স্বালোকচিত্ৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

1 নং শাৰী:
[[File:Buzz Aldrin EVA Selfie.jpg|thumb|[[এডুইন এলড্ৰিন|এডুইন এলড্ৰিনে]] ১৯৬৬ চনতে মহাকাশতো এখন স্বালোকচিত্ৰ তুলিছিল যেন দেখা যায়]]
'''স্বালোকচিত্ৰ''' ({{EnLang-en|Selfie}}) নিজে নিজকে বা নিজদিশে তোলা এখন আলোকচিত্ৰ যিখন সাধাৰণতে আৰু সহজতে আজিকালি উপলব্ধ অঙ্কীয়ডিজিটেল কেমেৰা ({{EnLang-en|digital camera}}) বা কেমেৰা থকা চলভাষভ্ৰাম্যভাষ যন্ত্ৰৰে তুলিব পাৰি।<ref>{{cite web|url=http://www.oxfordlearnersdictionaries.com/pronunciation/english/selfie|title=selfie noun - Pronunciation - Oxford Advanced Learner's Dictionary at OxfordLearnersDictionaries.com|work=oxfordlearnersdictionaries.com}}</ref>
 
ইংৰাজীত '''''ছেলফি''''' বুলি পৰিগণিত হোৱা এনে স্বালোকচিত্ৰ সমূহৰ বাবে '''''ছেলফি''''' শব্দটি পোনপ্ৰথমে [[অষ্ট্ৰেলিয়া মহাদেশতমহাদেশ]]ত নাথান হ'প বোলা লোকজনে ব্যৱহাৰ কৰিছিল বুলি জনা যায়।<ref>{{cite web|title=A brief history of the selfie|url=http://www.abc.net.au/science/articles/2014/08/12/4065062.htm|work=ABC Science blog|publisher=ABC Online|accessdate=30 June 2015}}</ref><ref>{{cite web|title=Oxford Dictionaries Word of the Year 2013 is...|url=http://blog.oxforddictionaries.com/2013/11/word-of-the-year-2013-winner/|work=OxfordWords blog|publisher=Oxford Dictionaries|accessdate=30 November 2013}}</ref>
বিপৰীতমুখী কেমেৰা ({{EnLang-en|front-facing camera}}) থকা চলভাষভ্ৰাম্যভাষ যন্ত্ৰসমূহৰ প্ৰচলনৰ লগে লগে স্বালোকচিত্ৰ তোলা অতি সহজ হৈ পৰিল যাৰ ফলত মানুহৰ মাজত ফেচবুক[[ফেইচবুক]] আৰু অন্যান্য ৰাজহুৱা স্বপ্ৰচাৰ-মাধ্যমৰ জৰিয়তে নিজৰ অস্তিত্ব-জাহিৰ কৰাৰ এক মানসিক সুৰসুৰণি ব্যাপক ভাৱে বৃদ্ধি পাব ধৰে আৰু মূলতঃ সেই মাধ্যমসমূহতে মন্তব্যৰ উপৰিও স্বালোকচিত্ৰ সমূহো ব্যাপক ভাৱে প্ৰকাশ পাবলৈ ধৰিলে। চিত্ৰপট-পৰিসৰ বঢ়াবৰ বাবে স্বালোকচিত্ৰ-বাৰি ({{EnLang-en|selfie stick}}) এডালৰ এমূৰত কেমেৰাটো লগাই বাৰিডালৰ আনমূৰ বাহুমেলি ধৰি কেমেৰাটো মুখৰ পৰা দূৰলৈ দাঙি ধৰাৰ ব্যৱস্থাও আহিছে যি কেবাজনো লোক একেলগ হৈ '''দল-স্বালোকচিত্ৰ''' ({{Lang-en|groufie}}) লোৱাত সহায়ক হৈছে।
 
স্বালোকচিত্ৰৰ প্ৰয়োভৰ এতিয়া বাঢ়িছে যদিও চন্দ্ৰাৰোহন কৰা সৰ্বপ্ৰথম মহাকাশচাৰী [[এডুইন এলড্ৰিন|এডুইন এলড্ৰিনে]] ১৯৬৬ চনতে মহাকাশতো এখন স্বালোকচিত্ৰ তুলিছিল যেন দেখা যায়। [[File:Buzz Aldrin EVA Selfie.jpg|thumb|[[এডুইন এলড্ৰিন|এডুইন এলড্ৰিনে]] ১৯৬৬ চনতে মহাকাশতো এখন স্বালোকচিত্ৰ তুলিছিল যেন দেখা যায়]]
কিছুমান মানুহে নিজকে বিপদসঙ্কুল অবস্থাতঅৱস্থাত ৰাখি স্বালোকচিত্ৰ তোলাৰ চেষ্টা চলোৱাৰ সময়ত দুৰ্ঘটনা সংঘটিত হোৱাৰ ঘটনাই কোনো কোনো প্ৰশাসনক এনে বিপজ্জনক ঠাই সমূহ স্বালোকচিত্ৰ-নিষেধ এলেকা হিচাপে ঘোষণা কৰিবলৈ বাধ্য কৰিছে।<ref>http://www.hindustantimes.com/india/mumbai-police-identify-16-no-selfie-zones-after-drowning/story-p24CsQRfNfh5RdEI0FevWO.html</ref>
 
==তথ্য সংগ্ৰহ==
{{ৰেফলিষ্ট}}
 
[[শ্ৰেণী:ইণ্টাৰনেট সংস্কৃতি]]
[[শ্ৰেণী:ফটোগ্ৰাফী]]