ঘড়ী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ২০১৭ উৎস সম্পাদনা
1 নং শাৰী:
[[চিত্রচিত্ৰ:Clock in Kings Cross.jpg|thumb|right|220px|[[লণ্ডন|লণ্ডনৰ]] কিন্স ক্রছক্ৰছ ৰেলৱে ষ্টেচনত ৰখা প্লেটফৰ্ম ঘড়ী।]]
'''ঘড়ী''' ({{lang-en|[[Clock]]}}) ই এনে এটা যন্ত্ৰ যি [[সময়]] নিৰ্ধাৰণত সহায় কৰে। বিভিন্ন ধৰণৰ ঘড়ী দেখিবলৈ পোৱা যায়। যেনে হাত ঘড়ী, দেৱাল ঘড়ী ইত্যাদি। <ref>https://books.google.com/?id=xYhlNoUu-toC&dq=verge+escapement+technology
|আইএসবিএনisbn=0-226-15511-0}}, p.103-104</ref> সময় বুলিলে সকলো অধ্যয়ন ক্ষেত্ৰৰ বাবে প্ৰযোজ্য হোৱাকৈ অবিতৰ্কিত আৰু সুসংগত ভাৱে কাল বা সময়ৰ ব্যাখ্যা আগবঢ়াবৰ বাবে পণ্ডিত সকলে চলোৱা নিৰলস প্ৰচেষ্টা সাফল্যমণ্ডিত হোৱা নাই। ইয়াৰ এক সৰলতম সংজ্ঞা হৈছে, "ঘড়ী বা কাল মাপন যন্ত্ৰৰ দ্বাৰা মাপিত ৰাশিটোৱেই হৈছে সময়"। পৰিৱেশীয় একক সমূহ যেনে: দিন, মাহ, বছৰ আদিতকৈ সৰু একক সমূহৰে সময়ৰ মাপ ল'বলৈ আৱিষ্কাৰ হোৱা ঘড়ী এক অতি পুৰণি আৱিষ্কাৰ। প্ৰাকৃতিক ভাৱে সূৰ্য্যৰ অৱস্থানৰ বাবে যিকোনো বস্তুৰ মাটিত পৰা ছাঁৰ পৰাও পূৰ্বতে সময় অনুমান কৰা হৈছিল লগতে পানী ঘড়ীও প্ৰাচীনতম ঘড়ী হিচাপে উল্লেখযোগ্য। ১৩০০ খ্ৰীষ্টাব্দত ইউৰোপত প্ৰথম যান্ত্ৰিক ঘড়ীৰ আৱিষ্কাৰ হয়।যি সন্তোলন চক্ৰৰ দৰে কাম কৰিছিল।<ref name="Dohrn">{{cite book
|last=Dohrn-van Rossum
|first=Gerhard
19 নং শাৰী:
| doi =
| isbn = }}</ref>
প্ৰতিটো আধুনিক ঘড়ীত সময় প্ৰদৰ্শনৰ উপাদান সমুহ হৈছে কিছুমান ধ্বনিগত দোলক যি এক বাস্তৱ উপাদান আৰু এই উপাদানটো এটা নিৰ্দিষ্ট কম্পনাংকত দোলিত হয়।<ref name="Marrison" /> এই উপাদানটো হয়তো এটা পেণ্ডুলাম বা সুৰকৰণ মাৰি বা কোৱার্টজকোৱাৰ্টজ স্ফটিক বা পৰমাণু আৰু ইলেকট্ৰণৰ বিক্ৰিয়াৰ দ্বাৰা মাইক্রমাইক্ৰ'ৱেভ সৃষ্টি হৈ নির্গতনিৰ্গত হোৱা স্পন্দন হ'ব পাৰে।
 
==ব্যুৎপত্তি==
আজিৰ পৰা ৭০০ বছৰ আগতে লেটিন শব্দ ‘ক্লক্কা’ৰ পৰা 'ক্লক' শব্দটো আহিছে। ক্লক্কা মানে ঘন্টা। সময়ৰ লগে লগে এই শব্দটো পিছলৈ ইংলেণ্ড পাইগৈ। কোৱা হয় ইংৰাজীৰ ক্লক শব্দটোৰ ব্যুৎপত্তি গত শব্দ ক্লক্কাটো মধ্য নিম্ন জাৰ্মান আৰু মধ্য ডাটছ্[[ওলন্দাজ ভাষা]]ৰ শব্দ।<ref name="Wedgwood">{{cite book
 
আজিৰ পৰা ৭০০ বছৰ আগতে লেটিন শব্দ ‘ক্লক্কা’ৰ পৰা 'ক্লক' শব্দটো আহিছে। ক্লক্কা মানে ঘন্টা। সময়ৰ লগে লগে এই শব্দটো পিছলৈ ইংলেণ্ড পাইগৈ। কোৱা হয় ইংৰাজীৰ ক্লক শব্দটোৰ ব্যুৎপত্তি গত শব্দ ক্লক্কাটো মধ্য নিম্ন জাৰ্মান আৰু মধ্য ডাটছ্ ৰ শব্দ।<ref name="Wedgwood">{{cite book
| last1 = Wedgwood
| first1 = Hensleigh
Line 51 ⟶ 50:
 
==ঘড়ীৰ বিভিন্ন প্ৰকাৰ==
[[চিত্ৰ:Mons (Belgique), rue rachot - Cadran solaire.jpg|thumb|upright|এটি প্ৰাচীৰ সূৰ্যঘড়ী]]
[[File:Baldha Garden watch.jpg|thumb|ঢাকাৰ বলধা গাৰ্ডেনৰ সূৰ্যঘড়ী]]
#সূৰ্য ঘড়ী
#বালি ঘড়ী
Line 58 ⟶ 59:
 
===সূৰ্য ঘড়ী===
 
[[চিত্ৰ:Mons (Belgique), rue rachot - Cadran solaire.jpg|thumb|upright|এটি প্ৰাচীৰ সূৰ্যঘড়ী]]
[[File:Baldha Garden watch.jpg|thumb|ঢাকাৰ বলধা গাৰ্ডেনৰ সূৰ্যঘড়ী]]
সূৰ্যঘড়ীৰ ইংৰাজী প্ৰতিশব্দ Sundial। ই হৈছে এটা কৌশল য'ত সূৰ্যৰ অৱস্থান নিৰ্ণয়ৰ মাধ্যমেৰে সময় নিৰ্ধাৰণ কৰা হয়। সাধাৰণ নক্সাৰ সূৰ্যঘড়ীত মধ্য অংশত এডাল উলম্ব সময়-নিৰ্ণায়ক শলা থাকে আৰু ইয়াৰ চাৰিও ফালে ঘন্টা নিৰ্দেশক কিছুমান ৰেখা থাকে, সূৰ্যৰ অৱস্থান অনুসৰি এই সময় নিৰ্দেশক শলাডালৰ ছাঁ ঘন্টা নিৰ্দেশক ৰেখা বোৰত পৰে। এনেকৈয়ে সূৰ্যঘড়ীৰ সহায়ত কিছু বিশ্লেষণাত্মক কৌশলৰে সময়ৰ মাপ লোৱা হয়। অৱশ্যে ইয়াৰো পূৰ্বে মানুহে প্ৰাকৃতিক বস্তু সমূহৰ ছাঁৰ অৱস্থান চায়ে সময়ৰ অনুমান কৰিছিল। সঠিক সময় নিৰূপণৰ বাবে সূৰ্যঘড়ীৰ অৱশ্যেই পৃথিৱীৰ আৱৰ্তন অক্ষৰ সৈতে সামঞ্জস্যতা ৰক্ষা কৰাব লাগিব। ডাৱৰীয়া বতৰ, দিন ৰাতিৰ প্ৰভেদ আদিৰ ফলত সূৰ্যঘড়ী এক সম্পূৰ্ণৰূপে বিশ্বাসযোগ্য ঘড়ী বুলি গ্ৰহণ কৰিব নোৱাৰি। ইয়াৰোপৰি অনুমানৰ ভিত্তিত সময় নিৰ্ধাৰণ একেবাৰে সহজ কথা নহয় আৰু ই সঠিক সময় নিৰ্দেশ কৰিব নোৱাৰে।<ref>{{cite web|last=Moss |first=Tony |title=How do sundials work |url=http://www.sundialsoc.org.uk/HDSW.php |publisher=British Sundial society |access-date=21 September 2013 |quote=This ugly plastic ‘non-dial’ does nothing at all except display the ‘designer’s ignorance and persuade the general public that ‘real’ sundials don’t work. |url-status=dead |archive-url=https://web.archive.org/web/20130802033857/http://www.sundialsoc.org.uk/HDSW.php |archive-date=August 2, 2013 }}</ref>
 
==তথ্যসূত্ৰ==
{{TOC limit|3}}
{{ৰেফলিষ্ট}}
==বাহ্যিক সংযোগ==
* {{commons category inline|Clocks|ঘড়ী}}
 
[[শ্ৰেণী:সময়]]
==তথ্যসূত্ৰ==
[[শ্ৰেণী:যন্ত্ৰ]]
"https://as.wikipedia.org/wiki/ঘড়ী"ৰ পৰা অনা হৈছে