লিটাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ২০১৭ উৎস সম্পাদনা
1 নং শাৰী:
'''লিটাৰ''' ([[ইংৰাজী ভাষা|ইংৰাজীত]] Litre বা Liter) হ'ল [[মেট্ৰিক একক|মেট্ৰিক পদ্ধতিত]] আয়তনৰ একক। এক লিটাৰ হ'ল ১০০০ ঘন চেণ্টিমিটাৰৰ সমান। লিটাৰ শব্দটোৰ আন্তৰ্জাতিক প্ৰতিশব্দ হ'ল litre আৰু আমেৰিকান প্ৰতিশব্দ হ'ল liter, ইয়াৰ এছ আই চিহ্ন L বা l <ref name= SIborchure/> অন্য এটি চিহ্ন ℓ ৰ জৰিয়তেও লিটাৰক প্ৰতিনিধিত্ব কৰা হয়। ই ১ঘন ডেচিমিটাৰ(dm3), ১,০০০ ঘন চেণ্টিমিটাৰ(cm3) বা ১/১,০০০ ঘনমিটাৰৰ সৈতে সমান। ১ ঘন ডেচিমিটাৰ বুলিলে আয়তন হিচাপত ১০চেমি × ১০চেমি × ১০চেমি আৰু ই এহেজাৰ ভাগৰ ১ ঘনমিটাৰৰ সৈতে সমান।
ফৰাছী মেট্ৰিক পদ্ধতিত লিটাৰক মূল একক হিচাপে ব্যৱহাৰ কৰিছিল। লিটাৰৰ মূল শব্দটো, পুৰণি ফৰাছী শব্দ 'লিট্ৰণ' প্ৰকৃততে এটি গ্ৰীক শব্দ আৰু গ্ৰীক ভাষাত এই এককটো আয়তনৰ পৰিৱৰ্তে ওজনৰ একক হিচাপে হে ব্যৱহাৰ কৰিছিল<ref>Collins English Dictionary</ref> আৰু ই প্ৰায় ০.৮৩১ৰ সমান। লিটাৰ এককটো মেট্ৰিক পদ্ধতিত বহু ক্ষেত্ৰত ব্যৱহাৰ হৈছিল আৰু পিছলৈ ইয়াক এছ আই পদ্ধতিত ব্যৱহাৰ বাবে সিদ্ধান্ত লোৱা হয়।<ref name="BIPM2006">[http://www.bipm.org/utils/common/pdf/si_brochure_8_en.pdf Bureau International des Poids et Mesures, 2006], p. 124. ("Days" and "hours" are examples of other non-SI units that SI accepts.)</ref> কিন্তু ই, এছ আই একক নহয়। আয়তনৰ এছ. আই একক হ'ল ঘন মিটাৰ (m3)।
 
{{Infobox unit
| name = লিটাৰ (Litre)
| image = [[File:CubeLitre.svg|200px]]
| caption = '''এক লিটাৰ''' পৰিমাণ হ'ল এক ১<br/>ঘনক্ষেত্ৰৰ ঘনআয়তন যাৰ 10প্ৰতিটো বাহু ১০&nbsp;চেমি চাইটচেণ্টিমিটাৰৰ
| standard = [[International System of Units#Non-SI units accepted for use with SI|Non-SI unit accepted for use with SI]]
| quantity = [[Volumeআয়তন]]
| symbol = লি. বা l<ref name=SIborchure /> ({{Litre}}) অথবা L<ref name=SIborchure>{{SIbrochure8th|page = 124}}</ref>
| dimension = L<sup>3</sup>&nbsp;&nbsp;:<ref name="NB_Dimension">The SI standard recommends a sans-serif uppercase letter "L" for the dimension symbol of the length. An uppercase "L" is also one of the official symbols for the litre itself (the other being a lowercase letter "l"). Since unit symbols and dimension symbols are used in different contexts, this does not normally cause confusion.</ref>)
| namedafter =
| extralabel = [[আন্তৰ্জাতিক একক পদ্ধতি|এছ আই পদ্ধতিত]]
| extralabel = In [[SI base unit]]s:
| extradata = 1&nbsp;L = 10<sup>−3</sup> [[metre|m]]<sup>3</sup>
}}
'''লিটাৰ''' ([[ইংৰাজী ভাষা|ইংৰাজীত]] Litre বা Liter) হ'ল [[মেট্ৰিক একক|মেট্ৰিক পদ্ধতিত]] আয়তনৰ একক। এক লিটাৰ হ'ল ১০০০ ঘন চেণ্টিমিটাৰৰ সমান। লিটাৰ শব্দটোৰ আন্তৰ্জাতিক প্ৰতিশব্দ হ'ল litre আৰু আমেৰিকান প্ৰতিশব্দ হ'ল liter, ইয়াৰ এছ আই চিহ্ন L বা l <ref name= SIborchure/> অন্য এটি চিহ্ন ℓ ৰ জৰিয়তেও লিটাৰক প্ৰতিনিধিত্ব কৰা হয়। ই ১ঘন১ ঘন ডেচিমিটাৰ (dm3dm<sup>3</sup>), ১,০০০ ঘন চেণ্টিমিটাৰ (cm3cm<sup>3</sup>) বা ১/১,০০০ ঘনমিটাৰৰ সৈতে সমান। ১ ঘন ডেচিমিটাৰ বুলিলে আয়তন হিচাপত ১০চেমি১০ চেমি × ১০চেমি১০ চেমি × ১০চেমি১০ চেমি আৰু ই এহেজাৰ ভাগৰ ১ ঘনমিটাৰৰ সৈতে সমান।
 
ফৰাছীফৰাচী মেট্ৰিক পদ্ধতিত লিটাৰক মূল একক হিচাপে ব্যৱহাৰ কৰিছিল। লিটাৰৰ মূল শব্দটো, পুৰণি ফৰাছীফৰাচী শব্দ 'লিট্ৰণ' প্ৰকৃততে এটি গ্ৰীক শব্দ আৰু গ্ৰীক ভাষাত এই এককটো আয়তনৰ পৰিৱৰ্তে ওজনৰ একক হিচাপে হে ব্যৱহাৰ কৰিছিল<ref>Collins English Dictionary</ref> আৰু ই প্ৰায় ০.৮৩১ৰ সমান। লিটাৰ এককটো মেট্ৰিক পদ্ধতিত বহু ক্ষেত্ৰত ব্যৱহাৰ হৈছিল আৰু পিছলৈ ইয়াক [[আন্তৰ্জাতিক একক পদ্ধতি|এছ আই পদ্ধতিত ]] ব্যৱহাৰ বাবে সিদ্ধান্ত লোৱা হয়।<ref name="BIPM2006">[http://www.bipm.org/utils/common/pdf/si_brochure_8_en.pdf Bureau International des Poids et Mesures, 2006], p. 124. ("Days" and "hours" are examples of other non-SI units that SI accepts.)</ref> কিন্তু ই, এছ আই একক নহয়। আয়তনৰ এছ. আই একক হ'ল ঘন মিটাৰ (m3m<sup>3</sup>)।
 
== সংজ্ঞা আৰু সমতুল্য হিচাপ ==
Line 20 ⟶ 21:
* ১ L = ০.০০১ m³
 
পূৰ্বে ১ লিটাৰ বুলিলে প্ৰমাণ তাপমাত্ৰা আৰ চাপৰ ১ [[কিলোগ্রামকিলোগ্ৰাম]] বিশুদ্ধ পানীৰ আয়তনক বুজোৱা হৈছিল। মেট্ৰিক পদ্ধতিৰ আয়তনৰ মূল একক হৈছে লিটাৰ।
 
=== সমতূল্য হিচাপ ===
এটি ঘনবস্তু, যাৰ প্ৰতিটো ধাৰৰ দৈর্ঘ্যদৈৰ্ঘ্য ১০ চেন্টিমিটাৰ, তাৰ আয়তন ১ লিটাৰৰ সমান। ১ ঘনফুটত প্ৰায় ২৭ লিটাৰ হৈ থাকে।
 
== লিটাৰৰ আগত যুক্ত হোৱা এছ আই প্ৰেফিক্স ==
Line 62 ⟶ 63:
 
== নামৰ উৎস ==
লিটাৰ শব্দটি আহিছে ফৰাছীফৰাচী একক লিট্ৰোঁৰ পৰা। ১৭৯৫ চনত পোন প্ৰথম ফ্ৰান্সতেই এই লিটাৰ এককটি প্ৰজাতান্ত্রিকপ্ৰজাতান্ত্ৰিক ভাৱে ব্যৱহাৰ হৈছিল আৰু ই ১ঘন ডেচিমিটাৰ বুজাইছিল।<ref name=1795def>
{{cite web
| url = http://www.metrodiff.org/cmsms/index.php?page=18_germinal_an_3
Line 73 ⟶ 74:
</ref>
 
== অন্যান্য মে্ট্ৰিকমেট্ৰিক হিচাপৰ সৈতে সম্পৰ্ক ==
;আয়তন
 
#* ১ µL (মাইক্ৰ'লিটাৰ) = ১&nbsp;mm³ (ঘন মিলিমিটাৰ)
#* ১ mL (মিলিলিটাৰ) = ১&nbsp;cm³ (ঘন চেন্টিমিটাৰ)
* ১ ঘনফুট পানী = ২৮.৩ লিটাৰ =৭.৫ গেলন =৬২.৪ পাউণ্ড =২৮.৩ কেজি।
 
ক)*ঘনফুটঘনমিটাৰ পানী = ২৮.৩১০০০ লিটাৰ =৭.৫ গেলন =৬২.৪ পাউন্ড =২৮.৩১০০০ কেজি।
* ১ ঘন চেন্টিমিটাৰ পানী = ১ মিলিলিটাৰ= ১ গ্ৰাম।
 
;দৈৰ্ঘ্য (দূৰত্ব)
খ) ১ ঘনমিটাৰ পানী =১০০০ লিটাৰ = ১০০০ কেজি।
ঘ) দৈর্ঘ্য (দূৰত্ব).* ১ চেন্টিমিটাৰ = ১০ মিলিমিটাৰ = ০.৩৯ ইঞ্চি।
 
গ)* ঘনমিটাৰ = ১০০ চেন্টিমিটাৰ পানী= ১০০০ মিলিমিটাৰ = ৩৯.৩৭ ইঞ্চি মিলিলিটাৰ= ১.০৯ গজ = ২.১৯ গ্ৰাম।হাত।
চ)* ১ কিলোমিটাৰ = ১০০০ মিটাৰ = ০.৬২ মাইল = ১০৯০ গজ।
 
ঘ) দৈর্ঘ্য (দূৰত্ব). ১ চেন্টিমিটাৰ = ১০ মিলিমিটাৰ = ০.৩৯ ইঞ্চি।
 
ঙ) ১ মিটাৰ = ১০০ চেন্টিমিটাৰ = ১০০০ মিলিমিটাৰ=৩৯.৩৭ ইঞ্চি=১.০৯ গজ= ২.১৯ হাত।
 
চ) ১ কিলোমিটাৰ=১০০০ মিটাৰ=০.৬২ মাইল=১০৯০ গজ।
 
== পৰিৱৰ্তন ==
Line 96 ⟶ 92:
:<math>\approx</math> 1.056688 মাৰ্কিন তৰল কোৱাৰ্ট
::Inverse: এক মাৰ্কিন তৰল কোৱাৰ্ট ≡ 0.946352946 লিটাৰ
:<math>\approx</math> 0.2641720523 মার্কিনমাৰ্কিন তৰল গেলন
::Inverse: এক মার্কিনমাৰ্কিন তৰল গেলন ≡ 3.785411784 লিটাৰ
:<math>\approx</math> 0.0353146667 ঘন ফুট
::Inverse: এক ঘন ফুট ≡ 28.316846592 লিটাৰ
 
==তথ্যসূত্ৰ==
{{ৰেফলিষ্ট}}
 
[[শ্ৰেণী:জোখ-মাখৰ একক]]
"https://as.wikipedia.org/wiki/লিটাৰ"ৰ পৰা অনা হৈছে