বিহুৰ বাদ্যযন্ত্ৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

added {{বিহু}}
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
31 নং শাৰী:
 
===তাল===
{{Main|তাল (বাদ্যযন্ত্ৰ)}}
[[চিত্ৰ:ভোৰতালVur tal.jpg|right|thumb|150Px|তাল[[ভোৰতাল]]]]
বিহুত ব্যৱহাৰ কৰা আন এবিধ বাদ্য হ’ল তাল<ref name="সাদিন"/>, এই বিধ বাদ্য ধাতুৰে নিৰ্মিত। নৃত্যগীতত তাল ৰাখিবৰ বাবে এই বিধ বাদ্য ব্যৱহাৰ কৰা হয়। বিহুৰ বাবে তাল এবিধ অতি অপৰিহাৰ্য্য বাদ্য। ঢোলৰ লগত তাল যোৰ ব্যৱহাৰ নকৰিলে ঢোলৰ চেওবোৰ কিবা উকা উকা লাগে। বিহুত সাধাৰণতে তাল অকলে ব্যৱহাৰ কৰা নহয়। ইয়াক সদায় ঢোলৰ লগতহে বজোৱা হয়। তালযোৰে ঢোলৰ চেওবোৰক অধিক স্পষ্ট কৰাৰ লগতে শ্ৰুতিমধুৰ কৰে। অসমৰ এই লোকবাদ্য বিধ কেইবাপ্ৰকাৰ খুটিতাল, ভোৰতাল আদি।