আচৰণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: '''আচৰণ''' হৈছে কোনো ব্যক্তিবিশেষ, জীৱ, প্ৰণালী অথবা কৃত্ৰিম বুদ...
 
No edit summary
1 নং শাৰী:
'''আচৰণ''' হৈছে কোনো ব্যক্তিবিশেষ, জীৱ, প্ৰণালী অথবা [[কৃত্ৰিম বুদ্ধিমত্তা]]চালিত যন্ত্ৰই তেওঁলোকৰ লগত অথবা কিছুমান বিশেষ পৰিৱেশত প্ৰদৰ্শন কৰা ক্ৰিয়াকলাপ অথবা ধৰণ-কৰণ; যিয়ে অইন এটা প্ৰণালী অথবা জীৱকো কেতিয়াবা জড়িত কৰি লয় ৷ <ref>{{Cite journal |url=https://www.researchgate.net/publication/327864214 |doi=10.21315/kajh2018.25.2.5|title=Spatial Behaviour Modelling of Unauthorised Housing in Colombo, Sri Lanka|journal=Kemanusiaan the Asian Journal of Humanities|volume=25|issue=2|pages=91–107|year=2018|last1=Hemakumara|first1=Gpts|last2=Rainis|first2=Ruslan}}</ref> আচৰণ হৈছে
কোনো এটা প্ৰণালী অথবা জীৱই বিভিন্ন বাহ্যিক অথবা আভ্যন্তৰীণ, সচেতন, অৱচেতন, সুপ্ত, গুপ্ত, স্বেচ্ছামূলক, বলপূৰ্বক আদি উদ্দীপকৰ প্ৰতি প্ৰদৰ্শন কৰা এক সামগ্ৰিক সঁহাৰি ৷ <ref>{{cite book|author=Elizabeth A. Minton, Lynn R. Khale|title=Belief Systems, Religion, and Behavioral Economics|year=2014|location=New York|publisher=Business Expert Press LLC|isbn=978-1-60649-704-3}}</ref>
==গাঁঠনি==
====জীৱবিদ্যা====
জীৱবিদ্যাত আচৰণ সম্বন্ধীয় সংজ্ঞা এটা সঠিক নিৰূপণ আজিও বিনাদ্বিধাই দিব পৰা হোৱা নাই ৷ অৱশ্যে বৈজ্ঞানিক ৰচনাৰ এটা বিশেষ মেটা-বিশ্লেষণৰ ওপৰত ভিত্তি কৰি স্থাপন কৰা এক ব্যাখ্যা অনুযায়ী-''"আচৰণ হৈছে আভ্যন্তৰীণ অথবা বাহ্যিক উদ্দীপকৰ প্ৰতি সমূহ জীৱন্ত প্ৰাণীৰ(ব্যক্তি অথবা গোট) এক নিজস্ব সমন্বিত সঁহাৰি(ক্ৰিয়াশীল অথবা ক্ৰিয়াবিহীন)৷"''<ref>{{cite journal|last=Levitis|first=Daniel |author2=William Z. Lidicker, Jr |author3=Glenn Freund|title=Behavioural biologists do not agree on what constitutes behaviour|journal=Animal Behaviour|date=June 2009|volume=78|pages=103–10|doi=10.1016/j.anbehav.2009.03.018 |url=http://academic.reed.edu/biology/courses/bio342/2010_syllabus/2010_readings/levitis_etal_2009.pdf|pmc=2760923 |pmid=20160973}}</ref>
 
উদ্ভিদ বা অন্যান্য জীৱৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱাকৈ অলপ বহল অৰ্থত নিৰ্ণয় কৰিব পৰা আচৰণৰ সংজ্ঞাটো "ফেন'টাইপিক প্লাষ্টিছিটী"ৰ ধাৰণাৰ লগত সাদৃশ্য আছে ৷ এই ধাৰণাটোৰ মতে, '' "আচৰণ হৈছে এক জীৱনকালত কোনো ব্যক্তিবিশেষে কোনো এটা ঘটনা অথবা পৰিৱৰ্তনশীল পৰিৱেশৰ প্ৰতি দেখুউৱা সঁহাৰি, যাৰ লগত সঘনে দেখিবলৈ পোৱা দেহতত্ত্বগত আৰু জৈৱৰসায়নিক পৰিৱৰ্তনবোৰৰ মাজত পাৰ্থক্য আছে আৰু য'ত বিকাশৰ ফলস্বৰূপে দেখা দিয়া পৰিৱৰ্তনবোৰ বিবেচনা কৰা নহয়৷" '' <ref>Karban, R. (2008). Plant behaviour and communication. ''Ecology Letters'' 11 (7): 727–739, [http://169.237.77.3/news/PlantBehavior.pdf] {{Webarchive|url=https://web.archive.org/web/20151004074635/http://169.237.77.3/news/PlantBehavior.pdf |date=4 October 2015 }}.</ref><ref>Karban, R. (2015). Plant Behavior and Communication. In: ''Plant Sensing and Communication''. Chicago and London: The University of Chicago Press, pp. 1-8, [https://books.google.com/books?id=8HOeCQAAQBAJ].</ref>
 
==তথ্যসূত্ৰ==
"https://as.wikipedia.org/wiki/আচৰণ"ৰ পৰা অনা হৈছে