দিনলিপি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

1 নং শাৰী:
দিনলিপি ({{lang-en|Diary}}) হৈছে কোনো ব্যক্তিৰ ব্যক্তিগত টোকাবহী য'ত তেওৰ দৈনিক কাৰ্যাৱলী বিৱৰণ স্থান কাল সৈতে নিজৰ শৈলীত লিখে৷ ব্যক্তিগত দিনলিপিয়ে ব্যক্তি বিশেষৰ অভিজ্ঞতা,অনুভৱ, কোনো ঘটনাৰ ওপৰত বিশেষ ব্যক্তিজনৰ মতামত আদিক প্ৰকাশ কৰে৷ দিনলিপি শব্দটোৱে সৰ্বসাধাৰণতে ব্যক্তিগত দিনলিপিৰ কথাকে বুজায়, যি ব্যক্তিজনৰ ব্যক্তিগত বস্তু৷ দিনলিপি প্ৰকাশৰ উদেশ্যে নহয়,লিখোতাৰ নিজা লাভালাভৰ বাবেহে লিখা হয়৷
দিনলিপি ({{lang-en|Diary}})
 
হৈছে কোনো ব্যক্তিৰ ব্যক্তিগত টোকাবহী য'ত তেওৰ দৈনিক কাৰ্যাৱলী বিৱৰণ স্থান কাল সৈতে নিজৰ শৈলীত লিখে৷ ব্যক্তিগত দিনলিপিয়ে ব্যক্তি বিশেষৰ অভিজ্ঞতা,অনুভৱ, কোনো ঘটনাৰ ওপৰত বিশেষ ব্যক্তিজনৰ মতামত আদিক প্ৰকাশ কৰে৷ দিনলিপি শব্দটোৱে সৰ্বসাধাৰণতে ব্যক্তিগত দিনলিপিৰ কথাকে বুজায়, যি ব্যক্তিজনৰ ব্যক্তিগত বস্তু৷ দিনলিপি প্ৰকাশৰ উদেশ্যে নহয়,লিখোতাৰ নিজা লাভালাভৰ বাবেহে লিখা হয়৷
==অৰ্থ==
দিনলিপিৰ ইংৰাজী শব্দ Diary শব্দটো লেটিন ভাষাৰ '''diarium''' শব্দটোৰ পৰা আহিছে, যাৰ অৰ্থ ''daily allowance'' <ref>{{cite web| url= http://www.merriam-webster.com/dictionary/diary|title= Diary|publisher= Merriam-Webster |accessdate=7 June 2012}}</ref>৷ অসমীয়াত ''দিনলিপি'' শব্দটোৱে দৈনিক ঘটনা লিপিবদ্ধ কৰা বুজাই৷
 
==ইতিহাস==
 
==প্ৰকাশিত দিনলিপি==
==ইন্টাৰনেট দিনলিপি আৰু ব্লগ==
==তথ্যসূত্ৰ==
{{Reflist}}
 
[[শ্ৰেণী:নথিপত্ৰ]]
==বাহ্যিক সূত্ৰ==
[[শ্ৰেণী:দিন]]
"https://as.wikipedia.org/wiki/দিনলিপি"ৰ পৰা অনা হৈছে