বগা বাবাৰ মাজাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
8 নং শাৰী:
 
==নামৰ উৎপত্তি==
চৈয়দ ৰশ্বন আলি চিষ্টি ওৰফে বগা বাবা বা বগা ফকীৰ দেখিবলৈ সুদৰ্শন আছিল। ওখ আৰু দেহৰ বগা বৰণৰ বাবে তেওঁ বগা বাবা বা বগা ফকীৰ ৰূপে পৰিগণিত হৈছিল। পিছলৈ তেওঁৰ মাজাৰকো বগা বাবাৰ মাজাৰ বা বগা ফকীৰৰ মাজাৰ বুলি জনাজাত হ'ল।<ref name= "AMU"/>
 
==পৰ্যটন==
বগা বাবা মাজাৰ ডিব্ৰুগড় চহৰৰ অন্যতম জনপ্ৰিয় পৰ্যটনস্থল। ইছলাম ধৰ্মালম্বী সকলে ইয়াক পৱিত্ৰ বুলি জ্ঞান কৰে। ইয়াৰ লগতে আন আন ধৰ্মালম্বী সকলেও বগা বাবা মাজাৰ উল্লেখযোগ্য স্থান। বিভিন্ন প্ৰান্তৰ পৰা পীৰ বগা বাবা মাজাৰলৈ মানুহৰ আগমন হয়। তেওঁলোকে ইয়াত মমবাটি জ্বলায়। কিছুমানে মাজাৰত চাদৰ দিয়ে। বহুতে তেওঁলোকৰ প্রার্থনাৰ উত্তৰ পোৱাৰ বাবেও ইয়ালৈ আহে।