গাঁঠিয়ন খুন্দা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া বিবাহ অনুষ্ঠানৰ এক পৰ্ব
টেগ্‌: ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
 
No edit summary
টেগ্‌: ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
44 নং শাৰী:
 
গাঁঠিয়ন খুন্দাৰ সময়ছোৱাত কইনা আৰু আয়তীসকলৰ মূৰৰ ওপৰত এখন কাপোৰ ধৰি থকাৰ নিয়ম। এনেদৰে কাপোৰ ধৰি থকাৰ সুবিধা লৈ আয়তীসকলৰ মাজত এক নিৰ্দোষ ধেমালি কৰাৰ সুযোগো ওলায়। কাপোৰখনৰ আঁৰ লৈ ইগৰাকী আয়তীয়ে সিগৰাকীৰ চাদৰ বা কাপোৰত কাঠৰ টুকুৰা, শিল, ইটা আদি বান্ধি উঠিব নোৱৰা অৱস্থা কৰে। এয়া তেওঁলোকৰ বাবে আনন্দৰ উৎস। খুন্দাৰ পিছত গাঁঠিয়নখিনি তেলত ডুবাই দূবৰিৰ আগেৰে কইনাৰ মূৰত অলপ অলপকৈ দিয়াৰ নিয়ম৷ গাঁঠিয়ন খুন্দা শেষ হোৱাৰ পিছত ঘৰৰ এজন সদস্যই কইনাক তিনিবাৰ হবিষান্ন খুৱাই দিয়ে। ইয়াৰ পিছত মোমায়েকে ভিতৰলৈ  দাঙি নিয়াৰ নিয়ম৷ এনেদৰেই গাঁঠিয়ন খুন্দা পৰ্বটোৰ সামৰণি পৰে।
 
 
তথ্যসূত্ৰ :
 
# 'অসমৰ সংস্কৃিত কোষ' — ড° নাৰায়ণ দাস (মুখ্য সম্পাদক), ড° পৰমানন্দ ৰাজবংশী (সম্পাদক), প্ৰাগজ্যোজ্যোতিষ মহাবিদ্যলয়ৰ হৈ জ্যোতি প্ৰকাশন, পাবজাৰ, গুৱাহাটী-১, প্ৰথম প্ৰকাশ : মাৰ্চ, ২০০৯, পৃষ্ঠা, ১৭০, ১৭১
#