চহৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

1 নং শাৰী:
[[File:Piraeus map 1908.jpg|thumb|300px| [[১৯০৮]] চনৰ [[এথেন্স]]ৰ [[বন্দৰ]] পায়ৰিয়াছৰ [[মানচিত্ৰ]]।]]
[[File:Fra Carnevale - The Ideal City - Walters 37677.jpg|thumb|600px|আদৰ্শ চহৰ; [[ৱালথাৰ চিত্ৰ যাদুঘৰ]]ৰৰ পৰা সংগৃহীত]]
 
'''চহৰ''' হল({{Lang-en|City}}) হ'ল অপেক্ষাকৃতভাৱে ডাঙৰ আৰু স্থায়ী নিবাস।<ref name="Goodall">Goodall, B. (1987) ''The Penguin Dictionary of Human Geography. London: Penguin.</ref><ref name="Kuper and Kuper">Kuper, A. and Kuper, J., eds (1996) ''The Social Science Encyclopedia''. 2nd edition. London: Routledge.</ref> প্ৰায় একে অৰ্থ বুজোৱা [[নগৰ]] শব্দৰ পৰা চহৰক কেনেকৈ পৃথক কৰা হয়, সেই বিষয়ে ভিন্নমত আছে। অনেক চহৰৰ নিজস্ব [[প্ৰশাসন]], [[ইতিহাস]] আৰু [[আইন]] আছে।থাকে।
 
সাধাৰণতে চহৰৰ নিজস্ব বিভিন্ন ব্যবস্থাব্যৱস্থা থাকে, যেনে: [[পয়োঃনিষ্কাশন]], মাটিৰ ব্যৱহাৰ, [[ঘৰ]], [[পৰিবহন]] ইত্যাদি। চহৰৰ উন্নতিয়ে [[মানুহ]] আৰু [[ব্যৱসায়]]ৰ প্ৰসাৰ ঘটাত সহায় কৰে। চহৰ প্ৰায়েই [[গাঁও]]ৰ দ্বাৰা পৰিবেষ্টিত থাকে। ইয়াত [[চাকৰি]]ৰ সুযোগ-সুবিধাও বেছি থাকে। ক্ৰমান্নয়ে চহৰৰ আশে পাশে থকা [[এলেকা]]বোৰো চহৰৰ আওতালৈ আহে।
 
== উৎপত্তি ==
 
চহৰ কেনেকৈ উৎপত্তি হল সেই বিষয়ে কোনো নিৰ্ধাৰিত প্ৰমাণ নাই। অনেক তত্ত্ববিদে ধাৰণা কৰে, কিছু মৌলিক প্ৰয়োজন পূৰণৰ তাগিদাতেই চহৰ জন্মলাভ কৰে।
 
ধাৰণা কৰা হয়, [[কৃষি বিপ্লববিপ্লৱ]] চহৰ সৃষ্টিৰ মূল। এই বিপ্লবেবিপ্লৱে কৃষিৰ উদ্ভাৱন কৰায়। ইয়াৰফলত মানুহ [[খাদ্য উৎপাদন|খাদ্য উৎপাদনৰ]] তাগিদাত স্থায়ীভাবে একস্থানত বসবাস আৰম্ভ কৰে। এই [[ঘন জনবসতি]]ৰ ফলত ধীৰে ধীৰে চহৰ গঢ়ি উঠে।<ref>{{Harv |Bairoch|1988| pp=3–4}}</ref> [[পল বাইৰোচ]]ৰ ''চহৰ আৰু অৰ্থনৈতিক উন্নতি'' নামৰ কিতাপৰ মতে, কৃষিৰ ফলতেই মানুহ একেলগে বসবাস কৰাৰ প্ৰয়োজন অনুভবঅনুভৱ কৰে আৰু এই [[মৌলিক প্ৰয়োজন]]ৰ বাবেই মানুহে চহৰ গঢ়ি তোলে।
 
[[গ্ৰামীণ তত্ত্ববিদ]] জেন জেকবসৰজেকবচৰ মতে, চহৰৰ উৎপত্তিয়ে [[কৃষিৰ আবিষ্কাৰ]]ক তৰান্বিত কৰে, অৱশ্যে তেঁওৰ এই যুক্তি অকাট্য বুলি মানি লোৱা নহয়।<ref name="Jacobs 1969 23">{{Harv |Jacobs|1969| p=23}}</ref>
 
== ভূগোল ==
[[File:Haarlem-City-Map-1550.jpg|thumb|[[হাৰলেম]]ৰ [[মানচিত্ৰ]]। [[১৫৫০]] চনত [[জেৰুজালেম|জেৰুজালেমৰ]] এক চহৰৰ পৰা অনুপ্ৰানিত।অনুপ্ৰাণিত। এই চহৰ দেৱাল আৰু [[প্ৰতিৰক্ষা|প্ৰতিৰক্ষামূলক]] [[খাল]]ৰ দ্বাৰা ঘেৰা।]]
বিভিন্ন [[দেশ]]ত বিভিন্নভাবে চহৰক সজোৱা হয়। অধিকাংশ ক্ষেত্ৰতেই [[গ্ৰিড পদ্ধতি]]ত চহৰ তৈয়াৰ কৰা হয়। হাজাৰ বছৰ আগে [[চীন|চীনত]] এই পদ্ধতি অনুসৰণ কৰা হৈছিল। [[আলেকজেণ্ডাৰ|আলেকজেণ্ডাৰ দ্য গ্ৰেটৰ]] [[পৰিকল্পনাবিদ]] [[ডিনোক্ৰেটছ অব ৰোডছ]] এই [[পৰিকল্পনা]] মতে নিৰ্মান কৰা হৈছিল।
 
 
==তথ্য সংগ্ৰহ==
Line 22 ⟶ 21:
 
== বহিঃসংযোগ ==
{{Commons cat|Cities|চহৰ}}
 
{{Sister project links|commons=Category:Cities|wikt=city|s=Cities}}
* [http://esa.un.org/unpd/wup/index.htm World Urbanization Prospects, the 2011 Revision], Website of the United Nations Population Division
* {{Dmoz|Science/Social_Sciences/Geography/Human_Geography|Human Geography}}
Line 29 ⟶ 27:
* [https://web.archive.org/web/20120518214422/http://www.e-geopolis.eu/ Geopolis] - research group that studies the world's urbanization, Université Paris Diderot, France
 
[[শ্ৰেণী:ভূগোল]]
 
[[শ্ৰেণী:নগৰ-মহানগৰ‎|*]]
[[শ্ৰেণী:প্ৰশাসনিক বিভাজন]]
"https://as.wikipedia.org/wiki/চহৰ"ৰ পৰা অনা হৈছে