সতী বেউলা (চলচ্চিত্ৰ): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
{{Infobox film
| name = সতী বেউলা <br />Sati Beula
| image = সতী বেউলা.jpg
| image size = 250
| alt =
| caption = সতী বেউলা ছবিৰ এটা দৃশ্য
| director = সুনীল গাঙ্গুলী
| producer = ৰামনিকলাল প্ৰডাকচন
| writer = প্ৰবীন ফুকন
| screenplay =
| story = বাংলা মনসামঙ্গল কাব্যৰ বেউলা (বেহুলা)-লক্ষীন্দৰৰ কাহিনীৰ আধাৰত
| based on = ১৯৫৩ চনত মুক্তি পোৱা বাংলা 'সতী বেহুলা'ৰ অসমীয়া ৰূপান্তৰ
| narrator =
| starring = [[ফণী শৰ্মা]]
| music = [[ভূপেন হাজৰিকা]]
| choreography =
| cinematography =
| editing =
| studio =
| distributor =
| released = ১৯৫৪
| runtime =
| country = [[ভাৰত]] {{flagicon|IND}}
| language = [[অসমীয়া]]
| budget =
| gross =
}}
'''সতী বেউলা''' ১৯৫৪ চনত মুক্তি পোৱা দশম অসমীয়া [[অসমীয়া চলচ্চিত্ৰ]]। [[কলকাতা]]ৰ ৰামনিকলাল প্ৰডাকছনৰ বেনাৰত নিৰ্মাণ কৰা ছবিখন পৰিচালনা কৰিছিল সুনীল গাঙ্গুলীয়ে। সতী বেউলা বাংলা আৰু অসমীয়া দুটা ভাষাত নিৰ্মাণ কৰা হৈছিল।<ref name="atul">{{Cite book |title=মঞ্চলেখা, পৃষ্ঠা ৩১১, অতুলচন্দ্ৰ হাজৰিকা, লয়াৰ্চ বুক ষ্টল, গুৱাহাটী, ১৯৬৭}}</ref> বাংলা ছবিখন ১৯৫৩ চনত মুক্তি পাইছিল আৰু ইয়াৰ মুখ্য ভূমিকাত অভিনয় কৰিছিল [[:en:Chhabi Biswas| ছবি বিশ্বাসে]]।<ref name="cinestaan">{{Cite web |title=SATI BEHULA |url=https://www.cinestaan.com/movies/sati-behula-35770}}</ref> সতী বেউলা মূলতঃ বাংলা সংস্কৰণটোৰ অসমীয়া ৰূপান্তৰহে আছিল। সেয়েহে ইয়াৰ পটভূমিও বঙ্গ আছিল।<ref name="atul" />