নামঘোষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

14 নং শাৰী:
{{gap}}পাৱে পৰম্পদ পাপী যত।
সদানন্দ সনাতন হেনয় কৃষ্ণক সদা
{{gap}}উপাসা কৰোহো হৃদয়ত।। "</poem><ref>{{cite book|titlename=কীৰ্ত্তন-ঘোষা আৰু নাম-ঘোষা|author=মহাপুৰুষ "কীৰ্ত্তন−ঘোষা"/>
শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱ|editor=শ্ৰীমন্ত শংকৰদেৱ সংঘ|date=১৯৯১}}</ref>
 
[[ভক্তি ৰত্নাৱলী]] শাস্ত্ৰভাগ শেষ কৰাৰ পাছত [[মাধৱদেৱ|শ্ৰীশ্ৰীমাধৱদেৱে]] নামঘোষা আৰম্ভ কৰিছে, যিহেতু ভক্তি ৰত্নাৱলী 'শৰণ বিৰচনে'ৰে সমাপ্ত কৰা হৈছে, সেয়ে ঘোষা শাস্ত্ৰ 'ভজনে'ৰে সমৃদ্ধ কৰি শুভাৰম্ভ কৰা হৈছে। মহাপুৰুষ মাধৱদেৱে এই পুথিখন ৰচনাৰ সম্পৰ্কত আগবঢ়োৱা এটি মন্তব্য [[গুৰুচৰিত]]ত উল্লেখ আছে। মন্তব্যটি এনেধৰণৰ- “মই গুৰুসেৱকে যি পালো তাকো ঘোষাতে থৈছোঁ, অনেক শাস্ত্ৰ বিচাৰি যি ৰসতত্ত্ব পালো তাকো ঘোষাতে থৈছোঁ, আৰু পৰমাত্মা ইষ্টে হৃদিত থাকি যি বুদ্ধি দিলে তাকো মই ঘোষাতে থৈছোঁ।”
 
Line 25 ⟶ 23:
{{gap}}{{gap}}সত্য শুদ্ধ জ্ঞান অখণ্ডিত।
আৱৰ যতেক ইটো{{gap}} তোমাৰ বিনোদ ৰূপ
{{gap}}{{gap}}চৰাচৰ মায়াৰ কল্পিত।। </poem><ref>{{cite book|titlename=কীৰ্ত্তন-ঘোষা আৰু নাম-ঘোষা|author=মহাপুৰুষ "কীৰ্ত্তন−ঘোষা"/>
শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱ|editor=শ্ৰীমন্ত শংকৰদেৱ সংঘ|date=১৯৯১}}</ref>
মায়াক ঈশ্বৰৰ বিনোদ ৰূপ বুলি কোৱা হৈছে। এই ৰূপক ভক্তিবিৰোধীসকলে সঁচা বুলি ভাবি বিভ্ৰান্তিত পৰে। নামঘোষাত কৈছে-
<poem>দুৰ্বাৰ দুঃসঙ্গ দুৰ্বাসনা দুষ্ট {{gap}} হৰি হৰি হৰি হৰি এ
{{gap}}{{gap}} অনাদি অবিদ্যা আপুনি ভৈলো মোহিত।
অনাত্মা দেহক আত্মা বুদ্ধি কৰি {{gap}} হৰি হৰি হৰি হৰি এ
{{gap}}{{gap}}তুমি পৰমাত্মা ঈশ্বৰ ভৈলো বঞ্চিত।। </poem><ref>{{cite book|titlename=কীৰ্ত্তন-ঘোষা আৰু নাম-ঘোষা|author=মহাপুৰুষ "কীৰ্ত্তন−ঘোষা"/>
শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱ|editor=শ্ৰীমন্ত শংকৰদেৱ সংঘ|date=১৯৯১}}</ref>
 
নামঘোষাই ভগৱৎ ভক্তিৰ মাজত আনন্দৰ উৎস নিৰূপণ কৰি দিছে। আনন্দৰূপক ঘোষাশাস্ত্ৰত ৰসময় ভকতিত পৰিণত কৰি ৰসময় ভকতিৰ যোগেদি মুক্তি পথৰ সন্ধান দিয়া হৈছে। ঘোষাৰ মাজত মাধৱদেৱে দাস্যভক্তিৰো প্ৰকাশ ঘটাইছে।
Line 39 ⟶ 35:
{{gap}}জানাযেন কল্পতৰু।
তাহান্ত বিনাই{{gap}} নাই নাই নাই
{{gap}}আমাৰ পৰম গুৰু।। "</poem><ref>{{cite book|titlename=কীৰ্ত্তন-ঘোষা আৰু নাম-ঘোষা|author=মহাপুৰুষ "কীৰ্ত্তন−ঘোষা"/>
শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱ|editor=শ্ৰীমন্ত শংকৰদেৱ সংঘ|date=১৯৯১}}</ref>
বুলি পৰম গুৰুৰ পৰিচয় কৰাই দিছে। নাম-ঘোষাই এই তত্ত্বৰ চিনাকি কৰাই দিয়ে। শ্ৰীমন্ত শংকৰদেৱে দেৱতাসকলে গুপ্ত কৰি যোৱা হৰিনাম বস্তু জগতৰ কল্যাণৰ কাৰণে উদঙাই দিলে।<ref>{{cite book|title= নাম-ঘোষাঃএটি আলোক|author=ৰজনীকান্ত দত্ত|editor=|date=জানুৱাৰী ২০০৭}}</ref> অবস্তুৰ পৰা আঁতৰাই দেখুওৱা প্ৰকৃত বস্তুক নামঘোষাত এনেদৰে উল্লেখ আছে-
<poem>"হৰি নাম ৰসে {{gap}}বৈকুণ্ঠ প্ৰকাশে
{{gap}}প্ৰেম অমৃতৰ নদী।
শ্ৰীমন্ত শংকৰে{{gap}} পাৰ ভাঙ্গি দিলে
{{gap}}বহে ব্ৰহ্মাণ্ডক ভেদি"</poem><ref>{{cite book|titlename=কীৰ্ত্তন-ঘোষা আৰু নাম-ঘোষা|author=মহাপুৰুষ "কীৰ্ত্তন−ঘোষা"/>
শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱ|editor=শ্ৰীমন্ত শংকৰদেৱ সংঘ|date=১৯৯১}}</ref>
 
এক শৰণ হৰি নাম ধৰ্ম সাধনৰ চাৰিটা স্তৰ- গুৰু, দেৱ, নাম, ভকতৰ ধাৰণা নামঘোষাত পৰিষ্কাৰ ৰূপত দিয়া হৈছে।
"https://as.wikipedia.org/wiki/নামঘোষা"ৰ পৰা অনা হৈছে