সংহতি তত্ত্ব: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
SlowPhoton (আলোচনা | বৰঙণি) added Category:গণিত using HotCat |
Nayan j Nath (আলোচনা | বৰঙণি) No edit summary টেগ্: ২০১৭ উৎস সম্পাদনা |
||
1 নং শাৰী:
[[Image:Venn A intersect B.svg|thumb|right|এটা [[ভেন চিত্ৰ]]ই দুটা সংহতিৰ সাধাৰণ অংশক বুজাইছে]]
[[চিত্ৰ:Venn A subset B.svg|thumb|<math>A \subseteq B</math>]]
'''সংহতি তত্ত্ব''' গাণিতিক লজিকৰ এটি শাখা য'ত কোনো একে বৈশিষ্ট্য যুক্ত উপাদানৰ গোট সম্পৰ্কীয় আলোচনা কৰা হয়।<ref>https://plato.stanford.edu/entries/set-theory/</ref> বাস্তৱ বা চিন্তা জগতৰ সু-সংজ্ঞাবদ্ধ বস্তুৰ সমাৱেশ বা সংগ্ৰহকে সংহতি বোলে। যেনেঃ অসমীয়া, ইংৰাজি আৰু গণিত এই তিনিটা শিক্ষা বিষয়ক এটা সংহতি। একেদৰে প্ৰথম দহটি অযুগ্ম সংখ্যাৰ সংহতি, পূৰ্ণ সংখ্যাৰ সংহতি, বাস্তৱ সংখ্যাৰ সংহতি ইত্যাদি। প্ৰায়
বিখ্যাত জাৰ্মান গণিতবিদ জৰ্জ
==আৱিষ্কাৰ==
[[File:Georg Cantor 1894.jpg|thumb|160px|জৰ্জ
বিখ্যাত জাৰ্মান গণিতবিদ জৰ্জ কেন্টৰ (১৮৪৫-১৯১৮) সংহতি সম্পৰ্কীয় প্ৰথম ধাৰণা ব্যাখ্যা কৰিছিল। তেৱেঁই সংহতি তত্ত্বৰ প্ৰৱৰ্তক।<ref name="cantor1874">{{citation|last=Cantor|first=Georg|author-link=Georg Cantor|date=|year=1874|title=Ueber eine Eigenschaft des Inbegriffes aller reellen algebraischen Zahlen|url=http://www.digizeitschriften.de/main/dms/img/?PPN=GDZPPN002155583|journal=[[Journal für die reine und angewandte Mathematik]]|language=German|volume=77|issue=|pages=258–262|doi=10.1515/crll.1874.77.258|via=}}</ref><ref>{{citation |first=Philip |last=Johnson |year=1972 |title=A History of Set Theory |publisher=Prindle, Weber & Schmidt |isbn=0-87150-154-6 }}</ref> বৰ্তমান বিভিন্ন গাণিতিক সমস্যা সমাধানৰ ভিত্তি হিচাপে এই সংহতি তত্ত্বৰ ব্যৱহাৰ হয়।
|