পাটীগণিত: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
'''পাটীগণিত''' (গ্ৰীকত Αριθμητική, জাৰ্মান জাৰ্মানত Arithmetik, আৰু ইংৰাজী তইংৰাজীত Arithmetic) গণিতৰ তিনিটা বিশেষ শাখাৰ অন্যতম অংক তথা সংখ্যা গণনাৰ সৈতে জড়িত গণিতৰ শাখাটোকে পাটীগণিত বুলি কোৱা হয়। ই গণিতৰ মৌলিক শাখা তথা ইয়াৰ পৰাই গণিত শিক্ষাৰ পাঠ আৰম্ভ হয়। প্ৰতিজন ব্যক্তিয়েই তেওঁৰ দৈনন্দিন জীৱনত পাটীগণিতৰ ব্যৱহাৰ কৰি আহিছে। [[যোগ]], [[বিয়োগ]], গুণ[[পূৰণ]], ভাগ[[হৰণ]], দশমিক আদিবোৰ পাটিগণিতৰ অন্যতম কিছুমান প্ৰক্ৰিয়া।
 
ইতিহাসে কয় যে মানুহে পূৰ্বৰ পৰাই সামাজিক জীৱ হিচাপে পৰিচয় দি আহিছে তথা আগতে দল বান্ধি বাস কৰিছিল। সেই দল সমূহৰ মানুহৰ পৰিমাণ, বৃদ্ধি আৰু কমি যোৱা আদিবোৰ গণনা কৰিবলৈ তেওঁলোকক অংকৰ প্ৰয়োজন হৈছিল। এই অংকৰ বাবে মানুহে আঙুলিবোৰকেই আধাৰ হিচাপে লৈছিল।<ref>{{cite web |url=http://dictionary.reference.com/browse/digit?s=t |title="Digit" Origin |publisher=[[dictionary.com]] |accessdate=23 May 2015}}</ref> অংকৰ ইতিহাস সম্পৰ্কে নিচেই কম তথ্যহে পোৱা যায়। কোৱা হয় যে ১৮৫০ চনৰ বেবিলনৰ নিবাসী সকল গণিতৰ প্ৰাৰম্ভিক প্ৰক্ৰিয়াৰে ভালদৰে পৰিচিত আছিল। ভাৰতত পাটিগণিতৰ জ্ঞান অতি প্ৰাচীন কালৰে পৰা প্ৰচলিত হৈ আহিছে আনকি বেদ সমূহতো গণিতীয় প্ৰক্ৰিয়াৰ প্ৰয়োগ পোৱা যায়। শূণ্য(০) ভাৰতৰে আবিষ্কাৰ।
 
ইতিহাসে কয় যে মানুহে পূৰ্বৰ পৰাই সামাজিক জীৱ হিচাপে পৰিচয় দি আহিছে তথা আগতে দল বান্ধি বাস কৰিছিল। সেই দল সমূহৰ মানুহৰ পৰিমাণ, বৃদ্ধি আৰু কমি যোৱা আদিবোৰ গণনা কৰিবলৈ তেওঁলোকক অংকৰ প্ৰয়োজন হৈছিল। এই অংকৰ বাবে মানুহে আঙুলিবোৰকেই আধাৰ হিচাপে লৈছিল।<ref>{{cite web |url=http://dictionary.reference.com/browse/digit?s=t |title="Digit" Origin |publisher=[[dictionary.com]] |accessdate=23 May 2015}}</ref> অংকৰ ইতিহাস সম্পৰ্কে নিচেই কম তথ্যহে পোৱা যায়। কোৱা হয় যে ১৮৫০ চনৰ বেবিলনৰ নিবাসী সকল গণিতৰ প্ৰাৰম্ভিক প্ৰক্ৰিয়াৰে ভালদৰে পৰিচিত আছিল। ভাৰতত[[ভাৰত]]ত পাটিগণিতৰ জ্ঞান অতি প্ৰাচীন কালৰে পৰা প্ৰচলিত হৈ আহিছে আনকি বেদ সমূহতো গণিতীয় প্ৰক্ৰিয়াৰ প্ৰয়োগ পোৱা যায়। [[শূণ্য]] (০) ভাৰতৰে আবিষ্কাৰ।
 
==অংক==
Line 48 ⟶ 47:
 
==পাটীগণিতৰ প্ৰধান প্ৰক্ৰিয়া সমূহ==
 
পাটীগণিতৰ প্ৰধান চাৰিটা প্ৰক্ৰিয়া আছে:-
যোগ
Line 54 ⟶ 52:
গুণ বা পূৰণ আৰু
ভাগ বা হৰণ।
 
===যোগ===
[[চিত্ৰ:Addition.gif|thumb|220px|যোগ]]
Line 60 ⟶ 59:
* a + b = b + a
* (a + b) + c = a + (b + c)
* a + 0 = 0 + a = a অর্থাৎঅৰ্থাৎ ০ হ'ল যোগ ক্ৰিয়াৰ Identity element ।<ref>Kaplan pp. 69–71</ref>
[[ব্ৰহ্মগুপ্ত]] ই তেওঁৰ ব্ৰহ্মস্ফুটসিদ্ধান্ত গ্ৰন্থত প্ৰথম এই সু্ত্ৰটি লিপিবদ্ধ কৰিছিল।
 
Line 73 ⟶ 72:
 
===গুণ বা পূৰণ===
[[File:Multiply 4 bags 3 marbles.svg|thumb|right|৪টা মনৰ প্রতিটোতেপ্ৰতিটোতে ৩টাকৈ মাৰ্বল গুটি থাকিলে মুঠ গুটি হ'ব ১২টা অৰ্থাৎ- (৪ × ৩ = ১২)।]]
'''গুণ''' বা '''পূৰণ''' হ'ল দুই বা ততোধিক সংখ্যাৰ মাজত এক প্ৰকাৰৰ গাণিতিক ক্ৰিয়া। ই প্ৰাথমিক অঙ্কশাস্ত্ৰৰ চাৰিটা মৌলিক ক্ৰিয়াৰ অন্যতম।
গুণক বা পুৰণক প্রায়েপ্ৰায়ে ক্ৰছ চিহ্ন "×" দ্বাৰা সূচিত কৰা হয়। ইয়াক পুৰণত ব্যৱহৃত সংখ্যা সমূহৰ অভ্যন্তৰত লিখা হয়। কম্পিউটাৰত এই ক্ষেত্ৰত তৰাচিহ্ন "∗" বহুৱাইয়ো গুণ ক্রিয়াক্ৰিয়া নিৰ্দেশ কৰিব পৰা যায়।
 
দুটি পূৰ্ণ সংখ্যাৰ গুণক পৌনঃপৌণিক যোগ ক্ৰিয়া হিচাপে কল্পনা কৰা যায় অৰ্থাৎ দুটা পূৰ্ণ সংখ্যা "ক" আৰু "খ"-ৰ মাজত গুণ হ'লে "ক"-ৰ যি সংখ্যামান আছে, "খ"-ক তাৰ নিজৰ সৈতে সিমান সংখ্যক বাৰ যোগ কৰা হয়। ইয়াত "ক"-ক '''গুণক''' আৰু "খ"-কে ''''গুণনীয়''' বোলা হয়। গুণ ক্ৰিয়াৰ ফলাফলক '''গুণফল''' বোলা হয়। "ক" আৰু "খ"-ক এই গুণফলৰ গুণনীয়ক বা উৎপাদক- বোলা হয়।
Line 89 ⟶ 88:
৩ × ৪ = ৩ + ৩ + ৩ + ৩ = ১২
 
অর্থাৎঅৰ্থাৎ গুণক বা গুণনীয় অভিধা সমূহে গুণফলৰ কোনো পৰিৱৰ্তন নকৰে।
 
===ভাগ বা হৰণ===
Line 110 ⟶ 109:
 
==তথ্যসূূত্ৰ==
{{ৰেফলিষ্ট}}
 
{{গণিতৰ ক্ষেত্ৰসমূহ}}
 
[[শ্ৰেণী:গণিত]]
"https://as.wikipedia.org/wiki/পাটীগণিত"ৰ পৰা অনা হৈছে