লাডাখ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
বানান শুধৰণি
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
59 নং শাৰী:
| footnotes =
}}
'''লাডাখ''' উত্তৰ [[ভাৰত]]ৰ এক কেন্দ্ৰীয়শাসিতকেন্দ্ৰীয় শাসিত অঞ্চল। লাডাখ এলেকা [[কাৰাকোৰাম]] ৰেঞ্জৰ [[চিয়াচেন]]ৰ পৰা দক্ষিণত [[হিমালয়]]লৈকে। লাডাখবাসী মূলতঃ ভাৰতীয়-আৰ্য আৰু তিব্বতী মূলৰ।<ref>{{cite book |title = Ladakh: The Land and the People |last = Jina |first = Prem Singh |year = 1996 |publisher = Indus Publishing |isbn = 978-81-7387-057-6 }}</ref><ref>{{cite web |url = http://news.bbc.co.uk/2/shared/spl/hi/south_asia/03/kashmir_future/html/default.stm |title = In Depth-the future of Kashmir |publisher=[[BBC News]] |accessdate = 16 April 2013}}</ref> লাডাখৰ জনঘনত্ব ভাৰতৰ প্ৰেক্ষাপটত অতিকৈ কম আৰু এই অঞ্চলৰ সংস্কৃতিও তিব্বতী সংস্কৃতিৰ সৈতে মিলে। লাডাখ নিজৰ পৰ্বতীয়া সৌন্দৰ্য আৰু সংস্কৃতিৰ বাবে জনাজাত।
 
ঐতিহাসিকভাৱে লাডাখে [[বালতিস্তান]] (বাল্টিয়ুল) উপত্যকা (বৰ্তমানে প্ৰায় অংশ [[পাকিস্তান]]ত আছে), উজনি [[সিন্ধু নদী|সিন্ধু উপত্যকা]], জান্স্কাৰ, লাহৌল আৰু স্পিটি, ঙাৰি (ৰুডক, গুগে সামৰি) আক্সাই চিন (কুন-লুন সামৰি), উত্তৰত খাৰ্ডং লাৰ নুব্ৰা উপত্যকালৈকে সামৰিছিল। বৰ্তমানৰ লাডাখৰ সীমাত পূব দিশে [[তিব্বত স্বায়ত্তশাসিত অঞ্চল|তিব্বত]], দক্ষিণে লাহৌল আৰু স্পিটি, পশ্চিমে কাশ্মীৰ, জম্মু আৰু বাল্টিয়ুল আৰু উত্তৰে [[চীন]]ৰ [[চিঞ্জিয়াং]] আছে।
"https://as.wikipedia.org/wiki/লাডাখ"ৰ পৰা অনা হৈছে