অন্নপ্ৰাশন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
12 নং শাৰী:
কিছুমানে অন্নপ্ৰাসনৰ পিছত মামাভাত নামৰ অনুষ্ঠান পালন কৰে। মামাভাতত শিশুৰ মোমায়েকৰ ঘৰত ভাত খুৱাই দিয়াৰ নিয়ম। অন্নপ্ৰাসনৰ ঠিক পিছতেই মামাভাত অনুষ্ঠিত কৰা হয়। ইয়াৰ কাৰণ হৈছে অন্নপ্ৰাসন আৰু মামাভাতৰ পিছত হে শিশুৱে গোটা অহাৰ গ্ৰহণ কৰিব পাৰে।
 
===বিশেষ ব্যৱস্থা===
অন্নপ্ৰাসনত সোণ-ৰূপৰ উপকৰণৰ বিশেষ মহত্ব আছে। শিশুক খুৱাবলৈ ব্যৱহাৰ কৰা চামুচ আদি ৰূপৰ হলে ভাল। সেইদৰে চাউল বা চুজিৰ ক্ষীৰ, মৌ, ঘিঁউ, তুলসী আৰু [[গঙ্গা নদী|গংগাজল]] আদি তৈয়াৰ ৰখা হয়।
===মাংগলিক বিধি===
অন্নপ্ৰাসনত মংগলচৰণৰ পৰা ৰক্ষাবিধানৰলৈকে একাদিক্ৰমে সকলো ৰীতি পালন কৰা হয়। তাৰে ভিতৰত উল্লেখযোগ্য হ'ল:
#পাত্ৰপূজন
#অন্ন সংস্কাৰ
#বিশেষ আহুতি
#ক্ষীৰ প্ৰাসন
==তথ্য উৎস==
{{reflist}}
==বাহ্যিক সংযোগ==
* [http://www.panditjiusa.com/Annaprashan_Vidhi.htm অন্নপ্ৰাসন বিধি]