প্ৰকৃতি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
14 নং শাৰী:
| caption4 =সাগৰ তলিৰ জীৱন
}}
ব্যাপক অৰ্থত '''প্ৰকৃতি''' ({{EnLang-en|Nature}}) বুলিলে প্ৰাকৃতিক, ভৌতিক বা বস্তুতাত্বিক পৃথিৱী বা বিশ্বব্ৰহ্মাণ্ডক বুজায়। "প্ৰকৃতি" শব্দই ভৌতিক পৃথিৱীত ঘটি থকা পৰিঘটনাবোৰ, লগতে জীৱনক নিৰ্দেশ কৰে। প্ৰকৃতিৰ অধ্যয়ন [[বিজ্ঞান]]ৰ এটা বৃহৎ অধ্যায়। যদিও মানুহৰ কামবোৰ প্ৰাকৃতিক পৰিঘটনাৰ পৰা পৃথক বুলি ভবা হয়, তথাপি মানুহো প্ৰকৃতিৰে এটা অংগ।
 
ব্যাপক অৰ্থত '''প্ৰকৃতি''' {{En|Nature}} বুলিলে প্ৰাকৃতিক, ভৌতিক বা বস্তুতাত্বিক পৃথিৱী বা বিশ্বব্ৰহ্মাণ্ডক বুজায়। "প্ৰকৃতি" শব্দই ভৌতিক পৃথিৱীত ঘটি থকা পৰিঘটনাবোৰ, লগতে জীৱনক নিৰ্দেশ কৰে। প্ৰকৃতিৰ অধ্যয়ন [[বিজ্ঞান]]ৰ এটা বৃহৎ অধ্যায়। যদিও মানুহৰ কামবোৰ প্ৰাকৃতিক পৰিঘটনাৰ পৰা পৃথক বুলি ভবা হয়, তথাপি মানুহো প্ৰকৃতিৰে এটা অংগ।
 
প্ৰকৃতিৰ ইংৰাজী ''nature'' শব্দটো লেটিন শব্দ''natura''ৰ পৰা আহৰণ কৰা হৈছে, ইয়াৰ অৰ্থ হৈছে "essential qualities, innate disposition", আৰু অতীজতে ইয়াৰ আক্ষৰিক অৰ্থ আছিল "জন্ম (birth)"। ''Natura'' হৈছে গ্ৰীক শব্দ ''[[physis]]'' (φύσις)ৰ লেটিন অনুবাদ। ই প্ৰকৃততে উদ্ভিদ, প্ৰাণী আদিৰ অন্তৰ্নিহিত বৈশিষ্ট আৰু পৃথিৱীৰ অন্য বৈশিষ্টৰ সৈতে সম্পৰ্কীত আছিল।<ref>An account of the pre-Socratic use of the concept of φύσις may be found in Naddaf, Gerard (2006) ''The Greek Concept of Nature'', SUNY Press. The word φύσις, while first used in connection with a plant in Homer, occurs very early in Greek philosophy, and in several senses. Generally, these senses match rather well the current senses in which the English word ''nature'' is used, as confirmed by Guthrie, W.K.C. ''Presocratic Tradition from Parmenides to Democritus'' (volume 2 of his ''History of Greek Philosophy''), Cambridge UP, 1965.</ref><ref>The first known use of ''physis'' was by [[Homer]] in reference to the intrinsic qualities of a plant: ὣς ἄρα φωνήσας πόρε φάρμακον ἀργεϊφόντης ἐκ γαίης ἐρύσας, καί μοι '''φύσιν''' αὐτοῦ ἔδειξε. (So saying, Argeiphontes [=Hermes] gave me the herb, drawing it from the ground, and showed me its '''nature'''.) ''[[Odyssey]]'' 10.302–03 (ed. A.T. Murray). (The word is dealt with thoroughly in Liddell and Scott's ''[http://archimedes.fas.harvard.edu/pollux Greek Lexicon] {{Webarchive|url=https://web.archive.org/web/20110305235638/http://archimedes.fas.harvard.edu/pollux/ |date=March 5, 2011 }}''.) For later but still very early Greek uses of the term, see earlier note.</ref> সামগ্ৰকভাবে প্ৰকৃতিৰ ধাৰণাটোত, ভৌতিক [[বিশ্বব্ৰহ্মাণ্ড]]ক বুজায়।<ref>Isaac Newton's [[Philosophiae Naturalis Principia Mathematica]] (1687), for example, is translated "Mathematical Principles of Natural Philosophy", and reflects the then-current use of the words "[[natural philosophy]]", akin to "systematic study of nature"</ref> "ভৌতিক" শব্দৰ ক্ষেত্ৰত দেখা যায় যে ১৫ শতিকাৰ মাজভাগত ইয়াৰ সমাৰ্থক হিচাপে "প্ৰাকৃতিক" শব্দটো ব্যৱহাৰ কৰা হৈছিল।
Line 43 ⟶ 42:
গ্ৰহৰ [[খনিজ]] সম্পদ আৰু জৈৱ সম্পদ উভয়ই মানৱজাতিৰ জীৱনধাৰণৰ বাবে অপৰিহাৰ্য।
 
<!-- [[File:Tectonic plate boundaries.png|thumb|left|upright=1.3|Three types of geological [[plate tectonic]] boundaries.]]
-->
 
==তথ্য সংগ্ৰহ==
{{Reflist}}
"https://as.wikipedia.org/wiki/প্ৰকৃতি"ৰ পৰা অনা হৈছে