পলাশীৰ যুদ্ধ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
SlowPhoton (আলোচনা | বৰঙণি) |
No edit summary |
||
35 নং শাৰী:
[[Image:European settlements in India 1501-1739.png|thumb|300px|alt=A map of the Indian subcontinent depicting the European settlements in India in the period from 1501 to 1739|ভাৰতত ইউৰোপীয় উপনিবেশ ১৫০১-১৭৩৯]]
পলাশীৰ যুদ্ধ আছিল বংগৰ নৱাব আৰু তেওঁৰ [[French East India Company|ফ্ৰান্স]]<ref name="cite wdl|2384">{{cite wdl|2384}}</ref> মিত্ৰ সকলৰ বিৰুদ্ধে ব্ৰিটিছ
এই যুদ্ধৰ আৰম্ভ হৈছিল নৱাব চিৰাজ উদ্ দৌলাৰ ব্ৰিটিছ অধ্যুষিত বংগৰ আক্ৰমন আৰু [[Black Hole of Calcutta|ব্লেক হ'ল]] ঘটনাৰ পিছত। এই ঘটনাৰ পিছত বংগ পুনৰ দখল কৰিবলৈ কৰ্নেল [[ৰবাৰ্ট ক্লাইভ]] আৰু এডমিৰেল [[ছাৰ্লচ ৱাটচন]] ৰ অধীনত ব্ৰিটিছে মাদ্ৰাছৰ পৰা সৈন্য পঠায়। এই যুদ্ধত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিপক্ষে যুজিবলৈ নৱাব চিৰাজ উদ্ দৌলাক ফ্ৰান্স ইষ্ট ইণ্ডিয়া কোম্পানীয়ে এটা সৰু সৈন্যদল দি সহায় কৰিছিল। নৱাবৰ সৈন্য শক্তি ব্ৰিটিছৰ তুলনাত বৃহৎ আছিল বাবে ব্ৰিটিছ সকলে নৱাবৰ পদোনতি হোৱা সেনাপ্ৰধান মীৰ জাফৰ আৰু অনান্য সকল যেনে য়াৰ লুতফুল খান, জগত শেঠ, অমিচান্দ, ৰায় দুৰ্লভ আদিৰ সৈতে ষড়যন্ত্ৰ কৰে। যুদ্ধক্ষেত্ৰত মীৰ জাফৰ, য়াৰ লুতফুল খান আৰু ৰায় দুৰ্লভে নিজৰ নিজৰ সৈন্য লৈ অংশ লয় যদিও সৈন্য চালনাৰ পৰা বিৰত থাকে, ফলত চিৰাজ উদ্ দৌলাৰ সৈন্য ৰবাৰ্ট ক্লাইভৰ প্ৰায় ৩,০০০ সৈন্যৰ হাতত পৰাস্ত হয় আৰু নৱাব যুদ্ধক্ষেত্ৰৰ পৰা পলায়ন কৰিবলৈ বাধ্য হয়।
|