ইজিপ্ত: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

পুনৰ্নিৰ্দেশৰে পৃষ্ঠা মিছৰৰ পৰা ইজিপ্ত SlowPhotonলৈ স্থানান্তৰ কৰা হ’ল: বৰ্তমানে ইজিপ্ত বেছিকৈ প্ৰচলিত নাম
No edit summary
1 নং শাৰী:
{{Infobox Country or territory
|native_name = <span style="line-height:1.33em;"><big> جمهورية مصر العربية </big><br />''যুম্‌হুৰিয়াৎ মিস্ব্‌ৰ্ আল্‌ ʿআৰাবিয়্যাহ্‌''<br />''গুম্‌হুৰিয়েৎ মাস্ব্‌ৰ্ এল্‌ ʿআৰাবিয়্যাহ্‌''
|conventional_long_name = মিচৰইজিপ্ত আৰব প্ৰজাতন্ত্ৰ
|common_name = মিচৰইজিপ্ত
|image_flag = Flag of Egypt.svg
|image_coat = Coat_of_arms_of_Egypt.svg
55 নং শাৰী:
|Gini_year = ১৯৯৯–০০
|Gini_category = <font color="#ffcc00">মধ্যম</font>
|currency = [[মিচৰীয়ইজিপ্তীয় পাউণ্ড]]
|currency_code = ইজিপি
|time_zone_DST = [[Eastern European Summer Time|ইইএছটি]]
61 নং শাৰী:
|cctld = [[.eg]]
|calling_code = ২০
|footnote1 = কথিত ভাষা মিচৰীয়ইজিপ্তীয় আৰবী
}}
 
'''ইজিপ্ত''' বা [[ইজিপ্ত|মিচৰ]]'''মিছৰ''' ([[আৰবী ভাষা|আৰবী ভাষাত]]: مصر মিস্ব্‌ৰ্, কথিত মিচৰীয়ইজিপ্তীয় আৰবী مصر মাস্ব্‌ৰ্, [[ইংৰাজী ভাষা|ইংৰাজী ভাষাত]]: Egypt ইজিপ্ত), চৰকাৰী নাম মিচৰইজিপ্ত আৰব প্ৰজাতন্ত্ৰ, [[উত্তৰ আফ্ৰিকা|উত্তৰ আফ্ৰিকাৰ]] এখন প্ৰাচীন [[ৰাষ্ট্ৰ]]। দেশখনৰ বেছি ভাগ অংশ আফ্ৰিকাত অৱস্থিত। ইয়াৰ একেবাৰে পূৰ্বৰ অংশটো চিনাই উপদ্বীপ। চিনাই উপদ্বীপ [[আফ্ৰিকা|আফ্ৰিকা মহাদেশৰ]] মধ্য স্থলসেতুৰ দৰে কাম কৰে। মিচৰৰইজিপ্তৰ অধিকাংশ এলেকা মৰুময়। [[নীল নদী|নীল নদীয়ে]] দেশখনক দুটা অসমান অংশত ভাগ কৰিছে। [[নীল নদ|নীল নদীৰ]] উপত্যকা আৰু ব-দ্বীপ অঞ্চলতেই মিচৰৰইজিপ্তৰ বেছি ভাগ মানুহ বাস কৰে। [[কাইৰো]] দেশৰ এখন ডাঙৰ [[চহৰ]] আৰু [[ৰাজধানী]]।
 
==নামাকৰণ==
[[ইংৰাজী ভাষা|ইংৰাজী শব্দ]] ''Egypt'' [[গ্ৰীক ভাষা]], [[ফ্ৰেন্সফৰাচী ভাষা]], [[ইংৰাজী ভাষা]] আৰু [[আৰবী ভাষা|আৰবী ভাষাৰ]] মিশ্ৰণৰ দ্বাৰা সৃষ্টি হৈছে আৰু ''মিছৰ'' শব্দটো [[আৰবী ভাষা|আৰবী ভাষাৰ]] পৰা আহিছে ।''আহিছে।
 
==ভূগোল আৰু জলবায়ু==
ইজিপ্তৰ অধিকাংশ অঞ্চলেই মৰুভূমি কিন্তু [[নীল নদী]] বৈ যোৱাৰ ফলত উপত্যকা অঞ্চলটো যথেষ্ট উৰ্বৰা। সেই বাবে নীল নদীক ইজিপ্তবাসীৰ প্ৰাণ প্ৰৱাহস্বৰূপে জনা যায়। এই উপত্যকা অঞ্চল প্ৰায় ১৬ কিঃমিঃ বহল। ইজিপ্তৰ এই উপত্যকা আৰু '[['-দ্বীপ]] অঞ্চলটোৰ আয়তন ৩১,০০০ বৰ্গকিঃমিঃ।বৰ্গ কিলোমিটাৰ। ইয়াৰ উৰ্বৰা অঞ্চলটো দুভাগত বিভক্ত- ১) নীল উপত্যকা আৰু ২) নীল ''-দ্বীপ। ইজিপ্তত পৃথিৱী বিখ্যাত চুৱেজ[[ছুৱেজ খালটোখাল]]টো অৱস্থিত। এই খালৰ দ্বাৰা [[ভূমধ্য সাগৰ]] আৰু [[লোহিত সাগৰকসাগৰ]]ক সংযোগ কৰা হৈছে। ১৯৫৬ চনৰ পূৰ্বে বৃটিছ আৰু ফৰাচী কোম্পানীসমূহৰ হাতত আছিল। ১৯৫৬ চনত ইজিপ্ত চৰকাৰে ইয়াক ৰাষ্ট্ৰীয়কৰণ কৰে।<ref name="ভূ-দৰ্শন">{{Cite book|last=ভূ-দৰ্শন |first= |authorlink= |coauthors=দিলীপ কুমাৰ গোহাঁই, হৰেন্দ্ৰনাথ বৰা|title= ইজিপ্ত |year= ২০০২|publisher=কামাখ্যা বুক ষ্টল |location= গুৱাহাটী|isbn= }}</ref>
 
==কৃষি==
দেশখনৰ উপত্যকা অঞ্চলটোত অতীজৰে পৰা জলসিঞ্চনৰ দ্বাৰা খেতি কৰা হয়। ধান এই অঞ্চলৰ প্ৰধান কৃষি। আচোৱান বান্ধৰ পৰা খাল খান্দি ইয়াৰ খেতি-পথাৰত পানী যোগানৰ ব্যৱস্থা কৰা হয়। আনহাতে 'ব'দ্বীপ অঞ্চলটোত খালৰ দ্বাৰা জলসিঞ্চন কৰা হয়। উপত্যকা অঞ্চলত উৎকৃষ্ট মানৰ কপাহ খেতি হয়। খাদ্য শস্যৰ ভিতৰত মাকৈ, ধান, কুহিঁয়াৰ আদি গ্ৰীষ্মকালত আৰু ঘেঁহু, বাৰ্লি, বীন আদিৰ খেতি শীতকালত হয়।<ref>{{Cite book|lastname="ভূ-দৰ্শন |first= |authorlink= |coauthors=দিলীপ কুমাৰ গোহাঁই, হৰেন্দ্ৰনাথ বৰা|title= ইজিপ্ত |year= ২০০২|publisher=কামাখ্যা বুক ষ্টল |location= গুৱাহাটী|isbn= }}<"/ref>
 
==তথ্য সংগ্ৰহ==
{{Reflist|2}}
{{Countries of Asia}}
 
==বাহ্যিক সংযোগ==
{{Commons category|Egypt|মিছৰইজিপ্ত}}
 
[[শ্ৰেণী:পোখালি (দেশ)]]
"https://as.wikipedia.org/wiki/ইজিপ্ত"ৰ পৰা অনা হৈছে