প্ৰকৃতি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: {{Multiple image | direction = vertical | image1 = Shaqi_jrvej.jpg | width1 = 250 | caption1 = Shaki Waterfall, Armenia | image2 = Bachalpsee reflection....
 
No edit summary
3 নং শাৰী:
| image1 = Shaqi_jrvej.jpg
| width1 = 250
| caption1 = [[Shakiছাকি Waterfallজলপ্ৰপাত]], Armeniaআৰ্মেনিয়া
| image2 = Bachalpsee reflection.jpg
| width2 = 250
9 নং শাৰী:
| image3 = Galunggung.jpg
| width3 = 250
| caption3 = [[গুলুংগুং]] [[আগ্নেয়গিৰি]]ৰ উদগীৰণৰ সময়ত বিজুলিৰ চমকনি, [[পশ্চিম জাভা]]
| caption3 = [[Lightning]] strikes during the eruption of the [[Galunggung]] [[volcano]], [[West Java]], in 1982
| image4 = Expn7398 (39695069782).jpg
| width4 = 250
| caption4 =সাগৰ Lifeতলিৰ in the abyssal oceansজীৱন
}}
 
ব্যাপক অৰ্থত '''প্ৰকৃতি''' {{En|Nature}} বুলিলে প্ৰাকৃতিক, ভৌতিক বা বস্তুতাত্বিক পৃথীৱাপৃথিৱী বা বিশ্বব্ৰহ্মাণ্ডক বুজায়। "প্ৰকৃতি" শব্দই ভৌতিক পৃথিৱীত ঘটি থকা পৰিঘটনাবোৰ, লগতে জীৱনক নিৰ্দেশ কৰে। প্ৰকৃতিৰ অধ্যয়ন [[বিজ্ঞান]]ৰ এটা বৃহৎ অধ্যায়। যদিও মানুহৰ কামবোৰ প্ৰাকৃতিক পৰিঘটনাৰ পৰা পৃথক বুলি ভবা হয়, তথাপি মানুহো প্ৰকৃতিৰে এটা অংগ।
 
প্ৰকৃতিৰ ইংৰাজী ''nature'' শব্দটো লেটিন শব্দ''natura''ৰ পৰা আহৰণ কৰা হৈছে, ইয়াৰ অৰ্থ হৈছে "essential qualities, innate disposition", আৰু অতীজতে ইয়াৰ আক্ষৰিক অৰ্থ আছিল "জন্ম (birth)"। ''Natura'' হৈছে গ্ৰীক শব্দ ''[[physis]]'' (φύσις)ৰ লেটিন অনুবাদ। ই প্ৰকৃততে উদ্ভিদ, প্ৰাণী আদিৰ অন্তৰ্নিহিত বৈশিষ্ট আৰু পৃথিৱীৰ অন্য বৈশিষ্টৰ সৈতে সম্পৰ্কীত আছিল।<ref>An account of the pre-Socratic use of the concept of φύσις may be found in Naddaf, Gerard (2006) ''The Greek Concept of Nature'', SUNY Press. The word φύσις, while first used in connection with a plant in Homer, occurs very early in Greek philosophy, and in several senses. Generally, these senses match rather well the current senses in which the English word ''nature'' is used, as confirmed by Guthrie, W.K.C. ''Presocratic Tradition from Parmenides to Democritus'' (volume 2 of his ''History of Greek Philosophy''), Cambridge UP, 1965.</ref><ref>The first known use of ''physis'' was by [[Homer]] in reference to the intrinsic qualities of a plant: ὣς ἄρα φωνήσας πόρε φάρμακον ἀργεϊφόντης ἐκ γαίης ἐρύσας, καί μοι '''φύσιν''' αὐτοῦ ἔδειξε. (So saying, Argeiphontes [=Hermes] gave me the herb, drawing it from the ground, and showed me its '''nature'''.) ''[[Odyssey]]'' 10.302–03 (ed. A.T. Murray). (The word is dealt with thoroughly in Liddell and Scott's ''[http://archimedes.fas.harvard.edu/pollux Greek Lexicon] {{Webarchive|url=https://web.archive.org/web/20110305235638/http://archimedes.fas.harvard.edu/pollux/ |date=March 5, 2011 }}''.) For later but still very early Greek uses of the term, see earlier note.</ref> Theসামগ্ৰকভাবে conceptপ্ৰকৃতিৰ of nature as a wholeধাৰণাটোত, the physicalভৌতিক [[universeবিশ্বব্ৰহ্মাণ্ড]], is one of several expansions of the original notion; it began with certain core applications of the word φύσις by [[Pre-Socratic philosophy|pre-Socratic]] philosophers, and has steadily gained currency ever since. This usage continued during the advent of modern [[scientific method]] in the last several centuries.বুজায়।<ref>Isaac Newton's [[Philosophiae Naturalis Principia Mathematica]] (1687), for example, is translated "Mathematical Principles of Natural Philosophy", and reflects the then-current use of the words "[[natural philosophy]]", akin to "systematic study of nature"</ref> "ভৌতিক" শব্দৰ ক্ষেত্ৰত দেখা যায় যে ১৫ শতিকাৰ মাজভাগত ইয়াৰ সমাৰ্থক হিচাপে "প্ৰাকৃতিক" শব্দটো ব্যৱহাৰ কৰা হৈছিল।
 
বৰ্তমান প্ৰকৃতি শব্দ বিশেষকৈ ভূগোল আৰু বন্য জীৱন বুজাবলৈ ব্যৱহাৰ কৰা হয়। জীৱিত উদ্ভিদ আৰু প্ৰাণীৰ সাধাৰণ বৈশিষ্ট বুজাবলৈও প্ৰকৃতি শব্দৰ ব্যৱহাৰ কৰা হয়। কেতিয়াবা পৃথিৱীৰ কোনো বস্তুৰ স্থিতি অথবা পৰিবৰ্তন বুজাবলৈও ইয়াক ব্যৱহাৰ কৰা হয়, যেনে বতৰ, পৃথিৱীৰ ভূগোল আদি। ইয়াক প্ৰায়ে "[[প্ৰাকৃতিক পৰিৱেশ]]" বা [[বন্য জীৱন]]—বন্য প্ৰাণী, শিল, হাবি−বননি, আৰু সাধাৰণতে মানুহৰ হস্তক্ষেপ নথকা সকলো বস্তুকে বুজায়। উদাহৰণ স্বৰূপে উদ্যোগত উৎপাদিত সামগ্ৰীসমূহ আৰু মানুহৰ অৰিহনা থকা বস্তুসমূহক প্ৰকৃতিৰ অংশ হিচাপে ধৰা নহয়। পৰম্পৰাগত ধাৰণাত প্ৰাকৃতিক বস্তু আৰু কৃত্ৰিম বস্তুৰ স্পষ্ট পাৰ্থক্যৰ ব্যখ্যা দেখিবলৈ পোৱা যায়, মানুহৰ দ্বাৰা নিৰ্মিত বা উৎপাদিত বস্তু সমূহক কৃত্ৰিম বুলি গণ্য কৰা হয়। কিছুমান বিশেষ পৰিস্থিতিত প্ৰাকৃতিক শব্দটো [[অপ্ৰাকৃতিক]] বা [[অতিপ্ৰাকৃতিক]]ৰ পৰা পাৰ্থক্য দেখুৱাবলৈও ব্যৱহাৰ কৰা হয়।
 
==পৃথিৱী==
==Earth==
[[File:The Earth seen from Apollo 17.jpg|thumb|left|View১৯৭২ ofচনত theএপল' [[Earth]],১৭ takenমহাকাশ inযানে 1972তোলা byপৃথিৱীৰ the crew of [[Apollo 17]].চিত্ৰ।]]
পৃথিৱী হৈছে জীৱন সম্ভৱ হোৱা বৰ্তমানলৈকে জনা একমাত্ৰ [[গ্ৰহ]], আৰু ইয়াৰ প্ৰাকৃতিক বৈশিষ্টবোৰ বহুতো বৈজ্ঞানিক অনুসন্ধানৰ গুৰুত্বপূৰ্ণ বিষয়। ই [[সৌৰজগত]]ত তৃতীয় গ্ৰহ; ই আটাইতকৈ ডাঙৰ [[ভূত্বকীয় গ্ৰহ]] (terrestrial planet) আৰু ই পঞ্চম বৃহৎ গ্ৰহ। ইয়াৰ আটাইতকৈ বৈশিষ্টপূৰ্ণ জলবায়ু হৈছে ইয়াৰ দুই মেৰু অঞ্চল, দুটা তুলনামূলক ভাবে [[temperate]] অঞ্চল, আৰু এটা বহল [[অক্ষীয়]] নাতিশিতোষ্ণ আৰু অৰ্ধ নাতিশিতোষ্ণ অঞ্চল।<ref>
Earth is the only [[planet]] known to support life, and its natural features are the subject of many fields of scientific research. Within the [[solar system]], it is third closest to the sun; it is the largest [[terrestrial planet]] and the fifth largest overall. Its most prominent climatic features are its two large polar regions, two relatively narrow [[temperate]] zones, and a wide [[equator]]ial tropical to [[subtropical]] region.<ref>
{{cite web
|url=http://www.blueplanetbiomes.org/climate.htm
"https://as.wikipedia.org/wiki/প্ৰকৃতি"ৰ পৰা অনা হৈছে