মাইকেল জেকচন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
অNo edit summary টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা |
অNo edit summary টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা |
||
39 নং শাৰী:
জেকচন পৰিয়ালৰ অষ্টম সন্তান মাইকেল জেকচনে তেওঁৰ জ্যেষ্ঠ ভাতৃ জেকী, টিটো, জেৰমাইন, আৰু মাৰলনৰ সৈতে দা জেকচন ৫ দলৰ সদস্য হিচাপে ১৯৬৪ চনত পেশাদাৰী শিল্পী হিচাপে আত্মপ্ৰকাশ কৰিছিল। ১৯৭১ চনত তেওঁ পোনপ্ৰথমবাৰৰ বাবে ম'টাউন ৰেকৰ্ডছ লগত একক শিল্পী হিচাপে চুক্তিবদ্ধ হৈছিল। ১৯৮০ৰ দশকত তেওঁ নিজকে জনপ্ৰিয় সংগীতৰ এজন প্ৰভাৱশালী ব্যক্তিত্ব হিচাপে প্ৰতিষ্ঠা কৰিছিল। ১৯৮২ চনৰ তেওঁৰ এলবাম "থ্ৰীলাৰ"ৰ গান সমূহ "বিট ইট", "বিলী জীন","থ্ৰীলাৰ"
আদিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৃষ্ণাংগ সমূহৰ বিৰুদ্ধে বৰ্ণবৈষম্যৰ অন্ত পেলাই পৰিবৰ্তনৰ মাধ্যম হিচাপে ব্যৱহৃত হৈছিল। তেওঁৰ গীত সমূহৰ জনপ্ৰিয়তাৰ বাবে এমটিভি চেনেলে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ ১৯৮৭ চনৰ এলবাম "বেড" আমেৰিকাৰ বিলবৰ্ডত পাঁচটা গীত "বিলবৰ্ড হট ১০০"ত অন্তৰ্ভুক্ত হোৱা প্ৰথম এলবাম।
}} ৬৬ মিলিয়নকৈ বেছি তেওঁৰ ''থ্ৰীলাৰ'' এলবাম বিশ্বৰ আটাইতকৈ বেছি বিক্ৰী হোৱা এলবামৰ অন্যতম। তেওঁৰ অন্যান্য এলবাম যেনে "অফ দা ৱাল" (১৯৭৯), "বেড" (১৯৮৭), "ডেনজাৰাছ" (১৯৯১), আৰু "হিষ্ট্রী" (১৯৯৫) বিশ্বৰ আটাইতকৈ বেছি বিক্ৰী হোৱা এলবামৰ তালিকাত স্থান লাভ কৰিছে। তেওঁ অগণন বঁটা আৰু সন্মান লাভ কৰিছে। পপ মিউজিকৰ ইতিহাসত তেওঁৰ সমান বঁটা আৰু সন্মান কোনেও লাভ কৰা নাই। তেওঁক দুবাৰ "ৰক এণ্ড ৰল হল অফ ফেম"ত স্থান লাভ কৰিছিল আৰু ৰাষ্ট্ৰীয় নৃত্য যাদুঘৰৰ হল অফ ফেমত স্থান লাভ কৰা একমাত্র ৰক শিল্পী। তেওঁৰ অন্যান্য উপলব্ধি সমূহ হল: গীনিছ বিশ্ব ৰেকৰ্ডছ, ১৫ টা [[গ্ৰেমী বঁটা]] (গ্ৰেমী লেজেণ্ড আৰু জীৱনজোৰা সাধনা বঁটাৰ সৈতে), ২৬ টা আমেৰিকান সংগীত বঁটা আৰু আমেৰিকাৰ বিলবৰ্ডত প্ৰথম স্থানত থকা ১৩ টা গীত। তেওঁ বিলবৰ্ড হট ১০০ৰ শীৰ্ষ দহৰ ভিতৰত পাঁচটা ভিন্ন দশক স্থান লাভ কৰা একমাত্ৰ শিল্পী। ২০১৬ চনত তেওঁ ফৰ্বছ আলোচনীৰ মতে বছৰি ৮২৫ [[আমেৰিকান ডলাৰ]] উপাৰ্জন কৰি বিশ্বৰ সৰ্বোচ্চ ধন উপাৰ্জন কৰা তাৰকাত পৰিগণিত হৈছিল।
▲''[[The Wall Street Journal]]'' and other news sites report that the 750 million units sold by Michael Jackson is an inflated figure, initially claimed in 2006 by [[Raymone Bain]],<ref>{{cite news|first= Raymone K. |last= Bain |date= October 31, 2006 |url= http://www.mjtmc.com/news/details.aspx?lang=EN&module=AHAA&baseModule=AHAA&news_id=1062&page=1 |archivedate= February 17, 2007 |title= Statement from Raymone Bain to all fans and fanclubs|archiveurl= https://web.archive.org/web/20070217114004/http://www.mjtmc.com/news/details.aspx?lang=EN&module=AHAA&baseModule=AHAA&news_id=1062&page=1 |publisher= Mjtmc.com}}</ref> সেইসময়ত তেওঁ অতি জনপ্ৰিয় আদি আৰু তেওঁৰ জনপ্ৰিয়তাৰ বাবেই তেওঁৰ এলবামৰ বিক্ৰী বাঢ়িছিল।<ref>{{cite news|first= David |last= Lara |title= Michael Jackson's 'Bad' Gets a Revamp and More Inflated Sales! |publisher= [[ImpreMedia]] |date= May 12, 2012 |accessdate= January 17, 2013 |url= http://www.impre.com/la-gente-dice/viewArticle.action?articleId=281474978979962}}</ref><ref name="WSJ">{{cite news|first= Carl |last= Bialik |title= Spun: The Off-the-Wall Accounting of Record Sales |newspaper= [[The Wall Street Journal]] |date= July 15, 2009 |url= https://www.wsj.com/articles/SB124760651612341407 |accessdate= January 17, 2013}}</ref> Since 2006, several sources such as RIAA, ''[[Rolling Stone]]'', and ''[[Time (magazine)|Time]]'' have claimed that Michael Jackson has sold 750 million units (or even 1 billion);<ref name="RIAA"/><ref>{{cite magazine|first= Kory |last= Grow |title= Michael Jackson's 'Thriller' Is First Album to Sell 30 Million Copies |magazine= Rolling Stone |url= https://www.rollingstone.com/music/news/michael-jacksons-thriller-is-first-album-to-sell-30-million-copies-20151216 |date= December 16, 2015 |accessdate= May 29, 2016}}</ref><ref>{{cite magazine|first= Alicia |last= Adamczyk |title= Michael Jackson's 'Thriller' Just Smashed Another Record |date= December 16, 2015 |magazine= [[Time (magazine)|Time]] |url= http://time.com/money/4151215/michael-jacksons-thriller-album-sales-record/ |accessdate= May 29, 2016}}</ref> Adrian Strain, a representative from the [[International Federation of the Phonographic Industry]] (IFPI) has disputed this figure.<ref name="WSJ"/>
In the late 1980s, Jackson became a figure of controversy for his [[Health and appearance of Michael Jackson|changing appearance]], [[Personal relationships of Michael Jackson|relationships]], behavior and lifestyle. In 1993, he was [[1993 child sexual abuse accusations against Michael Jackson|accused of sexually abusing the child]] of a family friend. The lawsuit was settled out of court, and Jackson was not indicted. In 2005, he was [[Trial of Michael Jackson|tried and acquitted]] of further child sexual abuse allegations and several other charges. In 2009, while preparing for a series of comeback concerts, ''[[This Is It (concert residency)|This Is It]]'', [[Death of Michael Jackson|Jackson died]] from an overdose of sedatives administered by his personal physician, [[Conrad Murray]]. Jackson's fans around the world expressed their grief, and his [[Michael Jackson memorial service|public memorial service]] was broadcast live. The 2019 documentary ''[[Leaving Neverland]]'' details child sexual abuse allegations from two former child friends of Jackson, which led to an international backlash against him and drew criticism from his fans and associates.
|