প্ৰদূষণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
9 নং শাৰী:
প্ৰদূষণ বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে।
 
* '''[[বায়ু প্ৰদূষণ]]''' : বায়ুমণ্ডলত যদি মানব শৰীৰ বা আন জীৱকুলত প্ৰভাব পেলাব পৰা ক্ষতিকাৰী পদাৰ্থৰ পৰিমান যথেষ্ট পৰিমানে বৃদ্ধি পাই ,তেনে পৰিস্থইতিতপৰিস্থিতিত বায়ু প্ৰদূষনপ্ৰদূষণ হোৱা বুলি কোৱা যায়। এনে প্ৰদূষণ সৃষ্টিকাৰী গেছীয় পদাৰ্থৰ ভিতৰত প্ৰধান হৈছে কাৰ্বন মনক্সাইড, ছালফাৰ ডাইঅক্সাইড, ক্লৰফ্লৰকাৰ্বন,নাইত্ৰজেন ডাইঅক্সাইড ইত্যাদি। এনে প্ৰদূষকবোৰ সাধাৰণতে উদ্যোগিক আবৰ্জনা তথা ইন্ধনৰ দহন আৰু যাতায়তৰ বাবে ব্যবহৃতব্যৱহৃত বাহনৰ পৰা নিৰ্গত হয়।
 
* '''[[জল প্ৰদূষণ]]''' : খোৱা পানী বা সমুদ্ৰৰ লুণীয়া পানীত যদিহে এনে কোনো জৈৱ-অজৈৱ বা ৰাসায়নিক পদাৰ্থৰ পৰিমান যথেষ্ট পৰিমানে বৃদ্ধি পাই ,যিবোৰে পানীৰ গুণাগুণ নষ্ট কৰাৰ লগতে ইয়াত বাস কৰা জীৱ-জন্তুৰো অনিষ্ট সাধন কৰে ,তেনে পৰিস্থিতিত পানী প্ৰদূষন হোৱা বুলি কোৱা যায়। জল প্ৰদূষণ সৃষ্টি কৰা প্ৰদূষকবোৰৰ ভিতৰত অন্যতম হৈছে খেতি পথাৰত ব্যবহৃত বিষাক্ত কীটনাশক তথা ৰাসাইয়নিক সাৰ ,উদ্যোগসমুহৰ পৰা নিৰ্গত ৰাসায়নিক পদাৰ্থ আদি।
"https://as.wikipedia.org/wiki/প্ৰদূষণ"ৰ পৰা অনা হৈছে