আচৰণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
'''আচৰণ''' হৈছে কোনো ব্যক্তিবিশেষ, জীৱ, প্ৰণালী অথবা [[কৃত্ৰিম বুদ্ধিমত্তা]]চালিত যন্ত্ৰই তেওঁলোকৰ লগত অথবা কিছুমান বিশেষ পৰিৱেশত প্ৰদৰ্শন কৰা ক্ৰিয়াকলাপ অথবা ধৰণ-কৰণ; যিয়ে অইন এটা প্ৰণালী অথবা জীৱকো কেতিয়াবা জড়িত কৰি লয় ৷ <ref>{{Cite journal |url=https://www.researchgate.net/publication/327864214 |doi=10.21315/kajh2018.25.2.5|title=Spatial Behaviour Modelling of Unauthorised Housing in Colombo, Sri Lanka|journal=Kemanusiaan the Asian Journal of Humanities|volume=25|issue=2|pages=91–107|year=2018|last1=Hemakumara|first1=Gpts|last2=Rainis|first2=Ruslan}}</ref> আচৰণ হৈছে
কোনো এটা প্ৰণালী অথবা জীৱই বিভিন্ন বাহ্যিক অথবা আভ্যন্তৰীণ, সচেতন, অৱচেতন, সুপ্ত, গুপ্ত, স্বেচ্ছামূলক, বলপূৰ্বক আদি উদ্দীপকৰ প্ৰতি প্ৰদৰ্শন কৰা এক সামগ্ৰিক সঁহাৰি ৷ <ref>{{cite book|author=Elizabeth A. Minton, Lynn R. Khale|title=Belief Systems, Religion, and Behavioral Economics|year=2014|location=New York|publisher=Business Expert Press LLC|isbn=978-1-60649-704-3}}</ref>
==আৰ্হি==
==গাঁঠনি==
===='''জীৱবিদ্যা'''====
জীৱবিদ্যাত আচৰণ সম্বন্ধীয় সংজ্ঞা এটা সঠিক নিৰূপণ আজিও বিনাদ্বিধাই দিব পৰা হোৱা নাই ৷ অৱশ্যে বৈজ্ঞানিক ৰচনাৰ এটা বিশেষ মেটা-বিশ্লেষণৰ ওপৰত ভিত্তি কৰি স্থাপন কৰা এক ব্যাখ্যা অনুযায়ী-''"আচৰণ হৈছে আভ্যন্তৰীণ অথবা বাহ্যিক উদ্দীপকৰ প্ৰতি সমূহ জীৱন্ত প্ৰাণীৰ(ব্যক্তি অথবা গোট) এক নিজস্ব সমন্বিত সঁহাৰি(ক্ৰিয়াশীল অথবা ক্ৰিয়াবিহীন)৷"''<ref>{{cite journal|last=Levitis|first=Daniel |author2=William Z. Lidicker, Jr |author3=Glenn Freund|title=Behavioural biologists do not agree on what constitutes behaviour|journal=Animal Behaviour|date=June 2009|volume=78|pages=103–10|doi=10.1016/j.anbehav.2009.03.018 |url=http://academic.reed.edu/biology/courses/bio342/2010_syllabus/2010_readings/levitis_etal_2009.pdf|pmc=2760923 |pmid=20160973}}</ref>
 
"https://as.wikipedia.org/wiki/আচৰণ"ৰ পৰা অনা হৈছে