পোৱামক্কা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
8 নং শাৰী:
 
==ইতিহাস==
১১৯৩ খৃষ্টাব্দত ইৰাণৰ তাব্রিজত নগৰত হজৰত শ্বাহ চুলতান গিয়াচুদ্দিন বা শ্বেখ জালালুদ্দিন জন্ম হৈছিল।<ref name= "AMU"/> তেওঁ তাব্রিজৰ বাদশ্বাহ আছিল। পিছলৈ তেওঁ চুফীবাদৰ প্ৰতি আকৃষ্ট হৈ নিজৰ পুত্রক সিংহাসনত বহুৱাই বাগদাদলৈ গৈ তাত পীৰ শ্বেখ ছাহাবুদ্দিন ছহৰৱাৰ্দীৰ আউলিয়া হিচাপে থাকে। পিছলৈ তেওঁ আবু ছাইদ তাব্রিজী আৰু আজমীৰলৈ গৈ খাজা মইনুদ্দিন চিস্তীৰ লগত যোগ দিছিল। পিছলৈ তেওঁ কেইবাজনো আউলীয়াক লগত লৈ ইছলাম ধৰ্মৰ বাণী প্ৰচাৰ কৰিবলৈ অসমলৈ আহি হাজোৰ গৰুড়াচল পাহাৰৰ শিখৰত উপাসনা স্থলী স্থাপন কৰে। ১৩৪৪ খৃ:ত গিয়াছুদ্দিনৰ মৃত্যুৰ পিছত গৰুড়াচলে পূৰ্বতকৈও অধিক গুৰুত্ব পালে।<ref name= "AMU"/> ইয়াৰ নামনিৰ মাজাৰ বা দৰগাহ চোৱাচিতা কৰাৰ বাবে দৰগাহ ভূমিতে ফকিৰ আৰু পাইকসকলক স্থাপন কৰা হৈছিল। সেই গাওঁখন ফকিৰটোলা বুলি বৰ্তমান পৰিচিত। ইয়াত পোৱা এক ফাৰ্চী লিপি মতে মুগোল সম্ৰাট শ্বাহ জাহানৰ ৰাজত্ব কালত ১৬৫৭ চনত লুৎফুল্লা শ্বিৰাজীয়ে পোৱামক্কা মছজিদ নিৰ্মাণ কৰাইছিল। ১৬৮২ চনত আহোম স্বৰ্গদেউ [[ৰুদ্ৰ সিংহ]]য়ে মোগলৰ হাতৰ পৰা গুৱাহাটী উদ্ধাৰ কৰাৰ পিছতো ইয়াৰ চোৱা-চিতা কৰিছিল। হাজোৰ পোৱামক্কা দৰগাহেই হ’ল অসমৰ সৰ্বপ্ৰথম মছজিদ।<ref name= "AMU">{{cite book | title=SUFIS AND THEIR CONTRIBUTION TO THE
নামনিৰ মাজাৰ বা দৰগাহ চোৱাচিতা কৰাৰ বাবে দৰগাহ ভূমিতে ফকিৰ আৰু পাইকসকলক স্থাপন কৰা হৈছিল। সেই গাওঁখন ফকিৰটোলা বুলি বৰ্তমান পৰিচিত। ইয়াত পোৱা এক ফাৰ্চী লিপি মতে মুগোল সম্ৰাট শ্বাহ জাহানৰ ৰাজত্ব কালত ১৬৫৭ চনত লুৎফুল্লা শ্বিৰাজীয়ে পোৱামক্কা মছজিদ নিৰ্মাণ কৰাইছিল। ১৬৮২ চনত আহোম স্বৰ্গদেউ [[ৰুদ্ৰ সিংহ]]য়ে মোগলৰ হাতৰ পৰা গুৱাহাটী উদ্ধাৰ কৰাৰ পিছতো ইয়াৰ চোৱা-চিতা কৰিছিল। হাজোৰ পোৱামক্কা দৰগাহেই হ’ল অসমৰ সৰ্বপ্ৰথম মছজিদ।<ref>{{cite book | title=SUFIS AND THEIR CONTRIBUTION TO THE
CULTURAL LIFF OF MEDIEVAL ASSAM
IN 16-17"' CENTURY | publisher=আলিগড় মুছলিম বিশ্ববিদ্যালয়| author=Mumtaz, Nahida
"https://as.wikipedia.org/wiki/পোৱামক্কা"ৰ পৰা অনা হৈছে