জৱাহৰলাল নেহৰু: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
55 নং শাৰী:
 
==জন্ম আৰু পৰিয়াল==
জৱাহৰলাল নেহৰুৰ জন্ম হয় ১৮৮৯ চনৰ ১৪ নবেম্বৰ তাৰিখে, [[উত্তৰ প্ৰদেশ]]ৰ [[এলাহাবাদ]]ত। তেওঁৰ পিতৃ [[মতিলাল নেহৰু]] আৰু মাতৃ '''স্বৰূপ ৰাণী'''। মতিলাল নেহৰু এজন আঢ্যৱন্ত লোক আছিল আৰু তেওঁৰ বিকাবৃত্তি আছিল ওকালতি। তেওঁ আছিল ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী আগশাৰীৰ দুৰ্ধৰ্ষ যুঁজাৰু আৰু মাতৃ স্বৰূপ ৰাণী ধৰ্মপৰায়ণা। তেওঁলোকৰ একমাত্ৰ পুত্ৰ আছিল জৱাহৰলাল নেহৰু। নেহৰু পৰিয়ালৰ পূৰ্বপুৰুষ আছিল [[কাশ্মীৰ]]ৰ ব্ৰাহ্মণ সম্প্ৰদায়ৰ। ১৭১৬ খৃঃত উপৰিপুৰুষ ৰাজকাউল কাশ্মীৰৰ পৰা [[দিল্লী]]লৈ আহিছিল আৰু পিছত দিল্লীৰ পৰা তেওঁলোক এলাহাবাদলৈ স্থায়ী বসতিৰ কাৰণে থিতাপি লৈছিল। ফাৰুক ছায়াৰছি
য়াৰ নামৰ এজন মোগল সম্ৰাটে ৰাজ কাউলক এটা গড়খাৱৈৰ পাৰত থাকিবলৈ দিছিল। উৰ্দু ভাষাত গড়খাৱৈক '''নাহাৰ''' বুলিছিল। এই নাহাৰৰ পাৰত বসতি কৰাৰ কাৰণেই কালক্ৰমত তেওঁলোকৰ উপাধি হল নেহৰু। কিছুদিনলৈ তেওঁলোক কাউল নেহৰু আৰু পিছলৈ নেহৰু নামে খ্যাত হল। ১৯১৬ চনত জৱাহৰলালে '''কমলা কৌল'''ক বিয়া কৰায় আৰু ১৯১৭ চনৰ ১৯ নবেম্বৰত [[ইন্দিৰা গান্ধী]]ৰ জন্ম হয়।<ref name="জৱাহৰলাল নেহৰু"/>
 
==শিক্ষা জীৱন==