আচৰণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

9 নং শাৰী:
===='''মানৱীয় আচৰণ'''====
ভবা হয় যে মানৱীয় আচৰণ স্নায়ু-তন্ত্ৰ আৰু অন্তঃস্ৰাৱী তন্ত্ৰৰ দ্বাৰা প্ৰভাৱান্বিত ৷ বহুপ্ৰচলিত বিশ্বাস যে জীৱ এটাৰ আচৰণত দেখা দিয়া জটিলতাৰ লগত তাৰ স্নায়ুতন্ত্ৰৰ জটিলতাৰ পাৰস্পৰিক সম্পৰ্ক আছে ৷ তাতোকৈ জটিল স্নায়ুতন্ত্ৰ থকা প্ৰাণীয়ে নতুন নতুন সঁহাৰি শিকা আৰু সেইবোৰৰ ওপৰত নিৰ্ভৰ কৰি নিজৰ আচৰণ খাপ খোৱাই লোৱাত অধিক সামৰ্থ অৰ্জন কৰে ৷<ref>{{Cite book|title=Book of Alan: A Universal Order|last=Gregory|first=Alan|publisher=|year=2015|isbn=978-1-5144-2053-9|location=|pages=|quote=|via=}}</ref>
===='''জীৱজন্তুৰ আচৰণ'''=====
চৰিত্ৰ-গঠন বিজ্ঞান হৈছে জীৱ-জন্তুৰ আচৰণৰ এক বিজ্ঞানসন্মত আৰু বস্তুনিষ্ঠ অধ্যয়ন ৷ য'ত প্ৰাকৃতিক পৰিস্থিতিত দেখুউৱা আচৰণৰ ওপৰত আলোকপাত কৰা হয় ৷ আৰু আচৰণক এক বিৱৰ্তনীয় অভিযোজিত চৰিত্ৰ হিচাপে লক্ষ্য কৰা হয় ৷ <ref>{{cite dictionary |title= Definition of ethology |url= http://www.merriam-webster.com/dictionary/ethology |dictionary= Merriam-Webster |accessdate= 9 September 2016}}</ref> আচৰণবাদৰ পৰিভাষাই জীৱ-জন্তুৰ আচৰণ সম্পৰ্কে বৈজ্ঞানিক আৰু বস্তুনিষ্ঠ অধ্যয়ন আগবঢ়ায় য'ত বিৱৰ্তনীয় অভিযোজকৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান নকৰাকৈয়ে গৱেষণালব্ধ অনুষংগত প্ৰশিক্ষিত আচৰণগত সঁহাৰি অথবা উদ্দীপকৰ প্ৰতি দেখুউৱা পৰিমিত সঁহাৰিক নিৰ্দেশিত কৰা হয়৷ <ref>{{cite dictionary |title= Definition of behaviorism |url= http://www.merriam-webster.com/dictionary/behaviorism |dictionary= Merriam-Webster |accessdate= 9 September 2016}}<br />{{cite web |url= http://www.oxforddictionaries.com/definition/english/behaviourism |title= Behaviourism |publisher= Oxford Dictionaries |accessdate= 9 September 2016}}</ref>
 
==তথ্যসূত্ৰ==
"https://as.wikipedia.org/wiki/আচৰণ"ৰ পৰা অনা হৈছে