বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

পৃষ্ঠা বঙ্কিমচন্দ্ৰ চট্টপাধ্যায়ৰ পৰা বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়লৈ SlowPhotonয়ে স্থানান্তৰ কৰিলে: শুদ্ধ বানান
1 নং শাৰী:
{{under construction}}
'''বঙ্কিমচন্দ্ৰ চট্টপাধ্যায়চট্টোপাধ্যায়''' ভাৰতৰ এজন বিখ্যাত সাহিত্যিক, উপন্যাসিক ও গীতিকাৰ ।গীতিকাৰ। তেঁওৰ ৰচিত ভাৰতৰ জাতীয় স্তোত্রৰস্তোত্ৰৰ মর্যদামৰ্যদা লাভ কৰা [[বন্দে মাতৰমমাতৰম্‌]] গীতৰ বাবে বৃটিশবৃটিছ শাসন যুগৰ পৰা বর্তমানদিনলৈকেবৰ্তমানদিনলৈকে তেঁও প্রতিটোপ্ৰতিটো ভাৰতীয়ৰ অন্তৰত চিৰস্মৰণীয় ।চিৰস্মৰণীয়। তেঁও কমলাকান্ত ছদ্মনামত সাহিত্য ৰচনা কৰিছিল ।কৰিছিল।
 
==জন্ম==
১৮৩৮ চনৰ ২৭ জুন তাৰিখত যাদবচন্দ্রযাদবচন্দ্ৰ চট্টপাধ্যায়ৰচট্টোপাধ্যায়ৰ ঔৰস আৰু দুর্গাসুন্দৰীৰদুৰ্গাসুন্দৰীৰ গর্ভতগৰ্ভত বঙ্কিমচন্দ্ৰ চট্টপাধ্যায়ৰচট্টোপাধ্যায়ৰ জন্ম হয় ।হয়। পশ্চিমবঙ্গ ৰাজ্যৰ বর্তমানবৰ্তমান উত্তৰ ২৪ পৰগনা জিলাৰ নৈহাটিৰ নিকটস্থ কাঁঠালপাৰা গ্রামগ্ৰাম তেঁওৰ জন্মস্থান ।জন্মস্থান। পাঁচ বছৰ বয়সতে তেঁওলোকৰ কুল-পুৰহিত বিশ্বম্ভৰ ভট্টাচার্যৰভট্টাচাৰ্যৰ তত্বাবধানত বঙ্কিমচন্দ্ৰৰ শিক্ষা জীবন আৰম্ভ হয় ।হয়। শিশু কালৰ পৰা তেঁওৰ অসাধৰণ মেধাৰ পৰিচয় পোৱা গৈছিল ।গৈছিল। তেঁওৰ কনিষ্ঠ সহোদৰ পুর্ণচন্দ্রপুৰ্ণচন্দ্ৰ চট্টপাধ্যায়চট্টোপাধ্যায় লিখিছিল, " শুনিছো, বঙ্কিমচন্দ্রবঙ্কিমচন্দ্ৰ এদিনতেই বঙালি বর্ণমালাবৰ্ণমালা আয়ত্ত কৰিবলৈ সক্ষম হৈছিল ।হৈছিল। তেঁও গাঁওৰ পাঠশালাত কেতিয়াও যোৱা নাছিল, পাঠশালাৰ শিক্ষক ৰামপ্রাণৰামপ্ৰাণ সৰকাৰ গৃহ শিক্ষকৰূপে নিযুক্ত হৈছিল ।হৈছিল। বঙ্কিমচন্দ্ৰ চট্টপাধ্যায়ৰচট্টোপাধ্যায়ৰ ৰচনাৰ পৰা জানিবলৈ পোৱা যায় যে ৰামপ্রাণৰামপ্ৰাণ দেৱৰ শিক্ষাৰ পৰা তেঁও বিশেষ উপকৃত হোৱা নাই ।নাই। তেঁও লিখিছিল, " আঠ-দহ মাহতে সেই মহাত্মাৰ হস্তৰ পৰা মুক্তি পায় মেদিনীপুৰলৈ গমন কৰিলো "
 
১৮৪৪ চনত মেদিনীপুৰত তেঁওৰ প্রকৃতপ্ৰকৃত শিক্ষাৰ সূচনা হয় ।হয়। মেদিনীপুৰৰ ইংৰাজী স্কুলত প্রধানপ্ৰধান শিক্ষক এফ টিডৰ পৰামর্শতপৰামৰ্শত যাদবচন্দ্রযাদবচন্দ্ৰ শিশু বঙ্কিমচন্দ্রকবঙ্কিমচন্দ্ৰক সেই স্কুলত নামভর্তিনামভৰ্তি কৰায় ।কৰায়। ইয়াতেও তেঁও নিজ মেধাৰ পৰিচয় দিয়েদিয়ে। । পুর্ণচন্দ্রৰপুৰ্ণচন্দ্ৰৰ ৰচনাৰ পৰা জনা যায় যে বার্ষিকবাৰ্ষিক পৰীক্ষাৰ ফলাফল প্রদর্শনপ্ৰদৰ্শন কৰি তেঁওক ডবল প্রমপ্ৰম'চন দিবলৈ উদ্যত হয় ।হয়।
 
[[শ্ৰেণী:ভাৰতৰ ব্যক্তি]]
[[শ্ৰেণী:বাংলা সাহিত্যিক]]
[[শ্ৰেণী:মৃত ব্যক্তি]]