হেনৰী ষ্টাডমেন কটন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
 
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
20 নং শাৰী:
 
উত্তৰ পূব ভাৰতৰ প্ৰথমখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান [[কটন কলেজ]] তেওঁ অসমৰ চীফ কমিছনাৰ হৈ থকা কালছোৱাত ১৯০০ চনত স্থাপন কৰিছিল।
==প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা==
১৮৪৫ চনৰ ১৩ ছেপ্টেম্বৰ তাৰিখে ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত মাদ্ৰাজ প্ৰেচিডেন্সীৰ কুম্বকনামত হেনৰী কটনৰ জন্ম হৈছিল। তেওঁৰ পিতৃ জোচেফ জন কটন (১৮১৩-১৮৬৭) আৰু মাতৃ ছুজেন জেছি মিনচিন (১৮২৩-১৮৮৮)। তেওঁৰ পিতৃ-মাতৃ ভাৰতত জন্ম গ্ৰহণ কৰা ব্ৰিটিছ মূলৰ এংলো ইণ্ডিয়ান। ন্যায়াধীশ হেনৰী কটন আৰু<ref name="memories" />) আফ্ৰিকান অভিযাত্ৰী উইলিয়াম কটন অশ্বেল তেওঁৰ আজু ককা জোচেফ কটনৰ কাজিন আছিল।<ref>{{cite web|url=http://www.halhed.com/t4r/relationship.php?altprimarypersonID=I3072&secondpersonID=I7564&maxrels=1&disallowspouses=0&generations=15&tree=tree1&primarypersonID=I3072 |title=Relationship Calculator: Henry John Stedman Cotton relationship to Henry Cotton |work=Halhed genealogy &amp; family trees |accessdate=19 February 2011 |url-status=dead |archiveurl=https://web.archive.org/web/20111007181010/http://www.halhed.com/t4r/relationship.php?altprimarypersonID=I3072&secondpersonID=I7564&maxrels=1&disallowspouses=0&generations=15&tree=tree1&primarypersonID=I3072 |archivedate=7 October 2011 }}</ref><ref>{{cite web|url=http://www.halhed.com/t4r/relationship.php?altprimarypersonID=I3072&savedpersonID=I&secondpersonID=I2171&maxrels=1&disallowspouses=0&generations=15&tree=tree1&primarypersonID=I3072 |title=Relationship Calculator: Henry John Stedman Cotton relationship to William Cotton Oswell |work=Halhed genealogy &amp; family trees |accessdate=19 February 2011 |url-status=dead |archiveurl=https://web.archive.org/web/20111007181021/http://www.halhed.com/t4r/relationship.php?altprimarypersonID=I3072&savedpersonID=I&secondpersonID=I2171&maxrels=1&disallowspouses=0&generations=15&tree=tree1&primarypersonID=I3072 |archivedate=7 October 2011 }}</ref> খুড়া আজুককা ন্যায়াধীশ হেনৰী কটন তেওঁৰ গডফাদাৰ আছিল আৰু তেওঁৰ নামেৰে হেনৰী কটনৰ নামাকৰণ কৰা হৈছিল। ব্ৰিটিছ মেন অফ লেটাৰ্ছ জেমছ এছ কটন তেওঁৰ ভাতৃ।
 
১৮৪৮ চনত তেওঁ ভাৰত ত্যাগ কৰি শিক্ষাৰ বাবে ইংলেণ্ডলৈ যায়। তাত তেওঁ ১৮৫৬ চনত মেগডালেন কলেজ স্কুলত নামভৰ্তি কৰে। তাৰপিছত তেওঁ ১৮৫৯ চনত ব্ৰিংটন কলেজ আৰু ১৮৬১ চনত কিংছ কলেজত নামভৰ্তি কৰে। শিক্ষা গ্ৰহণৰ পিছত তেওঁ ভাৰতীয় অসামৰিক সেৱা পৰীক্ষা উত্তীৰ্ণ হয় আৰু অসামৰিক বিষয়া হিচাপে ভাৰতলৈ ঘূৰি আহে।
[[File:Henry cotton.jpg|thumb|250px|বংগত ন্যায়দান কৰি থকা অৱস্থাত ছাৰ হেনৰী কটন]]
 
==তথ্য উৎস==
{{reflist}}