অন্নপ্ৰাশন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
1 নং শাৰী:
[[Image:AnnaPrashan (Anna Prashan) - Hindu First Rice Eating Ceremony.JPG|250px|thumb|left|অন্নপ্ৰাসন]]
'''অন্নপ্ৰাসন''' ({{lang-sa|अन्नप्राशन}}, {{IAST|Annaprāśana}}, {{lang-bn|অন্নপ্রাশনঅন্নপ্ৰাশন}},) হিন্দু ধৰ্মালম্বীসকলৰ মাজত প্ৰচলিত শিশুক প্ৰথমবাৰৰ বাবে অন্নখুৱাওঁতে পতা ধাৰ্মিক অনুষ্ঠান৷ ই হিন্দু সংস্কাৰ সমূহৰ ভিতৰত অন্যতম। অন্নপ্ৰাসনৰ আক্ষৰিক অৰ্থ হৈছে "খাদ্য গ্ৰহণ" বা "খাদ্য খুৱাই দিয়া"।<ref name="Lochfeld">{{cite book|url=https://books.google.com/books?id=5kl0DYIjUPgC&printsec=frontcover&sa=X&ei=tHOoVOXCO42CPYvpgJAM&redir_esc=y#v=onepage&q=Annaprashana&f=false |title=The Illustrated Encyclopedia of Hinduism: A-M |first=James G. |last=Lochfeld |publisher=The Rosen Publishing Group |year=2002 |isbn=9780823931798 |pages=43–44}}</ref> সাধাৰণতে শিশুয়ে ছয়মাহৰলৈকে কেৱল মাকৰ গাখীৰ খাবলৈ দিয়া হয়। ছয়মাহৰ পিছত শিশুক লাহে লাহে গোটা খাদ্য খুৱাওৱাৰ প্ৰয়োজন। গোটা খাদ্য খুৱাওৱাৰৰ আৰম্ভণিতে অন্নপ্ৰাসন অনুষ্ঠিত কৰা হয়। আধুনিক চিকিৎসা বিজ্ঞানৰ মতে অন্নপ্ৰাসন স্বাস্থ্যসন্মত। প্ৰাচীন ভাৰতীয় আন সংস্কাৰ সমূহে ক্ৰমে গুৰুত্ব হেৰালেও অন্নপ্ৰাসন আধুনিক কালত এতিয়াও গুৰুত্বপূৰ্ণ হৈ আছে।<ref name="Lochfeld" />
{{Hinduism}}
'''অন্নপ্ৰাসন''' ({{lang-sa|अन्नप्राशन}}, {{IAST|Annaprāśana}}, {{lang-bn|অন্নপ্রাশন}}, হিন্দু ধৰ্মালম্বীসকলৰ মাজত প্ৰচলিত শিশুক প্ৰথমবাৰৰ বাবে অন্নখুৱাওঁতে পতা ধাৰ্মিক অনুষ্ঠান৷ ই হিন্দু সংস্কাৰ সমূহৰ ভিতৰত অন্যতম। অন্নপ্ৰাসনৰ আক্ষৰিক অৰ্থ হৈছে "খাদ্য গ্ৰহণ" বা "খাদ্য খুৱাই দিয়া"।<ref name="Lochfeld">{{cite book|url=https://books.google.com/books?id=5kl0DYIjUPgC&printsec=frontcover&sa=X&ei=tHOoVOXCO42CPYvpgJAM&redir_esc=y#v=onepage&q=Annaprashana&f=false |title=The Illustrated Encyclopedia of Hinduism: A-M |first=James G. |last=Lochfeld |publisher=The Rosen Publishing Group |year=2002 |isbn=9780823931798 |pages=43–44}}</ref> সাধাৰণতে শিশুয়ে ছয়মাহৰলৈকে কেৱল মাকৰ গাখীৰ খাবলৈ দিয়া হয়। ছয়মাহৰ পিছত শিশুক লাহে লাহে গোটা খাদ্য খুৱাওৱাৰ প্ৰয়োজন। গোটা খাদ্য খুৱাওৱাৰৰ আৰম্ভণিতে অন্নপ্ৰাসন অনুষ্ঠিত কৰা হয়। আধুনিক চিকিৎসা বিজ্ঞানৰ মতে অন্নপ্ৰাসন স্বাস্থ্যসন্মত। প্ৰাচীন ভাৰতীয় আন সংস্কাৰ সমূহে ক্ৰমে গুৰুত্ব হেৰালেও অন্নপ্ৰাসন আধুনিক কালত এতিয়াও গুৰুত্বপূৰ্ণ হৈ আছে।<ref name="Lochfeld" />
 
==নামৰ উৎপত্তি==
Line 25 ⟶ 24:
আজি কালি সচেতন মাক-বাপেকে শিশুৰ খাদ্যৰ বাবে শিশু বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰে।
==চৰকাৰী আঁচনি==
[[অসম চৰকাৰ|অসম চৰকাৰে]] প্ৰথম আহাৰ দিৱস বা অন্নপ্ৰাসন নামৰ এক আঁচনি উলিয়াইছে। শিশুক অপুষ্টিৰ পৰা সুৰক্ষিত কৰিবৰ বাবে আৰু শিশুৰ সঠিক বিকাশৰ বাবে সহায় আগবঢ়োৱাৰ উদ্দেশ্যৰে শিশুক ৬ মাহ অতিক্ৰম কৰাৰ পাছত পৰিপূৰক খাদ্য খোৱোৱা কাৰ্য্যৰ প্ৰচাৰৰ বাবে অসমৰ কিছুমান বাচনি কৰা জিলাত প্ৰথম আহাৰ দিৱস উদযাপন কৰা হয়।
 
==তথ্য উৎস==
{{reflist}}
31 নং শাৰী:
==বাহ্যিক সংযোগ==
* [http://www.panditjiusa.com/Annaprashan_Vidhi.htm অন্নপ্ৰাসন বিধি]
 
[[শ্ৰেণী:হিন্দু ধৰ্ম]]
[[শ্ৰেণী:ভাৰতৰ উৎসৱসমূহ]]