চহৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
10 নং শাৰী:
চহৰ কেনেকৈ উৎপত্তি হল সেই বিষয়ে কোনো নিৰ্ধাৰিত প্ৰমাণ নাই। অনেক তত্ত্ববিদে ধাৰণা কৰে, কিছু মৌলিক প্ৰয়োজন পূৰণৰ তাগিদাতেই চহৰ জন্মলাভ কৰে।
 
ধাৰণা কৰা হয়, [[কৃষি বিপ্লব]] চহৰ সৃষ্টিৰ মূল। এই বিপ্লবে কৃষিৰ উদ্ভাৱন কৰায়। ইয়াৰফলত মানুহ [[খাদ্য উৎপাদন|খাদ্য উৎপাদনৰ]] তাগিদাত স্থায়ীভাবে একস্থানত বসবাস আৰম্ভ কৰে। এই [[ঘন জনবসতি]]ৰ ফলত ধীৰে ধীৰে চহৰ গঢ়ি উঠে।<ref>{{Harv |Bairoch|1988| pp=3–4}}</ref> [[পল বাইৰোচ]]ৰ ''চহৰ আৰু অৰ্থনৈতিক উন্নতি'' নামৰ কিতাপতকিতাপৰ মতে, কৃষিৰ ফলতেই মানুহ একেলগে বসবাস কৰাৰ প্ৰয়োজন অনুভব কৰে আৰু এই [[মৌলিক প্ৰয়োজন]]ৰ বাবেই মানুহে চহৰ গঢ়ি তোলে।
 
[[গ্ৰামীণ তত্ত্ববিদ]] জেন জেকবসৰ মতে, চহৰৰ উৎপত্তিয়ে [[কৃষিৰ আবিষ্কাৰ]]ক তৰান্বিত কৰে, অৱশ্যে তেঁওৰ এই যুক্তি অকাট্য বুলি মানি লোৱা নহয়।<ref name="Jacobs 1969 23">{{Harv |Jacobs|1969| p=23}}</ref>
"https://as.wikipedia.org/wiki/চহৰ"ৰ পৰা অনা হৈছে