ইউনিক’ড: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
New Unicode logo
1 নং শাৰী:
{{Stub}}
[[File:New Unicode logo.svg|thumb|right|180px|২০০৯ চনৰ অক্টোবৰৰ পৰা ব্যৱহৃত ইউনিক’ডৰ অফিছিয়েল ল’গো]]
'''ইউনিক’ড''' ({{Lang-en|Unicode}}) হৈছে [[কম্পিউটাৰ]]ৰ লিখন প্ৰণালীত থকা [[আখৰ]] বা চিনবোৰৰ সংহত নিয়মীকৰণ, নিৰ্দেশনা আৰু প্ৰতিনিধিত্ব কৰিব পৰাকৈ ব্যৱহৃত এক [[কাৰিকৰী মান]]। ১৯৯১ চনত Unicode Consortium নামৰ অপেছাদাৰী সংগঠনটোৱে ইয়াক উদ্ভাৱন কৰে। ২০১৯ চনৰ মে' মাহৰ তথ্য অনুসৰি শেহতীয়া ইউনিক’ডৰ সংস্কৰণে বিশ্বৰ ১৫০ টা [[লিপি]]ৰ ১,৩৭,৯৯৪ টা চিহ্নক সামৰি লৈছে।
 
"https://as.wikipedia.org/wiki/ইউনিক’ড"ৰ পৰা অনা হৈছে