লাডাখ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

1 বাইট যোগ দিয়া হ’ল ,  2 বছৰৰ পূৰ্বে
(Replacing IN-LH.svg with File:IN-LA.svg (by CommonsDelinker because: File renamed: Fix).)
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
 
== কেন্দ্ৰীয় শাসিত অঞ্চলৰ মৰ্যাদা ==
লেহৰ কিছু সংগঠন আৰু ব্যক্তিয়ে বিগত কেইবছৰমানৰপৰাকেইবছৰমানৰ পৰা লাডাখক [[জম্মু আৰু কাশ্মীৰ|জম্মু-কাশ্মীৰৰ]] পৰা পৃথক এক কেন্দ্ৰীয় শাসিত অঞ্চললৈ ৰূপান্তৰিত কৰাৰ দাবী জনাই আহিছিল। ইয়াৰ কাৰণ আছিল এই ধাৰণা যে কাশ্মীৰে প্ৰায় বিকাশৰ ক্ষেত্ৰত লাডাখক আওকাণ কৰিছিল- লগতে মুছলিম প্ৰধান কাশ্মীৰৰ সৈতে লাডাখৰ সাংস্কৃতিক পাৰ্থক্যও আছে। পিচে কাৰ্গিলৰ কিছু লোকে এই প্ৰস্তাৱৰ বিৰোধিতাও কৰিছিল।<ref name="Statesman">{{Cite web|last=|first=|authorlink=|year=2003|url=http://www.jammu-kashmir.com/archives/archives2003/kashmir20030809c.html|title=Kargil Council For Greater Ladakh|publisher=The Statesman, 9 August 2003|accessdate=22 August 2006}}</ref><ref name="LoramCharlie">{{Cite book|last=Loram|first=Charlie|year=2004|title=Trekking in Ladakh|publisher=Trailblazer Publications}}</ref> ফেব্ৰুৱাৰী ২০১৯ চনত লাডাখক জম্মু-কাশ্মীৰৰ অন্তৰ্গত এক পৃথক ভাগ ঘোষণা কৰা হ'ল। আগষ্ট ২০১৯ত [[ভাৰতীয় সংসদ]]ৰ দুয়ো সদনে গৃহিত কৰা [[জম্মু আৰু কাশ্মীৰ পুনৰ্গঠন আইন, ২০১৯|এক বিল]] অনুযায়ী লাডাখ জম্মু-কাশ্মীৰৰ পৰা পৃথক এক [[কেন্দ্ৰীয় শাসিত অঞ্চল]] হ'ব।<ref name="auto">{{Cite web|url=https://www.businesstoday.in/current/economy-politics/jammu-and-kashmir-crisis-live-updates-governor-reviews-security-situation-in-state/story/370856.html|title=Article 370 revoked Updates: Jammu & Kashmir is now a Union Territory, Lok Sabha passes bifurcation bill}}</ref>
 
==টোকা==
786

টা সম্পাদনা