বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
43 নং শাৰী:
 
===শিক্ষা===
চফ্ৰাই প্ৰাইমাৰী স্কুল, কাকজান এম ই স্কুল, [[যোৰহাট]] হাইস্কুলৰ পৰা ১৯৪১ চনত মেট্ৰিকুলেচন পাছ, [[কটন মহাবিদ্যালয়]]ৰ পৰা [[বিজ্ঞান]] শাখাত ক্ৰমে ১৯৪৩ চনত উচ্চতৰ মাধ্যমিক আৰু ১৯৪৫ চনত স্নাতক ডিগ্ৰী লাভ ৷ ১৯৫১ চনত বি এ ৷তেওঁ প্ৰাইভেটকৈ [[গুৱাহাটী বিশ্ববিদ্যালয়ৰ]]ৰ পৰা [[অসমীয়া]]ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে ১৯৫৩ চনত৷ ১৯৭৭ চনত ডক্টৰেট ডিগ্ৰী লাভ ৷ গৱেষণাৰ বিষয় আছিল 'অসমীয়া সাহিত্যত ব্যংগ আৰু হাস্যৰস'।
 
===কৰ্মজীৱন===