সতী বেউলা (চলচ্চিত্ৰ): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
29 নং শাৰী:
 
সতী বেউলাৰ অসমীয়া সংস্কৰণটোৰ সংলাপ লিখিছিল প্ৰবীন ফুকনে। চান্দ সদাগৰৰ ভুমিকাত অভিনয় কৰিছিল [[ফণী শৰ্মা]]ই।<ref name="atul" />
 
{{quote box
|quote =দৰাচলতে কাহিনীটো মূল বঙলা কাহিনীৰ অসমীয়া ৰূপান্তৰহে আছিল। সেই কাৰণে ছবিখনিত বেউলাই নিজৰ ৰূপত অসম জীয়ৰী হৈ আত্মপ্ৰকাশ কৰিবলৈ সুযোগ নাপালে, কামৰূপৰ চান্দো সাওদেও নিজা ৰূপ প্ৰতিপন্ন কৰিব নোৱাৰিলে। কীৰ্তিমান অভিনেতা ফণী শৰ্মায়ো এই ছবিত নিজৰ বৈশিষ্ট দেখুৱাব নোৱাৰিলে। অসমীয়া চান্দ সদাগৰ আৰু বেউলাৰ প্ৰকৃত প্ৰকৃত ৰূপত নাট্যকাৰে দাঙি ধৰিব নোৱাৰাৰ বাবেই ছবিখন অসমীয়া ৰাইজৰ বাবে আকৰ্ষণীয় নহ'ল বুলিয়ে ক'ব পাৰি।
|source = মঞ্চলেখা, অতুলচন্দ্ৰ হাজৰিকা
|width = 40%
|align = left
}}
 
==তথ্য উৎস==