লাডাখ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
64 নং শাৰী:
 
== ৰাজনৈতিক দখল ==
আক্সাই চিন ভাৰত আৰআৰু চীনৰ মাজত বিবাদিত অঞ্চল।<ref>{{cite news |title = Fantasy frontiers |url = https://www.economist.com/blogs/dailychart/2011/05/indian_pakistani_and_chinese_border_disputes |accessdate = 24 September 2014 |newspaper = The Economist |date = 8 February 2012}}</ref> এই অঞ্চলত বৰ্তমান চীনৰ শাসন চলি আছে- হ'টানৰ অংশ হিচাপে, পিচে ভাৰতেও এই অঞ্চলক [[জম্মু আৰু কাশ্মীৰ|জম্মু-কাশ্মীৰ]]ৰ অংশ হিচাপে দাবী কৰি আহিছে। ১৯৬২ চনত দুয়ো দেশৰ মাজত [[আক্সাই চিন]] আৰু [[অৰুণাচল প্ৰদেশ]]ক লৈ যুদ্ধ সংঘটিত হৈছিল। পিচে ১৯৯৩ আৰু ১৯৯৬ চনত দুয়ো দেশে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাক সন্মান জনোৱাৰ কথাক লৈ চুক্তি স্বাক্ষৰ কৰিলে।<ref name="GlobalSecurity">{{cite web |url = http://www.globalsecurity.org/military/world/war/india-china_conflicts.htm |title = India-China Border Dispute |publisher=GlobalSecurity.org}}</ref>
 
অতীতত গুৰুত্বপূৰ্ণ বাণিজ্য পথ লাডাখেৰে পাৰ হোৱাৰ বাবে লাডাখৰ এক বিশেষ মহত্ব আছিল এই ক্ষেত্ৰৰ।<ref name="TransHimalayan">{{cite book |last = Rizvi |first=Janet |year=2001 |title = Trans-Himalayan Caravans&nbsp;– Merchant Princes and Peasant Traders in Ladakh |publisher = [[Oxford India Paperbacks]] }}</ref> কিন্তু ১৯৬০ৰ দশকত চীনে তিব্বত আৰু [[মধ্য এছিয়া]]ৰ সীমা বন্ধ কৰাত আন্তৰ্জাতিক বাণিজ্য হ্ৰাস পাবলৈ ধৰিলে- কিছু পৰিমাণে পৰ্যটনহে এতিয়াও গুৰুত্বপূৰ্ণ হৈ আছে। কেইবাদশক ধৰি ভাৰতৰ কৌশলগতভাৱে গুৰুত্বপূৰ্ণ জম্মু-কাশ্মীৰৰ অংশ হিচাপে থকাৰ বাবে ভাৰতীয় সেনাৰ ভালেমান উপস্থিতি অঞ্চলটোত আছে।
"https://as.wikipedia.org/wiki/লাডাখ"ৰ পৰা অনা হৈছে