–like features as a larval form
}} "Classifications of organisms in hierarchical systems were in use by the seventeenth and eighteenth centuries. Usually, organisms were grouped according to their morphological similarities as perceived by those early workers, and those groups were then grouped according to '''their''' similarities, and so on, to form a hierarchy."</ref>
:•সকলো* সকলো পৃষ্ঠদণ্ডীৰ দেহৰসেৰে পূৰ্ণ একোটা দেহ গহ্বৰ থাকে, লগতে পেৰিটনিয়াম থাকে।<ref name=Brusca>R.C.Brusca, G.J.Brusca. ''Invertebrates.'' Sinauer Associates, Sunderland Mass 2003 (2nd ed.), p.&nbsp;47, {{ISBN|0-87893-097-3}}.</ref>
 
==নিকট সম্বন্ধীয় অপৃষ্ঠদণ্ডীসমূহ==
"https://as.wikipedia.org/wiki/ক%27ৰডাটা"ৰ পৰা অনা হৈছে