বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
10 নং শাৰী:
১৮৪৯ চনত তেঁও হুগলি কলেজত (তেতিয়াৰ হুগলি মহচিন কলেজ) নামভর্তি কৰায় । ইয়াত তেঁও সাত বছৰ অধ্যয়ণ কৰে । হুগলি কলেজত অধ্যয়ণৰত সময়ত ১৮৫৩ চনত জুনিয়ৰ স্কলাৰচিপত প্রথম স্থান লাভ কৰি প্রতি মাহে আঠ টকা বৃত্তি লা্ভ কৰিছিল । এই সময়ছোৱাত সংবাদ প্রভাকৰ কবিতা প্রতিযোগিতাত অংশগ্রহণ কৰি বিশ টকা নগদ ধন পুৰস্কাৰ লাভ কৰে । হুগলি কলেজত অধ্যয়নৰত সময়ৰ পৰা তেঁও কবিবৰ ঈশ্বৰচন্দ্র গুপ্তৰ সংবাদ প্রভাকৰ আৰু সংবাদ সাধুবঞ্জনত গদ্য-পদ্য ৰচণা কৰিছিল । পৰবর্তী সময়ত তেঁওৰ বহু ৰচনা এই কাকতত প্রকাশিত হৈছিল । ১৮৫৬ চনত হুগলি কলেজত চিনিয়ৰ বৃত্তি পৰীক্ষাত বিশেষ কৃতিত্ব প্রদর্শন কৰি দুবছৰৰ বাবে প্রতিমাহে ২০ টকা বৃত্তি লাভ কৰিছিল । এই সময়ছোৱাত হুগলি কলেজ বাদ দি আইন অধ্যয়ণৰ বাবে প্রেচিডেঞ্চি কলেজত নামভর্তি কৰায় । ১৮৫৭ চনত কলকাতা বিশ্ববিদ্যালয় প্রতিষ্ঠা কৰা হয় । বিশ্ববিদ্যালয় কতৃপক্ষ এন্ট্রাঞ্চ বা প্রবেশিকা পৰীক্ষাৰ প্রবর্তন কৰিছিল । প্রেচিডেঞ্চি কলেজৰ আইন বিভাগৰ পৰা পৰিক্ষা দি তেঁও প্রথম বিভাগত উত্তীর্ণ হৈছিল । ১৮৫৮ চনত প্রথমবাৰৰ বাবে বি.এ পৰীক্ষা লোৱা হয় মুঠ দহজনৰ ভিতৰত বঙ্কিমচন্দ্র আৰু যদুনাথ বসু উত্তীর্ণ হৈছিল ।
পিতাৰ ন্যায় তেঁও ডেপুটি মেজিষ্ট্রেট আৰু ডেপুটি কালেকটৰ পদত চৰকাৰী চাকৰীত যোগদান কৰিছিল । অতি নিষ্ঠাৰ সহিত তেঁও কর্তব্য পালন কৰিছিল । ১৮৯১ চনত ৰায় বাহাদুৰ আৰু ১৮৯৪ চনত কম্পেনিয়ন অফ দ্য মোষ্ট এমিনেন্ট অর্ডাৰ অফ দ্য ইণ্ডিয়ান এম্পায়াৰ উপাধিত বৃটিছ চৰকাৰ তেঁওক বিভূষিত কৰিছিল । কিন্তু তেঁও চৰকাৰী কর্মচাৰীৰূপত নহয় প্রকৃতপক্ষত এজন বিশিষ্ট লেখক বাঙলা তথা ভাৰতৰ নবজাগৰণৰ প্রমুখ ব্যক্তি ৰূপত বিখ্যাত ।
==বিবাহ==
নাৰায়ণপুৰ গাঁওৰ পঞ্চম বর্ষীয়া বালিকাৰ সৈতে ১৮৪৯ চনত মাত্র ১১ বছৰ বয়সত বঙ্কিমচন্দ্র চট্টোপাধ্যায়ৰ প্রথম বিবাহ হয় । কিন্তু দুর্ভাগ্যবশঃ ১৮৫৯ চনত তেঁওৰ পত্নীৰ মৃত্যু হৈছিল । ১৮৬০ চনৰ জুন মাহত হালি চহৰৰ বিখ্যাত চৌধুৰী বংশৰ কন্যা ৰাজলক্ষীৰ সৈতে তেঁওৰ বিবাহ হৈছিল ।
==কর্মজীবন==
# [[যশোৰ]] - ডেপুটি মেজিষ্ট্রেট আৰু ডেপুটি কালেকটৰ - যোগদানৰ তাৰিখ: [[১৮৫৮]], [[৭ আগস্ট]]
# [[নেগুয়া]] ([[মেদিনীপুৰ]]) - ডেপুটি মেজিষ্ট্রেট আৰু ডেপুটি কালেকটৰ যোগদানৰ তাৰিখঃ [[১৮৬০]], [[৯ ফেব্রুয়াৰি]]
# [[খুলনা]] -ডেপুটি মেজিষ্ট্রেট আৰু ডেপুটি কালেকটৰ যোগদানৰ তাৰিখঃ [[১৮৬০]], [[৯ নভেম্বৰ]]
# [[বারুইপুর]] ([[২৪ পরগনা]]) -ডেপুটি মেজিষ্ট্রেট আৰু ডেপুটি কালেকটৰ যোগদানৰ তাৰিখ - [[১৮৬৪]], [[৫ মার্চ]]
# [[মুর্শিদাবাদ]] - ডেপুটি মেজিষ্ট্রেট আৰু ডেপুটি কালেকটৰ যোগদানৰ তাৰিখ-: ১৮৬৯, ১৫ ডিসেম্বৰ।
# মুর্শিদাবাদ- কালেক্টৰ - পদোন্নতিৰ তাৰিখ: ১৮৭১, ১০ জুন।
# কলিকাতা - বেঙ্গল গনর্মেন্টেৰ এসিটেন্টি সেক্রেটাৰী- যোগদানৰ তাৰিখ: ১৮৮১, ৪ চেপ্টেম্বৰ।
# আলিপুর -ডেপুটি মেজিষ্ট্রেট আৰু ডেপুটি কালেকটৰ - ১৮৮২, ২৬ জানুয়ারি।
# জাজপুর (কটক) - ডেপুটি মেজিষ্ট্রেট আৰু ডেপুটি কালেকটৰ - ১৮৮৩, ৮ আগস্ট।
#হাওৰা - ডেপুটি মেজিষ্ট্রেট আৰু ডেপুটি কালেকটৰ - ১৮৮৩, ১৪ ফেব্রুয়ারি।
# ঝিনাইদহ - ডেপুটি মেজিষ্ট্রেট আৰু ডেপুটি কালেকটৰ - ১৮৮৫, ১ জুলাই।
# অবসৰগ্রহণৰ তাৰিখ: ১৮৯১, ১৪ সেপ্টেম্বৰ ।
===- গ্রন্থ তালিকা ===
{{মূল নিবন্ধ|বঙ্কিমচন্দ্র চট্টোপাধ্যায়ের সাহিত্য কর্ম}}
{|
|- valign=top
|
'''উপন্যাস'''
* [[দুর্গেশনন্দিনী]]
* [[কপালকুণ্ডলা]]
* [[মৃণালিনী]]
* [[বিষবৃক্ষ]]
* [[ইন্দিৰা]]
* [[যুগলাঙ্গুৰীয়া]]
* [[চন্দ্রশেখৰ]]
* [[ৰাধাৰানী]]
* [[ৰজনী]]
* [[কৃষ্ণকান্তেৰ উইল]]
* [[ৰাজসিংহ]]
* [[আনন্দমঠ]]
* [[দেবী চৌধুৰানী]]
* [[সীতাৰাম]]
* উপকথা
(''ইন্দিরা'',''যুগলাঙ্গুরীয়'' ও ''রাধারানী'' ত্রয়ী সংগ্রহ)
* Rajmohan's Wife (ইংরেজি উপন্যাস)
|
'''প্রবন্ধ গ্রন্থ'''
* [[কমলাকান্তেৰ দপ্তৰ]]
* [[লোকৰহস্য]]
* [[কৃষ্ণ চৰিত্র]]
* বিজ্ঞানৰহস্য
* বিবিধ সমালোচনা
* প্রবন্ধ-পুস্তক
* সাম্য
* কৃষ্ণ চৰিত্র
* বিবিধ প্রবন্ধ
* মুচিৰাম গুড়েৰ জীবনচৰিত
|
'''বিবিধ'''
* ললিতা
* ধর্ম্মতত্ত্ব
* সহজ ৰচনা শিক্ষা
* শ্রীমদ্ভগবদগীতা
* কবিতাপুস্তক
(কিছু কবিতা, এবং ''ললিতা'' ও ''মানস'')
|
'''সম্পাদিত গ্রন্থাবলী '''
* দীনবন্ধু মিত্রেৰ জীবনী
* বাঙ্গলা সাহিত্যে প্যাৰীচাঁদ মিত্রেৰ স্থান
* সঞ্জীবচন্দ্র চট্টোপাধ্যায়েৰ জীবনী
|
তেঁওৰ বিখ্যাত আৰু জনপ্রিয় ৰচনা বন্দে মাতৰম-সুজলাং সুফলাং ।
 
[[শ্ৰেণী:ভাৰতৰ ব্যক্তি]]
[[শ্ৰেণী:বাংলা সাহিত্যিক]]