জাতিসংঘ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
 
19 নং শাৰী:
|languages_type = ভাষা
|languages = {{hlist|[[ইংৰাজী ভাষা|ইংৰাজী]]|[[ফৰাচী ভাষা|ফৰাচী]]}}
|org_type = আন্তঃচৰকাৰী সংস্থা
|s1 = United Nations
|flag_s1 = Flag of the United Nations.svg
Line 29 ⟶ 30:
== ইতিহাস ==
কুৰি শতিকাৰ আৰম্ভণিতে ১৯১৮ চনৰ পৰা ১৯১৮ চন পৰ্যন্ত [[প্ৰথম বিশ্বযুদ্ধ]] সংঘটিত হয়। এই যুদ্ধ প্ৰলয়ংকাৰী আছিল আৰু পৃথিৱীৰ প্ৰায় সকলো উন্নত দেশেই ক্ষতিগ্ৰস্ত হৈছিল। সেইবাবে [[ফ্ৰান্স]]ৰ ৰাজধানী পেৰিচ নগৰত ১৯১৯ চনৰ আৰম্ভণিতে বহা 'পেৰিচ শান্তি সম্মিলন' ({{Lang|en|Paris Peace Conference}})-ত যােগ দিয়া বিশ্বৰ নেতৃবৰ্গই পৃথিৱীলৈ যাতে পুনৰ এনে ভয়াবহ যুদ্ধ নাহে তাৰ বাবে চিন্তা-চৰ্চা কৰি জাতিসংঘ নামৰ এটা আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ জন্ম দিয়ে। এই শান্তি আলােচনাৰ ফলস্বৰূপে কেইবাটাও সন্ধি স্বাক্ষৰিত হয়, যাৰ ভিতৰত উল্লেখযােগ্য সন্ধি আছিল 'ভাৰ্চাই সন্ধি' ({{Lang|en|Treaty of Versailles}})। এই সন্ধিপত্ৰতেই জাতিসংঘৰ চুক্তিপত্ৰ ({{Lang|en|Covenant of the League of Nations}}) সন্ধিবিষ্ট কৰা হয়। তানুসাৰে ১৯২০ চনৰ ১০ জানুৱাৰীত জাতিসংঘৰ স্থাপন কৰা হয়।<ref>{{Cite book |title=সমাজ বিজ্ঞান (দশম শ্ৰেণীৰ পাঠ্যপুথি) |date=২০১২ |pages=২৩৮-২৩৯ |publisher=অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ণ আৰু প্ৰকাশন নিগম লিমিটেড, গুৱাহাটী}}</ref>
 
জাতিসংঘত উপনিৱেশসমূহত বাস কৰা জনগণৰ কোনো প্ৰতিনিধিত্ব নাছিল আৰু [[আমেৰিকা যুক্তৰাষ্ট্ৰ]], [[ছ'ভিয়েট সংঘ]], [[জাপান]], [[জাৰ্মানী]]ৰ দৰে বৃহৎ শক্তিয়ে যোগদান কৰা নাছিল। ১৯৩৭ চনৰ জাপানৰ চীন আক্ৰমণ, ১৯৩৫ চনৰ ইটালীৰ ইথিওপিয়া আক্ৰমণ আৰু [[এডল্ফ হিটলাৰ|হিটলাৰৰ]] [[দ্বিতীয় বিশ্বযুদ্ধ]]ৰ আৰম্ভণি ৰোধ কৰাত জাতিসংঘ ব্যৰ্থ হয়।
 
দ্বিতীয় বিশ্বযুদ্ধত হিৰোছিমা আৰু নাগাছাকিত পৰমাণু বোমাৰ বিভীষিকাই সকলোকে সচকিত কৰে। সেয়ে ১৯৪৫ চনত আন্তঃৰাষ্ট্ৰীয় শান্তি-সম্প্ৰীতি আৰু সামাজিক, অৰ্থনৈতিক, মানৱাধিকাৰ আদি সমস্যা সমাধানত সহযোগিতাৰ বাবে '''[[ৰাষ্ট্ৰসংঘ]]'''ৰ গঠন কৰা হয়।
 
==তথ্য সংগ্ৰহ==
"https://as.wikipedia.org/wiki/জাতিসংঘ"ৰ পৰা অনা হৈছে