পাটীগণিত: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ২০১৭ উৎস সম্পাদনা
No edit summary
টেগ্‌: ২০১৭ উৎস সম্পাদনা
106 নং শাৰী:
a ÷ b = c ৰাশিটোত, ''a'' ক '''ভাজ্য''' বা '''লৱ''', ''b'' ক '''ভাজক''' বা '''হৰ''' আৰু ''c'' ক '''ভাগফল''' বোলা হয়।
 
হৰণৰ লগত দুটা পৃথক অথচ পৰস্পৰ সম্পৰ্কীত ধাৰণা যুক্ত হৈ আছে: ''বিভাজন'''' (Partitioning) আৰু ''ভাগফল'' (Quotative)। ''a'' মাত্ৰাৰ এটা থুপক ''b'' সংখ্যক সমান সমান ভাগত ভাগ কৰিলে একোটা ভাগৰ মাত্ৰা যদি ''c'' হয়, তেন্তে ''a'' ৰ পৰা ''b'' ৰ হৰণফল হ’ব ''c'' । আৰু ''a'' মাত্ৰাৰ এটা থুপক ''c'' মাত্ৰাৰ থুপলৈ ভাগ কৰিলে থুপৰ সংখ্যা ''b'' হ’লে ''a'' ৰ পৰা ''c'' ৰ হৰণফল হ’ব ''b'' ।<ref>Fosnot and Dolk 2001. ''Young
Mathematicians at Work: Constructing Multiplication and Division''. Portsmouth, NH: Heinemann.</ref>
==তথ্যসূূত্ৰ==
"https://as.wikipedia.org/wiki/পাটীগণিত"ৰ পৰা অনা হৈছে