সতী বেউলা (চলচ্চিত্ৰ): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা
 
Reference edited with ProveIt
1 নং শাৰী:
'''সতী বেউলা''' ১৯৫৪ চনত মুক্তি পোৱা দশম অসমীয়া [[অসমীয়া চলচ্চিত্ৰ]]। [[কলকাতা]]ৰ ৰামনিকলাল প্ৰডাকছনৰ বেনাৰত নিৰ্মাণ কৰা ছবিখন পৰিচালনা কৰিছিল সুনীল গাঙ্গুলীয়ে। সতী বেউলা বাংলা আৰু অসমীয়া দুটা ভাষাত নিৰ্মাণ কৰা হৈছিল।<ref name="atul">{{Cite book |title=মঞ্চলেখা, পৃষ্ঠা ৩১১, অতুলচন্দ্ৰ হাজৰিকা, লয়াৰ্চ বুক ষ্টল, গুৱাহাটী, ১৯৬৭}}</ref> বাংলা ছবিখন ১৯৫৩ চনত মুক্তি পাইছিল আৰু ইয়াৰ মুখ্য ভূমিকাত অভিনয় কৰিছিল [[:en:Chhabi Biswas| ছবি বিশ্বাসে]]। সতী বেউলা মূলতঃ বাংলা সংস্কৰণটোৰ অসমীয়া ৰূপান্তৰহে আছিল। সেয়েহে ইয়াৰ পটভূমিও বঙ্গ আছিল।<ref name="atul" />
 
সতী বেউলাৰ অসমীয়া সংস্কৰণটোৰ সংলাপ লিখিছিল প্ৰবীন ফুকনে। চান্দ সদাগৰৰ ভুমিকাত অভিনয় কৰিছিল [[ফণী শৰ্মা]]ই।<ref name="atul" />