মতিলাল নেহৰু: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
44 নং শাৰী:
কিন্তু আগলৈ গৈ তেখেতে নিজৰ ওকালতি বাদ দি [[ভাৰত]]ৰ স্বাধীনতা আন্দোলনৰ কাৰ্যত মনোনিৱেশ কৰে। ১৯২৩ চনত তেখেতে দেশবন্ধু [[চিত্তৰঞ্জন দাস]]ৰ সৈতে কংগ্ৰেছ দল ত্যাগ কৰি নিজে [[স্বৰাজ দল]]ৰ স্থাপনা কৰিছিল। ১৯২৮ চনত [[কলকাতা|কলকাতাত]] অনুস্থিত কংগ্ৰেছ অধিৱেশনত সভাপতিৰূপে নিৰ্বাচিত হৈছিল। ১৮২৮ চনত কংগ্ৰেছৰ দ্বাৰা স্থাপিত ভাৰতীয় সংবিধান আয়োগৰ সভাপতিএও হৈছিল তেখেত। এই আয়োগেই নেহৰু ৰিপোৰ্ট প্ৰকাশ কৰিছিল।
 
মতিলাল নেহৰুৱে এলাহাবাদত এটা বিলাসী গৃহ নিৰ্মাণ কৰিছিল যাৰ নাম আনন্দ ভৱন ৰাখিছিল। ইয়াৰ পাছত তেখেতে নিজৰ পুৰণি ঘৰ [[স্বৰাজ ভৱন, এলাহাবাদ|স্বৰাজ ভৱন]] কংগ্ৰেছ দলক প্ৰদান কৰিছিল।
 
== মৃত্যু ==