অন্নপ্ৰাশন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
4 নং শাৰী:
==নামৰ উৎপত্তি==
সংস্কৃত ভাষাৰ অন্নপ্ৰাসন শব্দটো অন্ন আৰু প্ৰাসন এই দুটা শব্দ মিলি সৃষ্টি হৈছে। অন্ন মানে খাদ্য বা সিজোৱা চাউল আৰু প্ৰাসন মানে খুৱাই দিয়া।<ref>spokensanskrit.org "Anna" http://spokensanskrit.org/index.php?mode=3&script=hk&tran_input=anna&direct=au&anz=100</ref><ref>spokensanskrit.org "Rice" http://spokensanskrit.org/index.php?mode=3&script=hk&tran_input=rice&direct=au&anz=100</ref><ref>spokensanskrit.org "Prasana" http://spokensanskrit.org/index.php?mode=3&script=hk&tran_input=prashanam&direct=au&anz=100</ref> এই অনুষ্ঠানক "প্ৰথম খাদ্য খুৱাইদিয়া"ৰ উৎসৱ হিচাপে পালন কৰা হয়।<ref>{{cite book|url=https://books.google.com/books?id=o35MI6rqK58C&pg=PT21&dq=annaprasanna+first+rice&sa=X&ei=OoeoVKS-GMitUavagrAL&redir_esc=y#v=onepage&q=annaprasanna%20first%20rice&f=false |title=Manu smṛti}}</ref><ref name="Lochfeld" />
==কাৰ্যসূচী==
[[File:Annaprashan offerings.jpg|thumb|অন্নপ্ৰাসনৰ নৈবেদ্য]]
অন্নপ্ৰাসন সাধাৰণতে পুৰোহিতৰ পৰামৰ্শমতে উদযাপন কৰা হয়। পুৰোহিতে দিন বাৰ চাই শুভ মুহূৰ্ত নিৰ্ণয় কৰাৰ পিছত বিশেষ দিনটোত অন্নপ্ৰাসন পালন কৰা হয়।
 
অন্নপ্ৰাসন শিশুৰ ছয়ৰ পৰা আঠ মাহ সময়ত অনুষ্ঠিত কৰা হয়। ল'ৰাৰ বাবে যুগ্ম মাহত আৰু ছোৱালীৰ বাবে অযুগ্ম মাহত অন্নপ্ৰাসন পাতে। শিশুৰ দাঁত গজিব আৰম্ভ হওঁতে এই অনুষ্ঠান আয়োজিত কৰা নিয়ম।<ref>{{cite book|url=https://books.google.com/books?id=PT5h4IjBMk0C&pg=PA128&dq=Annaprashana&sa=X&ei=ZnOoVOPwJIbYPbb2gfgF&redir_esc=y#v=onepage&q=Annaprashana&f=false |title=Explore Hinduism |first=Bansi |last=Pandit |page=128 |year=2005 |publisher=Heart of Albion |isbn=9781872883816}}</ref> অন্নপ্ৰাসনত পৰিয়ালৰ সকলো সদস্য, আত্মীয়-স্বজন, বন্ধু-বান্ধৱ, ওচৰ চুবুৰীয়াক নিমন্ত্ৰণ কৰি উদযাপন কৰা হয়।
 
কিছুমানে অন্নপ্ৰাসনৰ পিছত মামাভাত নামৰ অনুষ্ঠান পালন কৰে। মামাভাতত শিশুৰ মোমায়েকৰ ঘৰত ভাত খুৱাই দিয়াৰ নিয়ম। অন্নপ্ৰাসনৰ ঠিক পিছতেই মামাভাত অনুষ্ঠিত কৰা হয়। ইয়াৰ কাৰণ হৈছে অন্নপ্ৰাসন আৰু মামাভাতৰ পিছত হে শিশুৱে গোটা অহাৰ গ্ৰহণ কৰিব পাৰে।
 
==তথ্য উৎস==
{{reflist}}