শীতল যুদ্ধ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
'''শীতল যুদ্ধ''' ({{lang-en|Cold War}}; {{lang-ru|холо́дная война́, ''kholodnaya voĭna''}}}}) হৈছে [[দ্বিতীয় বিশ্বযুদ্ধ]]ৰ পৰৱৰ্তী সময়ত [[আমেৰিকা যুক্তৰাষ্ট্ৰ]] আৰু ইয়াৰ মিত্ৰসমূহ আৰু চোভিয়েট[[ছ'ভিয়েট ইউনিয়নসংঘ]] আৰু ইয়াৰ মিত্ৰসমূহৰ মাজত থকা ৰাজনৈতিক আৰু সামৰিক উত্তেজনাপূৰ্ণ অৱস্থা। ইতিহাসবিদসকল শীতল যুদ্ধৰ সঠিক কাল সম্পৰ্কে একমত নহয় কিন্তু ১৯৪৭-১৯৯১ চনলৈকে এই অৱস্থা বিৰাজ কৰা বুলি মানি লোৱা হয়। দুই পক্ষৰ মাজত মুকলিকৈ কোনো যুদ্ধ হোৱা নাছিল বাবে ইয়াক "শীতল" বোলা হৈছিল। কিন্তু প্ৰক্সী যুদ্ধ বোলা কেইবাখনো যুদ্ধ কোৰিয়া, ভিয়েটনাম আৰু আফগানিস্তানৰ সংঘটিত হৈছিল য'ত দুই পক্ষই বিপৰীত গোটলৈ সমৰ্থন আগবঢ়াইছিল। মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু ইয়াৰ মিত্ৰ দেশসমূহ আছিল [[গণতন্ত্ৰ]] আৰু পুঁজিবাদৰ সপক্ষে; আৰু চোভিয়েটছ'ভিয়েট ইউনিয়নসংঘ আৰু তাৰ মিত্ৰ দেশসমূহ আছিল সাম্যবাদী বা সমাজতন্ত্ৰপন্থী। শীতল যুদ্ধৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰধান প্ৰধান মিত্ৰ আছিল [[সংযুক্ত ৰাজ্যযুক্তৰাজ্য]], [[ফ্ৰান্স]], [[পশ্চিম জাৰ্মানী]], [[জাপান]] আৰু [[কানাডা]]। [[চোভিয়েটছ'ভিয়েট ইউনিয়নসংঘ]]ৰ পক্ষত আছিল পূব ইউৰোপৰ কেইবাখনো ৰাষ্ট্ৰ, যেনে [[বুলগেৰিয়া]], [[চেকোস্লোভাকিয়া]], [[হাংগেৰী]], [[পোলেণ্ড]], [[পূব জাৰ্মানী]] আৰু [[ৰোমানিয়া]]। শীতল যুদ্ধৰ কিছুকাল [[কিউবা]] আৰু [[চীন]]-এ চোভিয়েটক সমৰ্থন দিছিল। যিবোৰ দেশে দুই পক্ষক চৰকাৰীভাৱে সমৰ্থন দিয়া নাছিল সেইবোৰক নিৰপেক্ষ দেশ বোলা হৈছিল। [[তৃতীয় বিশ্ব]]ৰ নিৰপেক্ষ দেশবোৰ [[জোট-নিৰপেক্ষ আন্দোলন]]ৰ অংশ আছিল। অবশেষত চোভিয়েটছ'ভিয়েট ইউনিয়নৰসংঘৰ নাটকীয় পৰিৱৰ্তন আৰু পতনৰ পাছত এই যুদ্ধৰ সমাপ্তি হয়।
 
ইংৰাজীত 'Cold War' শব্দৰাজী পোনপ্ৰথমে মাৰ্কিন সাংবাদিক ৱাল্টাৰ লিপমেনে ১৯৪৭ চনত সাধাৰণভাৱে ব্যৱহাৰ কৰে।<ref>Orwell, "[http://orwell.ru/library/articles/ABomb/english/e_abomb You and the Atomic Bomb]", ''Tribune'' 19 October 1945</ref> এই ঐতিহাসিক ঘটনাৱলীক বিশেষভাৱে বুজাবলৈ শব্দৰাজী আমেৰিকাৰ ডেম'ক্ৰেটিক ৰাষ্ট্ৰপতিসকলৰ পৰামৰ্শদাতা বাৰ্নাড বাৰুকে ব্যৱহাৰ কৰে।<ref>{{cite news|first=William|last=Safire|authorlink=William Safire|url=http://www.nytimes.com/2006/10/01/opinion/01iht-edsafire.2988871.html|title=Islamofascism Anyone?|work=The New York Times|date=1 October 2006}}</ref> proclaimed, "Let us not be deceived: we are today in the midst of a cold war."<ref>[http://www.history.com/this-day-in-history/bernard-baruch-coins-the-term-cold-war "Bernard Baruch coins the term 'Cold War'"], history.com, 16 April 1947. Retrieved on 2 July 2008.</ref>
 
== তথ্যসূত্ৰ ==
7 নং শাৰী:
 
== বহিঃসংযোগ ==
{{SisterCommons project linkscat|Cold War|শীতল যুদ্ধ}}
;সংগ্ৰহশালা
* [http://www.osaarchivum.org/guide/ Open Society Archives, Budapest (Hungary), one of the biggest history of communism and cold war archives in the world]
16 নং শাৰী:
* [http://www.wilsoncenter.org/program/cold-war-international-history-project The Cold War International History Project (CWIHP)]
* [http://coldwarfiles.org/ The Cold War Files]
* [http://www.cnn.com/SPECIALS/cold.war/ CNN Cold War Knowledge Bank]{{dead link।datelink|date=November 2011}} comparison of articles on Cold War topics in the Western and the Soviet press between 1945 and 1991
* [http://community.theblackvault.com/articles/entry/The-CAESAR-POLO-and-ESAU-Papers- The CAESAR, POLO, and ESAU Papers]–This collection of declassified analytic monographs and reference aids, designated within the Central Intelligence Agency (CIA) Directorate of Intelligence (DI) as the CAESAR, ESAU, and POLO series, highlights the CIA's efforts from the 1950s through the mid-1970s to pursue in-depth research on Soviet and Chinese internal politics and Sino-Soviet relations. The documents reflect the views of seasoned analysts who had followed closely their special areas of research and whose views were shaped in often heated debate.
 
28 নং শাৰী:
* [http://www.nps.gov/history/NR/twhp/wwwlps/lessons/128mimi/ ''Minuteman Missile National Historic Site: Protecting a Legacy of the Cold War ,'' a National Park Service Teaching with Historic Places (TwHP) lesson plan]
 
{{দ্বিতীয় বিশ্বযুদ্ধ}}
 
[[শ্ৰেণী:শীতল যুদ্ধ]]
[[শ্ৰেণী:যুদ্ধ]]
[[শ্ৰেণী:দ্বিতীয় বিশ্বযুদ্ধ]]
[[শ্ৰেণী:আধুনিক ইতিহাস]]