মাইকেল জেকচন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
41 নং শাৰী:
আদিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৃষ্ণাংগ সমূহৰ বিৰুদ্ধে বৰ্ণবৈষম্যৰ অন্ত পেলাই পৰিবৰ্তনৰ মাধ্যম হিচাপে ব্যৱহৃত হৈছিল। তেওঁৰ গীত সমূহৰ জনপ্ৰিয়তাৰ বাবে এমটিভি চেনেলে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ ১৯৮৭ চনৰ এলবাম "বেড" আমেৰিকাৰ বিলবৰ্ডত পাঁচটা গীত "বিলবৰ্ড হট ১০০"ত অন্তৰ্ভুক্ত হোৱা প্ৰথম এলবাম। তাৰপিছত তেওঁ ১৯৯০ৰ দশকত "ব্লেক এণ্ড হোৱাইট" আৰু "স্ক্ৰীম" আদিৰ দৰে নতুন শৈলীৰ ভিডিঅ' প্ৰকাশ কৰিছিল আৰু গোটেই বিশ্বতে কনচাৰ্ট পৰিবেশন বাবে জনাজাত হৈছিল। তেওঁৰ মঞ্চ আৰু ভিডিঅ' সমূহত অতি জটিল নৃত্যশৈলী যেনে ''মুনৱাক'' আদিক জনপ্ৰিয় কৰিছিল। তেওঁৰ নৃত্য শৈলী আৰু শব্দৰ বিশেষ ভংগীমায়ে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ শিল্পী আৰু বিভিন্ন সংগীত শৈলীক অনুপ্ৰাণিত কৰিছিল।
 
মাইকেল জেকচনৰ এলবাম আৰু গীত সমূহ সৰ্বকালৰ সৰ্বাধিক এলবাম বিক্ৰীৰ অভিলেখ গঢ়া সকলৰ ভিতৰত অন্যতম। গোটেই বিশ্বতে তেওঁৰ আনুমানিক ৩৫০ মিলিয়ন ৰেকৰ্ড বিক্ৰী হৈছে।<ref>{{cite news|first= Raymone K. |last= Bain |date= October 31, 2006 |url= http://www.mjtmc.com/news/details.aspx?lang=EN&module=AHAA&baseModule=AHAA&news_id=1062&page=1 |archivedate= February 17, 2007 |title= Statement from Raymone Bain to all fans and fanclubs|archiveurl= https://web.archive.org/web/20070217114004/http://www.mjtmc.com/news/details.aspx?lang=EN&module=AHAA&baseModule=AHAA&news_id=1062&page=1 |publisher= Mjtmc.com}}</ref> সেইসময়ত তেওঁ অতি জনপ্ৰিয় আদি আৰু তেওঁৰ জনপ্ৰিয়তাৰ বাবেই তেওঁৰ এলবামৰ বিক্ৰী বাঢ়িছিল।<ref>{{cite news|first= David |last= Lara |title= Michael Jackson's 'Bad' Gets a Revamp and More Inflated Sales! |publisher= [[ImpreMedia]] |date= May 12, 2012 |accessdate= January 17, 2013 |url= http://www.impre.com/la-gente-dice/viewArticle.action?articleId=281474978979962}}</ref><ref name="WSJ">{{cite news|first= Carl |last= Bialik |title= Spun: The Off-the-Wall Accounting of Record Sales |newspaper= [[The Wall Street Journal]] |date= July 15, 2009 |url= https://www.wsj.com/articles/SB124760651612341407 |accessdate= January 17, 2013}}</ref> ২০০৬ চনৰ পৰা বিভিন্ন উৎস যেনে ৰিয়া, ৰলিং ষ্টন আৰু টাইম আলোচনীৰ মতে তেওঁৰ ৭৫০ মিলিয়নতকৈ বেছি (১ বিলয়ন পৰ্যন্ত) ৰেকৰ্ড বিক্ৰী হৈছে।<ref name="RIAA"/><ref>{{cite magazine|first= Kory |last= Grow |title= Michael Jackson's 'Thriller' Is First Album to Sell 30 Million Copies |magazine= Rolling Stone |url= https://www.rollingstone.com/music/news/michael-jacksons-thriller-is-first-album-to-sell-30-million-copies-20151216 |date= December 16, 2015 |accessdate= May 29, 2016}}</ref><ref>{{cite magazine|first= Alicia |last= Adamczyk |title= Michael Jackson's 'Thriller' Just Smashed Another Record |date= December 16, 2015 |magazine= [[Time (magazine)|Time]] |url= http://time.com/money/4151215/michael-jacksons-thriller-album-sales-record/ |accessdate= May 29, 2016}}</ref><ref name="WSJ"/>
}} ৬৬ মিলিয়নকৈ বেছি তেওঁৰ ''থ্ৰীলাৰ'' এলবাম বিশ্বৰ আটাইতকৈ বেছি বিক্ৰী হোৱা এলবামৰ অন্যতম। তেওঁৰ অন্যান্য এলবাম যেনে "অফ দা ৱাল" (১৯৭৯), "বেড" (১৯৮৭), "ডেনজাৰাছ" (১৯৯১), আৰু "হিষ্ট্রী" (১৯৯৫) বিশ্বৰ আটাইতকৈ বেছি বিক্ৰী হোৱা এলবামৰ তালিকাত স্থান লাভ কৰিছে। তেওঁ অগণন বঁটা আৰু সন্মান লাভ কৰিছে। পপ মিউজিকৰ ইতিহাসত তেওঁৰ সমান বঁটা আৰু সন্মান কোনেও লাভ কৰা নাই। তেওঁক দুবাৰ "ৰক এণ্ড ৰল হল অফ ফেম"ত স্থান লাভ কৰিছিল আৰু ৰাষ্ট্ৰীয় নৃত্য যাদুঘৰৰ হল অফ ফেমত স্থান লাভ কৰা একমাত্র ৰক শিল্পী। তেওঁৰ অন্যান্য উপলব্ধি সমূহ হল: গীনিছ বিশ্ব ৰেকৰ্ডছ, ১৫ টা [[গ্ৰেমী বঁটা]] (গ্ৰেমী লেজেণ্ড আৰু জীৱনজোৰা সাধনা বঁটাৰ সৈতে), ২৬ টা আমেৰিকান সংগীত বঁটা আৰু আমেৰিকাৰ বিলবৰ্ডত প্ৰথম স্থানত থকা ১৩ টা গীত। তেওঁ বিলবৰ্ড হট ১০০ৰ শীৰ্ষ দহৰ ভিতৰত পাঁচটা ভিন্ন দশক স্থান লাভ কৰা একমাত্ৰ শিল্পী। ২০১৬ চনত তেওঁ ফৰ্বছ আলোচনীৰ মতে বছৰি ৮২৫ [[আমেৰিকান ডলাৰ]] উপাৰ্জন কৰি বিশ্বৰ সৰ্বোচ্চ ধন উপাৰ্জন কৰা তাৰকাত পৰিগণিত হৈছিল।
 
১৯৮০ৰ দশকত তেওঁ সঘনে নিজৰ ৰূপ সলনি কৰা, ব্যক্তিগত সম্পৰ্ক, ব্যৱহাৰ আৰু জীৱন-ধাৰণ বাবে বিতৰ্কত সোমাইছিল। ১৯৯৩ চনত তেওঁ পাৰিবাৰিক বন্ধুৰ শিশু যৌন নিৰ্যাতনৰ বাবে অভিযুক্ত হৈছিল। এই অভিযোগ ন্যায়ালয়ৰ বাহিৰতে নিষ্পত্তি হৈছিল। ২০০৫ চনত তেওঁ ওপৰত আকৌ শিশু যৌন নিৰ্যাতনৰ মুকৰ্দমা চলে। ২০০৯ চনত "দিছ ইজ ইট"ৰ কনচাৰ্টৰ প্ৰস্তুতি চলাই থকা অৱস্থাত অত্যাধিক একিউট প্ৰ'প'ফল আৰু বেঞ্জডিয়াজেপাইন বিষক্ৰিয়াৰ ফলত হৃদক্ৰিয়া বন্ধ হৈ তেওঁৰ মৃত্যু হয়। তেওঁৰ মৃত্যুৰ বাবে তেওঁৰ ব্যক্তিগত চিকিৎসক কৰনাৰ্ড মুৰেক জগৰীয়া কৰা হয়। তেওঁৰ মৃত্যুত গোটেই বিশ্বতে তেওঁৰ অনুৰাগীসকলৰ মনত শোকৰ ছাঁ পৰে।
In the late 1980s, Jackson became a figure of controversy for his [[Health and appearance of Michael Jackson|changing appearance]], [[Personal relationships of Michael Jackson|relationships]], behavior and lifestyle. In 1993, he was [[1993 child sexual abuse accusations against Michael Jackson|accused of sexually abusing the child]] of a family friend. The lawsuit was settled out of court, and Jackson was not indicted. In 2005, he was [[Trial of Michael Jackson|tried and acquitted]] of further child sexual abuse allegations and several other charges. In 2009, while preparing for a series of comeback concerts, ''[[This Is It (concert residency)|This Is It]]'', [[Death of Michael Jackson|Jackson died]] from an overdose of sedatives administered by his personal physician, [[Conrad Murray]]. Jackson's fans around the world expressed their grief, and his [[Michael Jackson memorial service|public memorial service]] was broadcast live. The 2019 documentary ''[[Leaving Neverland]]'' details child sexual abuse allegations from two former child friends of Jackson, which led to an international backlash against him and drew criticism from his fans and associates.
<!-- PER WP:LEADCITE, INFO IN THE LEAD IS CITED IN THE BODY -->