মাইকেল জেকচন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা |
অNo edit summary টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা |
||
36 নং শাৰী:
}}
}}
'''মাইকেল জোচেফ জেকচন''' (২৯ আগষ্ট ১৯৫৮ – ২৫ জুন ২০০৯) এগৰাকী আমেৰিকান গায়ক, গীতিকাৰ আৰু নৃত্যশিল্পী।<!--DO NOT add more occupations per [[Talk:Michael Jackson/Archive 31#Lead sentence format]]--> তেওঁক "কিং অফ পপ" বা "পপ সংগীতৰ ৰজা" হিচাপে অভিহিত কৰা হয়। তেওঁক বিংশ শতিকাৰ আটাইতকৈ বেছি প্ৰভাৱশালী সংস্কৃতিক ব্যক্তিত্ব অন্যতম হিচাপে জনা যায়। চাৰি দশকজোৰা কালছোৱাত তেওঁ সংগীত, নৃত্য আৰু ফেশ্বনৰ জগতলৈ আগবঢ়োৱা অনবদ্য অৱদান আৰু তেওঁৰ ব্যক্তিগত জীৱনৰ ৰাজহুৱাকৰণৰ বাবে জনপ্ৰিয় মাধ্যমত গোলকীয় তাৰকা ব্যক্তিত্বত পৰিগণিত হৈছিল।
জেকচন পৰিয়ালৰ অষ্টম সন্তান মাইকেল জেকচনে তেওঁৰ জ্যেষ্ঠ ভাতৃ জেকী, টিটো, জেৰমাইন, আৰু মাৰলনৰ সৈতে দা জেকচন ৫ দলৰ সদস্য হিচাপে ১৯৬৪ চনত পেশাদাৰী শিল্পী হিচাপে আত্মপ্ৰকাশ কৰিছিল। ১৯৭১ চনত তেওঁ পোনপ্ৰথমবাৰৰ বাবে ম'টাউন ৰেকৰ্ডছ লগত একক শিল্পী হিচাপে চুক্তিবদ্ধ হৈছিল। ১৯৮০ৰ দশকত তেওঁ নিজকে জনপ্ৰিয় সংগীতৰ এজন প্ৰভাৱশালী ব্যক্তিত্ব হিচাপে প্ৰতিষ্ঠা কৰিছিল। ১৯৮২ চনৰ তেওঁৰ এলবাম "থ্ৰীলাৰ"ৰ গান সমূহ "বিট ইট", "বিলী জীন","থ্ৰীলাৰ"
আদিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৃষ্ণাংগ সমূহৰ বিৰুদ্ধে বৰ্ণবৈষম্যৰ অন্ত পেলাই পৰিবৰ্তনৰ মাধ্যম হিচাপে ব্যৱহৃত হৈছিল। তেওঁৰ গীত সমূহৰ জনপ্ৰিয়তাৰ বাবে এমটিভি চেনেলে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ ১৯৮৭ চনৰ এলবাম "বেড" আমেৰিকাৰ বিলবৰ্ডত পাঁচটা গীত "বিলবৰ্ড হট ১০০"ত অন্তৰ্ভুক্ত হোৱা প্ৰথম এলবাম।{{refn|"[[I Just Can't Stop Loving You]]", "[[Bad (Michael Jackson song)|Bad]]", "[[The Way You Make Me Feel]]", "[[Man in the Mirror]]", and "[[Dirty Diana]]".|group=nb}} তাৰপিছত তেওঁ ১৯৯০ৰ দশকত "ব্লেক এণ্ড হোৱাইট" আৰু "স্ক্ৰীম" আদিৰ দৰে নতুন শৈলীৰ ভিডিঅ' প্ৰকাশ কৰিছিল আৰু গোটেই বিশ্বতে কনচাৰ্ট পৰিবেশন বাবে জনাজাত হৈছিল। তেওঁৰ মঞ্চ আৰু ভিডিঅ' সমূহত অতি জটিল নৃত্যশৈলী যেনে ''মুনৱাক'' আদিক জনপ্ৰিয় কৰিছিল। তেওঁৰ নৃত্য শৈলী আৰু শব্দৰ বিশেষ ভংগীমায়ে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ শিল্পী আৰু বিভিন্ন সংগীত শৈলীক অনুপ্ৰাণিত কৰিছিল।
মাইকেল জেকচনৰ এলবাম আৰু গীত সমূহ সৰ্বকালৰ সৰ্বাধিক এলবাম বিক্ৰীৰ অভিলেখ গঢ়া সকলৰ ভিতৰত অন্যতম। গোটেই বিশ্বতে তেওঁৰ আনুমানিক ৩৫০ মিলিয়ন ৰেকৰ্ড বিক্ৰী হৈছে।{{refn|group=nb|
''[[The Wall Street Journal]]'' and other news sites report that the 750 million units sold by Michael Jackson is an inflated figure, initially claimed in 2006 by [[Raymone Bain]],<ref>{{cite news|first= Raymone K. |last= Bain |date= October 31, 2006 |url= http://www.mjtmc.com/news/details.aspx?lang=EN&module=AHAA&baseModule=AHAA&news_id=1062&page=1 |archivedate= February 17, 2007 |title= Statement from Raymone Bain to all fans and fanclubs|archiveurl= https://web.archive.org/web/20070217114004/http://www.mjtmc.com/news/details.aspx?lang=EN&module=AHAA&baseModule=AHAA&news_id=1062&page=1 |publisher= Mjtmc.com}}</ref>
}} ''Thriller'' is the [[List of best-selling albums|best-selling album of all time]], with estimated sales of 66 million copies worldwide. His other albums, including ''[[Off the Wall]]'' (1979), ''Bad'' (1987), ''[[Dangerous (Michael Jackson album)|Dangerous]]'' (1991), and ''[[HIStory: Past, Present and Future, Book I|HIStory]]'' (1995), also rank among the world's best-selling. He won [[List of awards and nominations received by Michael Jackson|hundreds of awards]] (more than any other artist in the history of popular music), has been inducted into the [[Rock and Roll Hall of Fame]] twice, and is the only pop or rock artist to have been inducted into the [[National Museum of Dance and Hall of Fame|Dance Hall of Fame]]. His [[Records and achievements of Michael Jackson|other achievements]] include [[Guinness World Records|Guinness world records]] (including the Most Successful Entertainer of All Time), 15 [[Grammy Award]]s (including the [[Grammy Legend Award|Legend]] and [[Grammy Lifetime Achievement Award|Lifetime Achievement]] awards), 26 [[American Music Awards]] (more than any other artist), and 13 [[List of artists by number of Billboard Hot 100 number-one singles|number-one US singles]] (more than any other male artist in the Hot 100 era). Jackson was the first artist to have a top ten single in the ''Billboard'' Hot 100 in five different decades. In 2016, his estate earned $825 million, the highest yearly amount for a celebrity ever recorded by ''[[Forbes]]''.
In the late 1980s, Jackson became a figure of controversy for his [[Health and appearance of Michael Jackson|changing appearance]], [[Personal relationships of Michael Jackson|relationships]], behavior and lifestyle. In 1993, he was [[1993 child sexual abuse accusations against Michael Jackson|accused of sexually abusing the child]] of a family friend. The lawsuit was settled out of court, and Jackson was not indicted. In 2005, he was [[Trial of Michael Jackson|tried and acquitted]] of further child sexual abuse allegations and several other charges. In 2009, while preparing for a series of comeback concerts, ''[[This Is It (concert residency)|This Is It]]'', [[Death of Michael Jackson|Jackson died]] from an overdose of sedatives administered by his personal physician, [[Conrad Murray]]. Jackson's fans around the world expressed their grief, and his [[Michael Jackson memorial service|public memorial service]] was broadcast live. The 2019 documentary ''[[Leaving Neverland]]'' details child sexual abuse allegations from two former child friends of Jackson, which led to an international backlash against him and drew criticism from his fans and associates.
<!-- PER WP:LEADCITE, INFO IN THE LEAD IS CITED IN THE BODY -->
==তথ্য উৎস==
{{reflist}}
|